ETV Bharat / state

তেজপুৰত অখিল গগৈক মুক্তি কৰাৰ দাবী 'কা' বিৰোধী প্ৰতিবাদকাৰীৰ

author img

By

Published : Jan 21, 2020, 11:27 PM IST

তেজপুৰত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে কৃষক নেতা অখিল গগৈ মুক্তিৰ দাবী প্ৰতিবাদকাৰীৰ ৷

Tezpur Protest against CAA and demand to release Akhil Gogoi
তেজপুৰত অখিল গগৈক মুক্তি কৰাৰ দাবী 'কা' বিৰোধী প্ৰতিবাদকাৰীৰ

তেজপুৰ,২১ জানুৱাৰী: ১৯৬০ৰ পৰা বৰ্তমানলৈকে অসমীয়া যুৱকে নিজৰ জাতিৰ আৰু অধিকাৰ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিবলগীয়া হৈছে । ইয়াৰ কাৰণ কি আমাক চৰকাৰী পক্ষই বুজাই দিব লাগে । এই মন্তব্য মঙলবাৰে তেজপুৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত ভাগ লোৱা প্ৰতিবাদকাৰীৰ । তেজপুৰ আদালত চাৰিআলিত বিতৰ্কিত আইনখন প্ৰত্যাহাৰ আৰু বন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সংযুক্ত মহিলা যুৱ পৰিষদৰ উদ্যোগত তথা যৌথ সংগ্ৰাম পৰিষদ আৰু ২৯ টা সংগঠনৰ সহযোগত অৱস্থান ধৰ্মঘট পালন কৰে । কোনো কাৰণতে এই জাতি ধ্বংসী আইন প্ৰণয়ন হলেও ইয়াক অসমৰ ৰাইজে মানি নলয় বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক:তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত 27তম প্ৰতিষ্ঠা দিৱস উদযাপন

Intro:তেজপুৰ,২১ জানুৱাৰী: ১৯৬০ ৰ পৰা বৰ্তমানলৈকে অসমীয়া যুৱকে নিজৰ জাতিৰ আৰু অধিকাৰ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিব লগীয়া হৈছে ।ইয়াৰ কাৰণ কি আমাক চৰকাৰী পক্ষই বুজাই দিব লাগে ।এই মন্তব্য আজি তেজপুৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অবস্থান ধৰ্মঘট কাৰ্য্যসূচীত ভাগ লোৱা প্ৰতিবাদকাৰী ৰ ।

Body:তেজপুৰ আদালত চাৰিআলি ত বিতৰ্কিত আইন খন প্ৰত্যাহাৰ আৰু বন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সংযুক্ত মহিলা যুৱ পৰিষদৰ উদ্যোগত তথা যৌথ সংগ্ৰাম পৰিষদ আৰু ২৯ টা সংগঠনৰ সহযোগত অৱস্থান ধৰ্মঘট পালন কৰে ।
Bite: ৰাজীৱ দাস , সভাপতি, যুৱ পৰিষদ
Bite: অকুল নাথ , সংগ্রামী ।
কোনো কাৰণতে এই জাতি ধ্বংসী আইন প্ৰণয়ন হলেও ইয়াক অসমৰ ৰাইজে মানি নলয় বুলি প্ৰতিবাদকাৰী সকলে মত পোষণ কৰে ।

Conclusion:প্ৰণৱ কুমাৰ দাস।
তেজপুৰ ।
২১/১/২০২০ /
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.