ETV Bharat / state

শোণিতপুৰত বিধ্বংসী ধুমুহা, তচনচ ৰাজহুৱা সা-সম্পত্তি - assam news

15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এডাল প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত এটা বাসগৃহ সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাৰ লগতে নিশা বহু পৰলৈকে যাতায়ত ব্যাহত হৈ পৰে ৷ লগতে কথমপি প্ৰাণৰক্ষা পৰে বাসগৃহটোত থকা কেইবাজনো লোকৰ

শোণিতপুৰ বালিপৰা-খনামুখত বিধ্বংসী ধুমুহা
author img

By

Published : May 30, 2019, 1:44 PM IST

শোণিতপুৰ, 30 মে': শোনিতপুৰৰ বালিপাৰা, খনামুখত বিধ্বংসী ধুমুহাৰ তাণ্ডৱ ৷ ধুমুহাৰ ভাঙি পৰে বিদ্যুতৰ খুঁটা, উভালি পৰে গছ-গছনি । বুধবাৰে নিশা অহা এজাক ধুমুহাৰ ফলত বালিপৰা আৰু খনামুখৰৰ বিভিন্ন অঞ্চলত গছ-গছনি ভাঙি পৰাত কেইবাটাও বাসগৃহৰ ক্ষতি সাধন হয় । ইফালে ধুমুহাৰ ফলত বিদ্যুৎ পৰিবাহী খুঁটা ভাঙি পৰাত বিদ্যুৎ যোগান সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰে অঞ্চলটোত । আনহাতে, 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এডাল প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত এটা বাসগৃহ সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাৰ লগতে নিশা বহু পৰলৈকে যাতায়ত ব্যাহত হৈ পৰে । লগতে কথমপি প্ৰাণৰক্ষা পৰে বাসগৃহটোত থকা কেইবা গৰাকী ব্যক্তিৰ ।

Intro:বালিপৰা-খনামুখত বিধ্বংসী ধুমুহা বতাহ। ভাঙি।বিদ্যুতৰ খুঁটা, উঘালি পৰি গছ-গছনি।Body:ৰঙাপৰাঃ শোনিতপুৰ জিলাৰ বালিপৰা, খনামুখত বিধ্বংসী ধুমুহাৰ তাণ্ডৱ ৷ বুধবাৰে নিশা অহা এজাক ধুমুহাৰ ফলত বালিপৰা আৰু খনামুখৰৰ বিভিন্ন অঞ্চলত গছ-গছনি ভাঙি পৰাত কেইবাটাও বাসগৃহ ক্ষতি সাধন হয়। ইফালে ধুমুহাৰ ফলত বিদ্যুৎ পৰিবাহী খুঁটা ভাঙি পৰাত বিস্তৰ ক্ষতি সাধন। তাৰোপৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এডাল প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত নিশা বহু পৰলৈকে যাতায়ত ব্যাহত হৈ পৰে। ৰাষ্ট্ৰীয় ঘাইপথটিৰ কাষত থকা প্ৰকাণ্ড গছডাল উভালি পৰাত এটা বাসগৃহ সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাৰ লগতে কথমপি প্ৰানৰক্ষা পৰে কেইবাজনো লোক। ইয়াৰ ওপৰিও বহুকেইটা বিদ্যুতৰ খুটা ভাগি পৰাত অঞ্চলজুৰি বিদ্যুৎ যোগান সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.