ETV Bharat / state

ভোট গণনাৰ বাবে সাজু শোণিতপুৰ প্ৰশাসন

author img

By

Published : May 21, 2019, 7:18 PM IST

দৰং মহাবিদ্যালয়ত থকা ষ্ট্ৰংৰূমৰ লগত হ'বলগীয়া গণনাসমূহৰ সমষ্টি অনুসৰি 19 টা শাখা আৰু 17 টা ভাগত বিভক্ত কৰা হৈছে । তিনিটা কোম্পানীৰ সুৰক্ষা প্ৰদান কৰা ব্যৱস্থা কৰা হৈছে বুলি জনায় শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই ৷

ভোট গণনাৰ বাবে কি দৰে সাজু হৈছে তেজপুৰ

তেজপুৰ,২১ মে': ৯ নং তেজপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া তথা শোণিতপুৰ জিলাৰ উপায়ুক্ত নৰসিং পৱাৰৰ নেতৃত্বত জিলা প্ৰশাসন প্ৰস্তুত হৈছে ভোট গণনাৰ বাবে । দৰং মহাবিদ্যালয়ত থকা ষ্ট্ৰংৰূমৰ লগত হ'বলগীয়া গণনাসমূহৰ সমষ্টি অনুসৰি 19 টা শাখা আৰু 17 টা ভাগত বিভক্ত কৰা হৈছে ।

ভোট গণনাৰ বাবে কি দৰে সাজু হৈছে তেজপুৰ

তিনিটা কোম্পানীৰ সুৰক্ষা প্ৰদান কৰা ব্যৱস্থা কৰা হৈছে বুলি জনায় শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই ৷

Intro:তেজপুৰ,২১ মে': ৯ নং তেজপুৰ লোক সভা সমষ্টিৰ নিৰ্বাচনী বিষয়া তথা শোণিতপুৰ জিলাৰ উপায়ুক্ত নৰসিং পৱাৰ ৰ নেতৃত্বত জিলা প্ৰশাসনে প্ৰস্তুত হৈছে ।
তেজপুৰ লোক সভা সমষ্টিৰ শোণিতপুৰ জিলাত মুঠ 5 টা বিধান সভা সমষ্টিৰ অন্তৰ্গত ভোট গণনা কার্য সূচী এনেধৰণৰ ।
দৰং মহাবিদ্যালয় ত থকা ষ্ট্ৰঙৰ ৰুমৰ লগত হব লগা গণনা সমুহ ৰ সমষ্টি অনুসৰি 19 টা শাখা আৰু নূন্যতম 17 টা ভাগত বিভক্ত কৰা হৈছে ।
তিনিটা কোম্পানীৰ সুৰক্ষা প্ৰদান কৰা ব্যৱস্থা কৰা হৈছে ।

Body:আনহাতে জিলাৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই সুৰক্ষা প্ৰদান কৰা ক্ষেত্ৰত ইটিভি ভাৰতক এইদৰে কয় ।
চাওক আমাৰ এই প্ৰতিবেদন ।

DL with DC sonitpur and returning officer of 9 Tezpur Loksabha .and SP sonitpur Kumar Sanjeet Krishna .

Conclusion:Pranab Kumar Das
ETV Bharat Assam
Tezpur.
21/5/19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.