ETV Bharat / state

ৰিপুন বৰা, তৰুণ গগৈ আৰু দেৱব্ৰত শইকীয়া ৫০ টকীয়া প্লাষ্টিকৰ কাৰ্পেট

কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, তৰুণ গগৈ আৰু দেৱব্ৰত শইকীয়াক ঘুণেধৰা টেবুলৰ ওপৰত পাৰি থোৱা এখন ৫০ টকীয়া প্লাষ্টিকৰ কাৰ্পেটৰ লেখিয়া বুলি উল্লেখ কৰি কয় যে, কংগ্ৰেছৰ অধিকাংশ বিধায়কেই বাংলাদেশী মূলৰ ৷ তেওঁলোকে জয় আই অসম বুলি কোৱাৰ অধিকাৰ নাই ৷ কেব গৃহীত হ'লে আছুৱে আনকো মিঠাই খুৱাব আৰু নিজেও খাব বুলিও মন্তব্য কৰে মমিনুল আৱালে ৷

State BJP Minority Chairman slam AASU AGP AND CONG.
কংগ্ৰেছক সমালোচনা মমিনুল আৱালৰ
author img

By

Published : Dec 2, 2019, 8:39 PM IST

তেজপুৰ, 2 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত থকা আন্দোলনক এখন ফুটবল খেলৰ লগত তুলনা কৰিলে বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ সভাপতি মমিনুল আৱালে ৷ সোমবাৰে তেজপুৰত সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত বহুকেইটা বিস্ফোৰক মন্তব্য কৰে মমিনুল আৱালে ৷

কেবৰ বিৰুদ্ধে অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চলাই যোৱা অন্দোলনক মৌলবাদী শক্তিৰ দ্বাৰা পৰিচালিত বুলি আখ্যা দিয়ে আৱালে ৷ ইমানেই নহয়, সদৌ অসম ছাত্ৰ সন্থাৰ কেব বিৰুধী আন্দোলনকো অপব্যাখ্যা কৰিলে বিজেপি নেতাগৰাকীয়ে ৷

অখিল গগৈৰ অন্দোলন মৌলবাদী শক্তিৰ পৰিচালিত

ইফালে কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, তৰুণ গগৈ আৰু দেৱব্ৰত শইকীয়াক ঘুণেধৰা টেবুলৰ ওপৰত পাৰি থোৱা এখন ৫০ টকীয়া প্লাষ্টিকৰ কাৰ্পেটৰ লেখিয়া বুলি উল্লেখ কৰি কয় যে, কংগ্ৰেছৰ অধিকাংশ বিধায়কেই বাংলাদেশী মূলৰ ৷ তেওঁলোকে জয় আই অসম বুলি কোৱাৰ অধিকাৰ নাই ৷ আগতে সেই সকলক অসমৰ পৰা খেদি পঠিয়াওক তেতিয়াহে জয় আই অসম বুলি কোৱাৰ অধিকাৰ পাব কংগ্ৰেছে ৷ ৰকিবুল হুছেইনৰ পিতৃয়ে ১৯৫৮ চনত বাংলাদেশৰ পৰা নগাঁৱলৈ অহা বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

ৰকিবুল হুছেইনৰ দেউতাক বাংলাদেশী

ইমানে নহয়, সদৌ অসম ছাত্ৰ সন্থাক সমালোচনা কৰিবলৈ গৈ অসম আন্দোলনৰ প্ৰসংগ টানি আনি কয় কয় যে, অসম আন্দোলনত বিৰোধিতা কৰি জন্ম হোৱা আমছুৰ লগতে একেলগে আন্দোলন কৰা আছুৱে কেব গৃহীত হ'লে মিঠাই খুৱাব ৷

কেব গৃহীত হ'লে আছুৱে মিঠাই খুৱাব

Intro:তেজপুৰ,২ ডিচেম্বৰ: CAB ৰ আন্দোলন এতিয়া এখন মাত্ৰ ফুটবল খেল ৷ ফুটবল খেলৰ দৰে বেলেগৰ জাৰ্চি পিন্ধি বেলেগে পিন্ধি বেলেগৰ হৈ বেলেগে খেলিছে CAB ৰ আন্দোলনৰ খেলখনত ৷ মৌলবাদী সংগঠনৰ মুখ্য পৃষ্ঠপোষকতাত আৰু আৰ্থিক সহায়ত অখিল গগৈয়ে ৰাজ্যত CAB বিৰোধি আন্দোলন কৰিছে আছু ও তেনেবোৰ শক্তিৰ দ্বাৰাই পৰিচালিত ৷ এই মন্তব্য ৰাজ্যিক বিজেপিৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ তথা অৰুণাচল আৰু নগালেণ্ডৰ সংখ্যালঘু কোষৰ ৰাষ্ট্ৰীয় প্ৰভাৰী মমিনুল আৱালৰ ৷

Body:আজি তেজপুৰত সাংবাদিক সকলৰ আগত CAB প্ৰসংগত আছুক সমালোচনা কৰি কয়, যি প্ৰফুল্ল কুমাৰ মহন্তই ছাত্ৰকালত বিদেশী খেদা আন্দোলন কৰিছিল সেইজন মহন্ত মুখ্যমন্ত্ৰী থকাৰ কালত বিদেশী খেদিব নালাগে বুলি চুক্তি কৰিছিল ৷
BYTE: মমিনুল আৱাল, সংখ্যালঘু উন্নয়ন বৰ্ড, সভাপতি৷( ৰাজ্যিক বিজেপি)Conclusion:ইফালে কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, তৰুণ গগৈ আদি ঘুণেধৰা টেবুল এখনত পাৰি থোৱা এখন ৫০ টকীয়া প্লাস্টিকৰ কাৰ্পেটৰ লেখিয়া বুলি উল্লেখ কৰি কয়, কংগ্ৰেছৰ বেছিকেইজন বিধায়কেই বাংলাদেশী মূলৰ তেওঁলোকে জয় আই অসম বুলি কোৱাৰ অধিকাৰ নাই৷ আগতে সেই সকলক অসমৰ পৰা খেদি পঠিয়াওক তেতিয়াহে জয় আই অসম বুলি কোৱাৰ অধিকাৰ পাব কংগ্ৰেছে৷ ৰকিবুল হুছেইনৰ পিতৃয়েই ১৯৫৮ চনত বাংলাদেশৰ পৰা নগাৱলৈ অহা বুলি তেও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ CAB গৃহীত হলে প্ৰথমে আছুয়েই মিঠাই খাব আৰু খুৱাব বুলিও তেওঁ কয়৷

প্ৰণন কুমাৰ দাস ৷
তোজপুৰ ৷
২/১২/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.