ETV Bharat / state

গেলা পিয়াঁজে গেলাইছে ঠেলামৰাৰ পৰিৱেশ

author img

By

Published : May 18, 2019, 10:46 PM IST

স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে AS-16C 6352 নম্বৰৰ ট্ৰাকসহ চালকজনক । চালকজনে ৰঙাপৰাৰ গুদামৰ পৰা পিয়াঁজখিনি অনা বুলি প্ৰকাশ কৰে । ট্ৰাক চালকৰ এনে কাণ্ডৰ ফলতেই দুৰ্গন্ধ বিয়পি পৰি অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হৈছে অঞ্চলটোত।

ONIONS

ঢেকীয়াজুলি , 18 মে' : গেলা পিয়াঁজেৰে ভৰি পৰিছে ঢেকীয়াজুলিৰ ঠেলামৰা অঞ্চল । স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি ৰঙাপাৰাৰ পৰা বস্তাই বস্তাই গেলা পিয়াঁজ ট্ৰাকত আনি পেলোৱা হৈছে ঠেলামৰাৰ ৰাজপথৰ কাষত । স্থানীয় সচেতন মহলে বাধা দিয়াৰ পাছতো প্ৰায়েই ট্ৰাক এখনে বিষাক্ত খাদ্য বস্তু এই অঞ্চলত পেলাই আহিছে। ঠেলামৰাৰ ৰুশুনিবিল অঞ্চলৰ ৰাজপথৰ কাষত নষ্ট হোৱা পিয়াঁজ পেলোৱাৰ ফলত দুৰ্গন্ধৰে ভৰি পৰিছে অঞ্চলটো ৷ আনহাতে স্থানীয় কিছু লোকে ব্যস্ত হৈ পৰিছে নষ্ট হোৱা পিয়াঁজ বুটলাত । দুর্গন্ধত ভোগাৰ লগতে এনে বিষাক্ত পিয়াজ খোৱাৰ পাচত জনস্বাস্থ্যই কি ৰূপ লয় তাকে লৈ চিন্তিত হৈ পৰিছে অঞ্চলটোৰ সচেতন লোকসকল ৷

ঠেলামৰাত ৰাজপথত অস্বাস্থ্যকৰ পৰিবেশ
ইপিনে স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে AS-16C 6352 নম্বৰৰ ট্ৰাকসহ চালকজনক । চালকজনে ৰঙাপৰাৰ গুদামৰ পৰা পিয়াঁজখিনি অনা বুলি প্ৰকাশ কৰে । ট্ৰাক চালকৰ এনে কাণ্ডৰ ফলতেই দুৰ্গন্ধ বিয়পি পৰি অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হৈছে অঞ্চলটোত।

