ETV Bharat / state

তেজপুৰত 11.5 কেজি গাঞ্জাসহ আটক তিনিজনক

author img

By

Published : Jun 24, 2019, 2:12 PM IST

মাজবাটৰ পৰা বালিপৰালৈ ৰেলৰে বিক্ৰীৰ বাবে আনিছিল গাঞ্জাসমূহ ৷ গোপন সূত্ৰৰ পম খেদি, শোণিতপুৰৰ উপ আৰক্ষী অধীক্ষক ৰশ্মি ৰেখা শৰ্মাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে আটক কৰিবলৈ সক্ষম হয় গাঞ্জা সৰবৰাহকাৰী কেইটাক ৷

etv bharat

তেজপুৰ, ২৪ জুন: তেজপুৰ ডেকাৰ গাঁও ৰে‘লৱে ষ্টেচনৰ পৰা শোণিতপুৰ আৰক্ষীয়ে জব্দ কৰে 11.5 কেজি ওজনৰ গাঞ্জা ৷ লগতে, আৰক্ষীয়ে আটক কৰে তিনিগৰাকী গাঞ্জা সৰবৰাহকাৰী ৷ শোণিতপুৰৰ উপ আৰক্ষী অধীক্ষক ৰশ্মি ৰেখা শৰ্মাৰ নেতৃত্বত শালনীবাৰী আউট-প’ষ্টৰ আৰক্ষী দলে চলাইছিল এই অভিযান ৷ আটকাধীন সৰবৰাহকাৰী কেইজন শ্বদমেচৰ দৈমাৰী, ৰাতিয়া পানিকা,আৰু বিকি পানিকা ৷ তিনিওজন সৰবৰাহকাৰী ওদালগুৰী জিলাৰ মাজবাট লামাবাৰীৰ বুলি চিনাক্ত কৰে আৰক্ষীয়ে ৷

সম্প্ৰতি,আৰক্ষীয়ে তিনিওজনৰ বিৰুদ্ধে নিচাযুক্ত দ্ৰৱ্য সৰবৰাহ আইনৰ অধীনত গোচৰ ৰুজু কৰিছে ৷ গাঞ্জাসমূহ বিক্ৰীৰ বাবে মাজবাটৰ পৰা বালিপৰালৈ আনিছিল দলটোৱে ৷

তেজপুৰত ১১.৫ কে জি গাঞ্জা জব্দ , ৩ জন ধৃট ৷

তেজপুৰ,২৪ জুন : এক বিশেষ সূত্ৰৰ পম খেদি শোনিতপুৰ আৰক্ষীয়ে তিনি জন গাঞ্জা সৰবৰাহকাৰী আটক কৰে ৷তেজপুৰ ডেকাৰ গাঁও ৰেলৱে ষ্টেচনৰ পৰা ৷
শোনিতপুৰ উপ আৰক্ষী অধিক্ষক ৰশ্মি ৰেখা শৰ্মাৰ নেতৃত্বত শালনীবাৰী আউট পষ্টৰ দলে চলোৱা অভিযানত ১১.৫ কে জি ওজনৰ এই বৃহৎ পৰিমানৰ গাঞ্জাৰ লগতে তিনিজন সৰবৰাহ কাৰীকো গ্ৰেপ্তাৰ কৰে ৷

ধৃট সৰবৰাহকাৰী কেইজন শ্বদমেচৰ ডৈমাৰী ২২  , ৰাতিয়া পানিকা ২২, আৰু বিকি পানিকা ১৮ , মাজবাট লামাবাৰীৰ ওদালগুৰী জিলাৰ বুলি চিনাক্ত কৰা হৈছে ৷আনহাতে তিনিও জনৰ ওপৰত নাৰকটিকচ ড্ৰাগচৰ অধিনত এক গোচৰ ৰোজু কৰা হৈছে ৷ এই গাঞ্জা সমূহ মাজবাটৰ পৰা বালিপৰালৈ ব্ক্ৰীৰ বাবে আনিচিলে ৰেলৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.