ETV Bharat / state

ঐতিহাসিক বাণ থিয়েটাৰত চুৰিকাণ্ড ! - বাণ থিয়েটাৰ তেজপুৰ

তেজপুৰৰ ঐতিহাসিক বাণ ৰংগমঞ্চত চোৰ সোমাই লুটি নিলে বহু মূল্যৱান সামগ্ৰী ৷

বাণ থিয়েটাৰ তেজপুৰ
author img

By

Published : Nov 12, 2019, 6:52 PM IST

Updated : Nov 12, 2019, 8:03 PM IST

তেজপুৰ,12 নৱেম্বৰঃ ঐতিহাসিক বাণ ৰংগমঞ্চ অৰ্থাৎ তেজপুৰৰ গৰিমা অটুট ৰখা "পুৰণি বাণ থিয়েটাৰ"ত চোৰৰ হাতোৰা ৷ সোমবাৰে নিশা গ্ৰীল ভাঙি থিয়েটাৰ গৃহত সোমাই লুটি নিলে বহুতো মূল্যৱান সামগ্ৰী ৷

বাণ থিয়েটাৰ তেজপুৰ

চোৰে লুটি নিলে বাণ থিয়েটাৰৰ পুৰণি আচবাব, ৰজাদিনীয়া কাঁহী লোটা আদি বিভিন্ন সামগ্ৰী ৷ ইতিমধ্যে স্থানীয় আৰক্ষী বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ আনহাতে তেজপুৰ চহৰত যোৱা কিছুদিন ধৰি সঘনাই সংঘটিত হোৱা এনেধৰণৰ চুৰি কাৰ্য ৰোধ কৰাত আৰক্ষীৰ ব্যৰ্থ হোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে সাধাৰণ ৰাইজে ৷

লগতে পঢ়কঃ ৰাসৰ আনন্দত মতলীয়া ৰাজ্যবাসী

Intro:তেজপুৰ,১২নৱেম্বৰ:এই ঐতিহাসিক বান ৰংগমঞ্চ অৰ্থাৎ তেজপুৰৰ গৰিমা অটুট ৰখা "পুৰণি বান থিয়েটাৰ",ত চুৰৰ
হাতোৰা । নিশা থিয়েটাৰ হলৰ সামগ্ৰীৰ ঘৰত সোমাই গ্ৰীল ভাঙি লুটি নিলে বহুতো মূল্যবান সমগ্রী ।

Body:বান থিয়েটাৰৰ পুৰণি আচবাব, ৰজাদিনীয়া কাঁহী লোটা সকলো লুটি নিলে । থিয়েটাৰ হলৰ পিছপিনৰ পৰা এখন খিৰিকীৰ দুৱাৰৰ গ্ৰীল ভাঙি দুৱাৰ বন্ধ কৰি সামগ্রী সমূহ উলিয়াই লৈ যায় ।
Bite:স্থানীয় ব্যক্তি ।

ইতিমধ্যে স্থানীয় আৰক্ষী বিষয়া উপস্থিত হৈ এই বিষয়ে অভিযান আৰম্ভ কৰিছে , আনহাতে তেজপুৰ চহৰৰ যোৱা কিছুদিন ধৰি সঘনাই আৰম্ভ হৈছে এনে ধৰণৰ চুৰি কাৰ্য্য আৰু আৰক্ষীৰ ফোফুলা স্বৰূপ উদঙাই দিছে ।

Conclusion:প্ৰণৱ কুমাৰ দাস।
তেজপুৰ ।
১২/১১/১৯
Last Updated : Nov 12, 2019, 8:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.