ৰঙাপাৰা , 19 মে ': সৰ্পবান্ধৱ তথা প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীয়ে দেওবাৰে অৰ্থাৎ আজি 6 ডাল অজগৰ সাপ আৰু এই বৰ্ষৰ সৰ্ববৃহৎ চকৰী ফেঁটি সাপ এডাল মুকলি কৰে ৷ তেজপুৰৰ বিভিন্ন ঠাইৰ পৰা বৰকটকীয়ে উদ্ধাৰ কৰা সাপ কেইডাল আজি জিলা বন বিভাগৰ সহযোগত তেওঁ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ সমীপৱৰ্তী বালিপৰা সংৰক্ষিত বনাঞ্চলত মুকলি কৰে ৷
বালিপৰা সংৰক্ষিত বনাঞ্চলত অজগৰ-চকৰী ফেঁটি মুকলি কৰিলে সৰ্পবান্ধৱে - সৰ্পবান্ধৱে
বিভিন্ন ঠাইৰ পৰা সৌৰভ বৰকটকীয়ে উদ্ধাৰ কৰা সাপ কেইডাল আজি জিলা বন বিভাগৰ সহযোগত তেওঁ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ সমীপৱৰ্তী বালিপৰা সংৰক্ষিত বনাঞ্চলত মুকলি কৰে ৷
অজগৰ-চকৰি ফেঁটি মুকলি কৰিলে সৰ্পবান্ধৱে
ৰঙাপাৰা , 19 মে ': সৰ্পবান্ধৱ তথা প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীয়ে দেওবাৰে অৰ্থাৎ আজি 6 ডাল অজগৰ সাপ আৰু এই বৰ্ষৰ সৰ্ববৃহৎ চকৰী ফেঁটি সাপ এডাল মুকলি কৰে ৷ তেজপুৰৰ বিভিন্ন ঠাইৰ পৰা বৰকটকীয়ে উদ্ধাৰ কৰা সাপ কেইডাল আজি জিলা বন বিভাগৰ সহযোগত তেওঁ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ সমীপৱৰ্তী বালিপৰা সংৰক্ষিত বনাঞ্চলত মুকলি কৰে ৷
Intro:বালিপৰা সংৰক্ষিত বনাঞ্চলত অজগৰ আৰু চকৰি ফেটি মুকলি কৰিলে সৰ্পবান্ধৱ খ্যাত সৌৰভ বৰকটকীয়ে।Body:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ সমৱৰ্তী বালিপৰা সংৰক্ষিত বনাঞ্চলত ৬ ডাল অজগৰ সাপ আৰু এই বৰ্ষৰ সৰ্ববৃহৎ এডাল চকৰী ফেটি সাপ মুকলি কৰে বন বিভাগৰ অবৈতনিক ৱাৰ্ডেন, সৰ্পবান্ধৱ তথা প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীয়ে। তেজপুৰৰ বিভিন্ন ঠাইৰ পৰা বৰকটকীয়ে উদ্ধাৰ কৰা ৬ ডালকৈ সাপ আজি জিলা বন বিভাগৰ সহযোগত মুকলি কৰি দিয়ে। উল্লেখ্য যে আটাইকেইডাল সাপক বৰকটকীয়ে উদ্ধাৰ কৰাৰ পিছত নিজা ব্যৱস্থাপনাৰে সাপকেইডালক ৰখাৰ অন্তত আজি এনেদৰে বালিপৰা সংৰক্ষিত বনাঞ্চলখনত মুকলি কৰে। ইয়াৰ পূৰ্বেও সৌৰভ বৰকটকী য়ে কেইবাডালো সাপ উক্ত বনাঞ্চলখনত মুকলি কৰি দিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .