তেজপুৰ, ১০ এপ্ৰিলঃ তেজপুৰ লোকসভা সমষ্টিৰ বাবে নিয়োজিত হৈছে নতুন আৰক্ষী পৰ্যবেক্ষক । তেজপুৰ লোকসভা সমষ্টিৰ নিৰাপত্তাৰ দিশটো পৰ্যবেক্ষণৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে নিয়োগ কৰা আৰক্ষী পৰ্যবেক্ষক বিঃ মাল্লা ৰেদ্দিক স্থলাভিষিক্ত কৰি তেখেতৰ ঠাইত নতুনকৈ শংকৰ জিৱাল আই-পি-এচক নিযুক্তি দিছে আৰক্ষী পৰ্যবেক্ষক হিচাপে । নিৰ্বাচন সম্বন্ধীয় কিবা অভিযোগ থাকিলে জিলাখনৰ ৰাইজে যোগাযোগ কৰিব পাৰিব আৰক্ষী পৰ্যবেক্ষক গৰাকীক ।
তেখেতৰ যোগাযোগ নম্বৰঃ ৬০০২৬-৬৭৬৯৬ নাইবা ০৩৭১২-২২৩২০৯
তেজপুৰ লোকসভা সমষ্টিৰ বাবে নতুন আৰক্ষী পৰ্যবেক্ষক নিয়োজিত - লোকসভা সমষ্টি
নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ নিৰ্বাচন আয়োগে নিযুক্তি দিছে নতুন আৰক্ষী পৰ্যবেক্ষক
![তেজপুৰ লোকসভা সমষ্টিৰ বাবে নতুন আৰক্ষী পৰ্যবেক্ষক নিয়োজিত](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2963271-thumbnail-3x2-jiwal.jpg?imwidth=3840)
শংকৰ জিৱাল
তেজপুৰ, ১০ এপ্ৰিলঃ তেজপুৰ লোকসভা সমষ্টিৰ বাবে নিয়োজিত হৈছে নতুন আৰক্ষী পৰ্যবেক্ষক । তেজপুৰ লোকসভা সমষ্টিৰ নিৰাপত্তাৰ দিশটো পৰ্যবেক্ষণৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে নিয়োগ কৰা আৰক্ষী পৰ্যবেক্ষক বিঃ মাল্লা ৰেদ্দিক স্থলাভিষিক্ত কৰি তেখেতৰ ঠাইত নতুনকৈ শংকৰ জিৱাল আই-পি-এচক নিযুক্তি দিছে আৰক্ষী পৰ্যবেক্ষক হিচাপে । নিৰ্বাচন সম্বন্ধীয় কিবা অভিযোগ থাকিলে জিলাখনৰ ৰাইজে যোগাযোগ কৰিব পাৰিব আৰক্ষী পৰ্যবেক্ষক গৰাকীক ।
তেখেতৰ যোগাযোগ নম্বৰঃ ৬০০২৬-৬৭৬৯৬ নাইবা ০৩৭১২-২২৩২০৯
তেজপুৰ লোকসভা সমষ্টিৰ বাবে নতুন আৰক্ষী পৰ্যবেক্ষক নিয়োজিত
তেজপুৰ, ১০ এপ্ৰিল : তেজপুৰ লোক সভা সমষ্টিৰ নিৰাপত্তা দিশটো পৰ্যবেক্ষণৰ বাবে ভৰতৰ নিৰ্বাচন আয়োগে নিয়োগ কৰা আৰক্ষী পৰ্যবেক্ষক বিঃ মাল্লা ৰেদ্দিক স্থলাভিষিক্ত কৰি তেখেতৰ ঠাইত নতুনকৈ শংকৰ জিৱাল আই-পি-এচ, ক আৰক্ষী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। নিৰ্বাচন সম্বন্ধীয় কিবা অভিযোগ আদি থাকিলে জিলাখনৰ ৰাইজে পৰ্যবেক্ষক গৰাকীক তেখেতৰ ফোন নম্বৰ ৬০০২৬-৬৭৬৯৬ নাইবা ০৩৭১২-২২৩২০৯ ত যোগাযোগ কৰিব পাৰিব।
Pranab kumar Das
Tezpur
10/4/19