ETV Bharat / state

তেজপুৰত ব্ৰহ্মপুত্ৰৰ বুকুত কিশোৰৰ সলিল সমাধি

author img

By

Published : Jun 8, 2019, 9:39 PM IST

এচ ডি আৰ এফ বাহিনীৰ অভিযানত উদ্ধাৰ কিশোৰজনৰ মৃতদেহ৷

তেজপুৰত ব্ৰহ্মপুত্ৰৰ বুকুত কিশোৰৰ সলিল সমাধি

তেজপুৰ, 8 জুন : তেজপুৰত কিশোৰৰ সলিল সমাধি৷ তেজপুৰৰ ১ নং ভোমোৰাগুৰিত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ বিয়লি ব্ৰহ্মপুত্ৰত বুৰ যায় এগৰাকী কিশোৰ৷

কিশোৰজনৰ নিৰুদ্দেশৰ পাচতেই এচ ডি আৰ এফ বাহিনীয়ে ব্ৰহ্মপুত্ৰ বুকুত অভিযান চলায় সন্ধিয়া প্ৰায় 6 বজাত উদ্ধাৰ কৰে কিশোৰজনৰ মৃতদেহ৷ নিহত কিশোৰজন আৰিফুল ইছলাম বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে৷

Intro:তেজপুৰত কিশোৰৰ সলিল সমাধি

তেজপুৰ ,০৮ জুন : তেজপুৰত কিশোৰৰ সলিল সমাধি ৷ তেজপুৰৰ ১নম ভোমোৰাগুৰিৰ এজন কিশোৰে আজি বিয়লি তেজপুৰ হনুমান মন্দিৰৰ কাষৰীয় ব্ৰহ্মপুত্ৰত গাধুলৈ গৈ নিৰুদেশ হোৱাৰ পিছতে উদ্ধাৰ অভিযানত নামে এচ ডি আৰ এফ আৰু নদী আৰক্ষীৰ দল ৷
বিয়লি ৩ বজাৰ পৰা চলা এই অভিযানত আৰিফুল ইচলাম (১৫), কিশোৰ জনক সন্ধিয় ৬ বজাত উদ্ধা কৰিবলে সক্ষম হয় ৷Body:Pranab kumar DasConclusion:Tezpur
8/6/19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.