ETV Bharat / state

তেজপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে দুখনকৈ চুৰি বাইক

author img

By

Published : Jul 9, 2019, 8:22 PM IST

তেজপুৰ আৰক্ষীয়ে ঠেলামৰাৰ পৰা দুজন বাইক চোৰক আটক কৰি দুখন বাইক উদ্ধাৰ কৰে । বাইক চোৰদুজনক এই কাৰ্যত নেতৃত্ব দিছিল কুখ্যাত বাইক চোৰ ইক্ৰামূল হুছেইনে ৷

তেজপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে দুখনকৈ চুৰি বাইক

তেজপুৰ, 9 জুলাই : শোণিতপুৰ জিলাৰ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ডঃ ৰশ্মি ৰেখা শৰ্মাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰে শোণিতপুৰ জিলাৰ ঠেলামৰাৰ পৰা বাইক চোৰ ৰাজা বসুমতাৰী আৰু প্ৰান্দন বসুমতাৰীক ৷ বাইক চোৰ দুজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 2 খন বাইক ৷ ৰাজা বসুমতাৰী আৰু প্ৰান্দন বসুমতাৰীয়ে ইক্ৰামূল হুছেইনৰ নিৰ্দেশ মতে 4 হাজাৰ টকাৰ বিনিময়ত চুৰি বাইক সমূহ কাৰ্বিআংলঙত বিক্ৰী কৰে । ইতিমধ্য়ে শোণিতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কুখ্যাত বাইক চোৰ ইক্ৰামূল হুছেইনক । আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিনৰ পৰা গাড়ী চুৰি কাৰ্যত জড়িত আছিল ইক্ৰামূল হুছেইন । আৰক্ষীৰ জেৰাত ইক্ৰামূল হুছেইন জানিবলৈ দিয়ে যে এই চুৰি গাড়ী সমূহ অসমৰ পৰা নি চোৰাংভাৱে বিক্ৰী কৰে নাগালেণ্ডৰ ডিমাপুৰত ৷

Intro:তেজপুৰ,৯ জুলাই: তেজপুৰ আৰক্ষীয়ে ঠেলামৰাৰ পৰা দুজন বাইক চোৰ ক আটক কৰি দুখন বাইক উদ্ধাৰ কৰে ।শোণিতপুৰ জিলাৰ ঠেলামৰাৰ পৰা এই দুই বাইক চুৰ ক
আটক কৰিবলৈ সক্ষম হয় ।

Body:
শোণিতপুৰ জিলাৰ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ডঃ ৰশ্মি ৰেখা শৰ্মাৰ
নেতৃত্ব যোৱা আৰক্ষীৰ দলে সোমবাৰে নিশা শোণিতপুৰ জিলাৰ ঠেলামৰাৰ পৰা ৰাজা বসুমতাৰী আৰু প্ৰান্দন বসুমতাৰী গ্ৰেপ্তাৰ কৰি ২ খন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
Bite: Dr Rashmi Rekha Sharma, DSP HQ , sonitpur,

Bite: Raja Basumatari bike lifter
এওঁলোকে ইক্ৰমোল হুছেইনৰ নিৰ্দেশ মতে বাইক সমূহ চুৰি কৰি কাৰ্বিআংল ত বিক্ৰী কৰে আৰু ইয়াৰ বিনিময়ত 4 হাজাৰ টকা উপাৰ্জন কৰে ।ইক্ৰমোল হুছেইনক ইতিমধ্যে শোণিতপুৰ আৰক্ষী য়ে গ্ৰেপ্তাৰ কৰিছে ।
বাইকসমূহৰ লগতে আন্তঃ ৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ ৰ দাবী অনুসৰি জিলাখনৰ বিভিন্ন স্থানত যান বাহনৰ চুৰি কৰে এই লোক দুজনে । আনহাতে ইক্ৰমোল এজন দাগী অপৰাধী। আৰক্ষী ৰ চকুত ধূলি দীৰ্ঘদিনৰ পৰা গাড়ী চুৰি কাৰ্যত জড়িত আছিল।
আৰু এই চুৰি গাড়ী সমূহ ইয়াৰ পৰা ডিমাপুৰলৈ নি চোৰাংভাৱে বিক্ৰী কৰা হয় বুলি আৰক্ষী ক জানিবলৈ দিয়ে ।

Conclusion:আনহাতে ইক্ৰমোল এজন দাগী অপৰাধী। আৰক্ষী ৰ চকুত ধূলি দীৰ্ঘদিনৰ পৰা গাড়ী চুৰি কাৰ্যত জড়িত আছিল।
আৰু এই চুৰি গাড়ী সমূহ ইয়াৰ পৰা ডিমাপুৰলৈ নি চোৰাংভাৱে বিক্ৰী কৰা হয় বুলি আৰক্ষী ক জানিবলৈ দিয়ে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.