ETV Bharat / state

AN 32 সন্ধানঃ সাতদিনেও সন্ধান নাই বায়ুসেনাৰ অভিশপ্ত নিৰুদ্দিষ্ট বিমানৰ - ITBP

বিগত সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা ভাৰতীয় বায়ু সেনাৰ AN 32 বিমানৰ বৰ্তমানেও সন্ধান ওলোৱা নাই ৷ সেনাবাহিনীৰ লগতে ইছৰোৰ উপগ্ৰহও ব্যৰ্থ হৈ পৰিছে অভিশপ্ত বিমানখনৰ সন্ধান উলিওৱাত ৷ শেহতীয়াকৈ উদ্ধাৰ কাৰ্যত অংশগ্ৰহণ কৰিছে অৰুণাচলৰ স্থানীয় জনতাই ৷

AN 32 সন্ধানঃ উদ্ধাৰকাৰী বাহিনীক সহযোগ স্থানীয় জনতাৰ
author img

By

Published : Jun 9, 2019, 8:44 PM IST

তেজপুৰ, 9 জুনঃ বিগত সোমবাৰৰ পৰাই নিৰুদ্দিষ্ট হৈ থকা ভাৰতীয় বায়ু সেনাৰ বিমান AN 32ৰ আজি সাতদিনৰ পিচটো সন্ধান ওলোৱা নাই ৷ যোৰহাট বায়ু সেনা চাউনীৰ পৰা অৰুণাচলৰ মেচুকালৈ বুলি উৰা মৰা বিমানখনে আদবাটতে সংযোগ বিহীন হৈ আজিলৈ নিৰুদ্দেশ হৈ আছে ৷

অধিক পঢ়কঃ বায়ু সেনাৰ বিমান ট্ৰেজেদীঃ ক'ত আৰু কেনেকৈ সন্ধানহীন হ'ল AN 32 বিমানখন

  • Today, #CAS visited Air Force Station #Jorhat to assess the ongoing search operations. He was given a detailed briefing about the operations and was apprised with inputs received so far. He interacted with families of the officers and airmen who were onboard the aircraft. 6/6

    — Indian Air Force (@IAF_MCC) June 8, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

বিমানখনৰ উদ্ধাৰকাৰ্যত বায়ুসেনা, নৌসেনা আৰু স্থলসেনাৰ উন্নত বিমানৰ লগতে হেলিকপ্টাৰ তথা কোৱাডকপ্টাৰৰ লগতে ইছৰোৰ উপগ্ৰহও ব্যৱহাৰ কৰা হৈছিল যদিও সকলো ব্যৰ্থ হৈছে ৷ আনহাতে সেনাৰ উদ্ধাৰকাৰী দলক সহযোগ কৰিছে আইটিবিপিৰ লগতে অৰুণাচল আৰক্ষীৰ দলেও ৷ সপ্তম দিনত ভৰি দিয়া উদ্ধাৰ অভিযানত প্ৰতিকূল বতৰে বাধাৰ সৃষ্টি কৰিছে যদিও উদ্ধাৰকাৰী বাহিনীৰ সৈতে বিমানখনৰ সন্ধানত নামি পৰে একাংশ স্থানীয় লোক ৷ ইতিমধ্যে বায়ুসেনাই বিমানখনৰ লগতে বিমানখনত থকা তেৰগৰাকী বায়ুসেনাৰ সন্ধান দিওