ETV Bharat / state

২০২২ চনত নিৰ্মাণ সম্পূৰ্ণ হ’ব ভালুকপুং-চাৰিদুৱাৰ-টাৱাং পথ

author img

By

Published : May 21, 2021, 10:25 AM IST

ভাৰত-চীন সীমান্তত দুৰ্গম পথসমূহ সীমান্ত পথ সুৰক্ষা সংস্থা চমুকৈ বি আৰ অ’ ই যুদ্ধকালীন প্ৰস্তুতিৰে চলাইছে নতুনকৈ নিৰ্মানৰ কাম । ভালুকপুং-চাৰিদুৱাৰ-টাৱাং পথ 2022 চনত নিৰ্মাণ সম্পূৰ্ণ হ’ব । মুঠ 2,000 কিলোমিটাৰ পথ এই সংস্থাই নিৰ্মাণ কৰি আছে ।

ভালোকপং-চাৰিদুৱাৰ-টাৱাং পথ ২০২২ চনত নিৰ্মাণ সম্পূৰ্ণ হ’ব

তেজপুৰ, 20 মে': মহামাৰী ক’ভিড-19 ৰ সংক্ৰমণৰ সময়তো ভাৰত-চীন সীমান্তত দুৰ্গম পথসমূহ সীমান্ত পথ সুৰক্ষা সংস্থা চমুকৈ বি আৰ অ ই যুদ্ধকালীন প্ৰস্তুতিৰে চলাইছে নতুনকৈ নিৰ্মানৰ কাম । ভালুকপুং-চাৰিদুৱাৰ-টাৱাং পথ 2022 চনত নিৰ্মাণ সম্পূৰ্ণ হ’ব । মুঠ 2,000 কিলোমিটাৰ পথ এই সংস্থাই নিৰ্মাণ কৰি আছে ।

২০২২ চনত নিৰ্মাণ সম্পূৰ্ণ হ’ব ভালুকপুং-চাৰিদুৱাৰ-টাৱাং পথ

ভাৰত চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ পাদ দেশৰ দুৰ্গম পথসমূহ পূৰ্বতকৈ বহল আৰু উন্নত মানৰ কৰা হৈছে বুলি জনায় বি আৰ অ’ৰ প্ৰজেক্ট ভৰ্তকৰ মুখ্য অভিযন্তা কৰ্ণেল অনিল কুঠিয়ালয়ে । তেওঁ কয় যে, শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ পৰা ভালুকপুং হৈ টাৱাং সংলগ্ন পথটো ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে । তেওঁ জনায় যে, আগন্তুক 2022 চনত উক্ত ৰাষ্ট্ৰীয় ঘাই পথটোৰ নিৰ্মাণৰ কাম সম্পন্ন কৰি চৰকাৰৰ হাতত অৰ্পণ কৰিব ।

আনহাতে, অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ পৰা পশ্চিম প্ৰান্তলৈ ভৰ্তকৰ অধীনত নিৰ্মান চলি থকা সকলো পথ অচিৰেই ব্যৱহাৰৰ উপযোগী হৈ উঠিব । সীমান্তৰ শেষ প্ৰান্তত সেনা বাহিনীৰ লোক উপস্থিত হ’ব পৰাকৈ এই পথৰ নিৰ্মান উন্নত প্ৰযুক্তিৰ জৰিয়তে চলি আছে ।

উল্লেখ্য যে, 1962 চনত ভাৰত-চীন যুদ্ধৰ সময়ত যোগাযোগ আৰু পথৰ ব্যৱস্থা অতি শোচনীয় আছিল ৷ কিন্তু এতিয়া 2021 চনত ই সম্পূৰ্ণ বিপৰীত ছবি পৰিলক্ষিত হৈছে ।

হাইলুংৰ পৰা এতিয়া ৱালং আৰু কিবিঠু পাবলৈ 12 ঘণ্টা সময় লাগে অৰ্থাৎ এটা দিনৰ । কিন্তু , বৰ্তমান বৰ্ডাৰ ৰ’ডছৰ অধীনত আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ তৎপৰাতত সীমান্তত যোগাযোগ ব্যৱস্থা উন্নত কৰা হৈছে । লগতে বায়ু সেনাৰ সংযোগো অধিক উন্নয়ন হৈছে ।

লগতে পঢ়ক: আলোচনালৈ আহিব নেকি পৰেশ বৰুৱা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.