ETV Bharat / state

মিছামাৰীত সেনাৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ - etv bharat assam

হঠাতে মন্দিৰটোলৈ অহা-যোৱা কৰা পথছোৱাত সেনাই বিশাল পকীবেৰ নিৰ্মাণ কৰাত ৰাস্তা বন্ধ হৈ পৰে ৷ সেনাৰ এই কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ৷   ভাৰতীয় সেনাই চৌহদৰ পকীবেৰ নিৰ্মাণ কৰাৰ বাবে ক্ষুব্ধ হৈ পৰে ভক্তপ্ৰাণ ৰাইজ ৷

ভাৰতীয় সেনাৰ ওপৰত ক্ষুব্ধ ভক্তপ্ৰাণ ৰাইজ
author img

By

Published : May 13, 2019, 11:30 AM IST

ৰঙাপৰা , 13 মে': শোণিতপুৰ জিলাৰ মিছামাৰীত ভাৰতীয় সেনাই এটা ধৰ্মীয় অনুষ্ঠানলৈ যোৱা পথত চৌহদৰ পকীবেৰ নিৰ্মাণ কৰে ৷ ফলত ঐতিহাসিক মন্দিৰটোলৈ অহা-যোৱা কৰা পথছোৱা চিৰদিনৰ বাবে বন্ধ হৈ পৰে ৷ এই কাৰ্যত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

ভাৰতীয় সেনাৰ ওপৰত ক্ষুব্ধ ভক্তপ্ৰাণ ৰাইজ

উল্লেখ্য যে মিছামাৰীৰ তাঁতশাল গাঁৱৰ নিবাসী প্ৰয়াত কমল চন্দ্ৰ নাথে দান কৰা ভূমিত স্থাপন কৰা শিৱ মন্দিৰত ৰাইজে পূজা-অৰ্চনা কৰি আহিছে ৷ মন্দিৰটোত অনুষ্ঠিত হৈ আহিছে বিভিন্ন অনুষ্ঠান ৷ কিন্তু হঠাতে মন্দিৰটোলৈ অহা-যোৱা কৰা পথছোৱাত সেনাই বিশাল পকীবেৰ নিৰ্মাণ কৰাত ৰাস্তা বন্ধ হৈ পৰে ৷ সেনাৰ এই কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ৷

Intro:মিছামাৰীত ঐতিহাসিক ধৰ্মীয় অনুষ্ঠানৰ পথত ভাৰতীয় সেনাই নিৰ্মাণ কৰিলে চৌহদৰ পকীবেৰঃ ক্ষুব্ধ ভক্তপ্ৰাণ ৰাইজ।Body:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ মিছামাৰীত ভাৰতীয় সেনা ছাউনিৰ কৰ্তৃপক্ষই এটা ধৰ্মীয় অনুষ্ঠানলৈ যোৱা পথত নিৰ্মান কৰিলে চৌহদৰ পকীবেৰ। ফলত ঐতিহাসিক মন্দিৰলৈ অহা-যোৱা কৰা পথচোৱা চিৰদিনৰ বাবে বন্ধ হৈ পৰিল। সেনাৰ বিষয়াসকলৰ এনে কৰ্মকাণ্ডক লৈ বৃহত্তৰ অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজ ক্ষুব্ধ হৈ পৰিছে। উল্লেখযোগ্য মিছামাৰীৰ তাঁতশাল গাঁৱৰ নিৱাসী প্ৰয়াত কমল চন্দ্ৰ নাথে দান কৰা ভূমিত ৰাইজে স্থাপন কৰা শিৱ মন্দিৰত তাহানিৰ পৰাই পূজা অৰ্চনা কৰি আহিছে। তাৰোপৰি মন্দিৰটোত শিৱ পূজাৰ লগতে মাংগলিক অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে। হঠাতে মন্দিৰটোলৈ অহা-যোৱা কৰি থকা পথচোৱা বিশাল পকীবেৰ নিৰ্মাণ কৰাত দীৰ্ঘদিনৰ বাবে বন্ধ হৈ পৰে। ভাৰতীয় সেনাৰ ছাউনীৰ কৰ্তৃপক্ষৰ মইমতালিত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.