Intro:sub- ঢেকীয়াজুলী সমষ্টিত বিষাক্ত পিয়াইজৰ এক ভয়ংকৰ দৃশ্য ।

। vo-1 আমাৰ কেমেৰাত বন্ধী হৈছে এক ভয়ংকৰ দৃশ্য । বিষাক্ত পিয়াইজেৰে এতিয়া ভৰি পিৰিছে ঢেকীয়াজুঁলিৰ, ঠেলামৰা অঞ্চল । ৰমজানৰ বতৰত ৰঙাপাৰাৰ পৰা বস্থাই বস্থাই গেলা পিয়াইজ ট্ৰাকত কৰিআনি এইদৰেই পেলোৱা হৈছে ঠেলামৰাৰ ৰাজপথৰ কাষত । আপোনালোকে দেখিবলৈ পাইছে এই দৃশ্য ,স্থানীয় গঞা লোকে কি দৰে ভিৰ কৰি বিষাক্ত পিয়াজ বুটলাত ব্যস্থ হৈ পৰিছে । স্থানীয় লোকৰ অভিযোগ অনুসৰি স্থানীয় সচেতন মহলে মানা কৰাৰ পাছতো প্ৰায়েই ট্ৰাক খনে বিষাক্ত খাদ্য বস্তু আনি যতাস্থানত নেপেলাই পেলাইহি এই অঞ্চলত । ঠেলামৰাৰ ৰুশুনিবিল অঞ্চলৰ ৰাজপথৰ কাষত দেখিবলৈ পোৱা যায় এই ভয়ংকৰ দৃশ্য । AS-16C 6352 নম্বৰৰ এই চালক জনে সংগঠিত কৰে এনে ,দোষ কাৰ্য্য । অৱশেষত আৰক্ষীয়ে খবৰ পাই আটক কৰে ট্ৰাক সহ চালক জনক । ৰঙাপাৰাৰ গুদামৰ পৰা আনিছিল পিয়াইজ খিনি বুলি কলে চালক জনে । ট্ৰাক চালকৰ এনে কাণ্ডৰ ফলতেই দুৰ্ঘন্ধই ছানীধৰিছে ঠাই ডুখৰত । দুর্ঘন্ধত ভোগৰ লগতে এনে বিষাক্ত পিয়াইজ খোৱাৰ পাছত জনস্বাস্থ্যই কি ৰূপ লৈ তাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ আতংকৰ ।

অমল নাথ, ঢেকিয়াজুলি ।Body:sub- ঢেকীয়াজুলী সমষ্টিত বিষাক্ত পিয়াইজৰ এক ভয়ংকৰ দৃশ্য ।

অমল নাথ, ঢেকিয়াজুলি ।Conclusion:sub- ঢেকীয়াজুলী সমষ্টিত বিষাক্ত পিয়াইজৰ এক ভয়ংকৰ দৃশ্য ।

। vo-1 আমাৰ কেমেৰাত বন্ধী হৈছে এক ভয়ংকৰ দৃশ্য । বিষাক্ত পিয়াইজেৰে এতিয়া ভৰি পিৰিছে ঢেকীয়াজুঁলিৰ, ঠেলামৰা অঞ্চল । ৰমজানৰ বতৰত ৰঙাপাৰাৰ পৰা বস্থাই বস্থাই গেলা পিয়াইজ ট্ৰাকত কৰিআনি এইদৰেই পেলোৱা হৈছে ঠেলামৰাৰ ৰাজপথৰ কাষত । আপোনালোকে দেখিবলৈ পাইছে এই দৃশ্য ,স্থানীয় গঞা লোকে কি দৰে ভিৰ কৰি বিষাক্ত পিয়াজ বুটলাত ব্যস্থ হৈ পৰিছে । স্থানীয় লোকৰ অভিযোগ অনুসৰি স্থানীয় সচেতন মহলে মানা কৰাৰ পাছতো প্ৰায়েই ট্ৰাক খনে বিষাক্ত খাদ্য বস্তু আনি যতাস্থানত নেপেলাই পেলাইহি এই অঞ্চলত । ঠেলামৰাৰ ৰুশুনিবিল অঞ্চলৰ ৰাজপথৰ কাষত দেখিবলৈ পোৱা যায় এই ভয়ংকৰ দৃশ্য । AS-16C 6352 নম্বৰৰ এই চালক জনে সংগঠিত কৰে এনে ,দোষ কাৰ্য্য । অৱশেষত আৰক্ষীয়ে খবৰ পাই আটক কৰে ট্ৰাক সহ চালক জনক । ৰঙাপাৰাৰ গুদামৰ পৰা আনিছিল পিয়াইজ খিনি বুলি কলে চালক জনে । ট্ৰাক চালকৰ এনে কাণ্ডৰ ফলতেই দুৰ্ঘন্ধই ছানীধৰিছে ঠাই ডুখৰত । দুর্ঘন্ধত ভোগৰ লগতে এনে বিষাক্ত পিয়াইজ খোৱাৰ পাছত জনস্বাস্থ্যই কি ৰূপ লৈ তাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ আতংকৰ ।

অমল নাথ, ঢেকিয়াজুলি ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.