ETV Bharat / state

তেজপুৰত আছ়ুৰ গণ হুংকাৰ : "কা' আমি নামানো" - শোণিতপুৰ জিলা ছাত্র সন্থা

শোণিতপুৰ জিলা ছাত্র সন্থা আৰু তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত কা' বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ আছু নেতৃত্বই গণ হুংকাৰ প্ৰদান কৰি কয়,কা' আমি নামানো ৷

tezpur assu protest againts CAA
তেজপুৰত আছ়ু গণ হুংকা : "কা' আমি নামানো"
author img

By

Published : Dec 12, 2020, 3:32 PM IST

Updated : Dec 12, 2020, 5:44 PM IST

তেজপুৰ, ১২ ডিচেম্বৰ : এটা বছৰ অতিক্ৰম কৰিলে নাগৰিকত্ব সংশোধিত আইন 2019 বিৰোধী আন্দোলনে ৷ আজিৰে পৰা পুনৰ সদৌ অসম ছাত্ৰ সন্থাই আন আন সংগঠনৰ সাহযোগত আৰম্ভ কৰিছে কা' বাতিলৰ দাবীত গণ হুংকাৰ কাৰ্যসূচী ।

এই উপলক্ষে শোণিতপুৰ জিলা ছাত্র সন্থা আৰু তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত কা' বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্র সন্থাৰ নেতৃত্বৰ স্পষ্ট মত প্ৰকাশ কৰে যে, অসম তথা অসমীয়া জাতিৰ স্বাৰ্থত অসমত কা' বাতিল কৰিব লাগিব ।

tezpur-assu-protest-againts-caa
তেজপুৰত আছ়ুৰ গণ হুংকা

কা' আমি নামানো শ্ল'গানেৰে আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নিতুল বৰাই বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।
তেওঁ কয়, বিজেপি চৰকাৰে অসমৰ লোকক আভুৱা ভৰিছে ।

ইফালে, এই প্ৰতিবাদস্থলীতে কা' আন্দোলনৰ পাঁচ জন শ্বহীদত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শোণিতপুৰ জিলা ছাত্র সন্থাৰ নেতৃত্বৰ লগতে সদস্য-সদস্যা সকলে ৷

লগতে পঢ়ক : কামাখ্যাত উপস্থিত RSS প্ৰধান মোহন ভাগৱত

Last Updated : Dec 12, 2020, 5:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.