ETV Bharat / state

তেজপুৰত ৰাইজৰ ৰোষত দুই গভাইত চোৰ

author img

By

Published : Dec 7, 2019, 6:27 PM IST

শুকুৰবাৰে অন্য দিনৰ দৰে চাৰিটা চোৰে এঘৰত সোমাই লুট-পাত কৰি থকা অৱস্থাতে ৰাইজে আটক কৰে দুজন চোৰক ৷ আনহাতে ব্যক্তিজনৰ ঘৰৰ আলমিৰা ভাঙি নগদ 35 হাজাৰ টকা লৈ লগৰ দুই চোৰক এৰি উধাও হয় অন্য দুজন চোৰ ৷

তেজপুৰ
চোৰ বিদ্যা উত্তম বিদ্যা ধৰা পৰিলে শিলৰ খুন্দা !

তেজপুৰ,৭ ডিচেম্বৰ: চোৰ বিদ্যা উত্তম বিদ্যা ধৰা পৰিলে শিলৰ খুন্দা ! শুকুৰবাৰে তেজপুৰটো সংঘটিত এনে এক কাণ্ড ৷ দিনদুপৰতে গৃহস্থৰ ঘৰত চুৰি কৰিবলৈ সোমাই ৰাইজৰ ৰোষত পৰিল দুটাকৈ চোৰ । জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা তেজপুৰৰ লক্ষীধৰ শৰ্মা পথৰ সমীপৱৰ্তী অঞ্চলটোত ৰাইজক অতিষ্ঠ কৰি আহিছিল চাৰিটাকৈ চোৰে । সুবিধা পালেই অঞ্চলটোৰ বহু কেইটা পৰিয়ালত চোৰ কৰি টকা-গহণা লুটি ৰাইজৰ টোপনি হৰি আহিছিল চাৰি চোৰে ৷ সেয়ে অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰা চাৰিওতা চোৰক ধৰিবলৈ সাজু হৈছিল অঞ্চলবাসী ৷

শুকুৰবাৰে অন্য দিনৰ দৰে চাৰিটা চোৰে এঘৰত সোমাই লুট-পাত কৰি থকা অৱস্থাতে ৰাইজে আটক কৰে দুজন চোৰক ৷ আনহাতে ব্যক্তিজনৰ ঘৰৰ আলমিৰা ভাঙি নগদ 35 হাজাৰ টকা লৈ লগৰ দুই চোৰক এৰি উধাও হয় অন্য দুজন চোৰ ৷ ৰাইজৰ হাতত ধৰা পৰা দুই চোৰ ক্ৰমে চান মিঞা আৰু দুলাল মিৰক ৰাইজে ঔ কিল দি আৰক্ষীক গতাই দিয়ে ।

লগতে পঢ়ক : NRC আৰু কেবৰ বিৰুদ্ধে স্বাধীনতা আন্দোলন গঢ়ি তুলিব তৃণমূল কংগ্ৰেছে !

Intro:তেজপুৰ,৭ ডিচেম্বৰ: চোৰৰ বিলৈ । তেজপুৰত দিনদুপৰতে গৃহস্থৰ ঘৰত চোৰ সোমাই ৰাইজৰ ৰুসত পৰিল দুটাকৈ গভাইটত চোৰ ।

Body:চোৰ দুটাই হেনো তেজপুৰৰ লক্ষীধৰ শৰ্মা পথৰ সমীপৱৰ্তী অঞ্চলত আজি কিছুদিনৰ পৰা ৰাইজক অতিষ্ঠ কৰি আহিছে ।নিশাৰ ভাগত ঘৰত সোমোৱাৰ সুযোগ নাপায় এতিয়া দিনদুপৰতে গৃহস্থৰ টকা পইচা লাম লাকুটো লৈ উধাও হয় চোৰ কেইটা ।
অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰা চাৰিওতা চোৰক ধৰিবলৈ ৰাইজে বহু দিনৰ পৰাই খাপ পাতি আছিল ।আজি চোৰৰ ভাগ্য বেয়া চোৰ ধৰাপৰিল ৰাইজৰ হাতত । আনহাতে এই ব্যক্তি জনৰ ঘৰৰ অলমিৰা ভাঙি নগদ 35 হাজাৰ টকা লৈ উধাও ।

Bite: গৃহস্থ ।

Conclusion:ধৰা পৰা চান মিঞা আৰু দুলাল মিৰক ৰাইজে ঔ কিল দি আৰক্ষীক গতাই দিয়ে ।
কথাতেই আছে নহয় , চোৰ বিদ্যা উত্তম বিদ্যা যদিহে নপৰা ধৰা.............।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ ।
৭/১২/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.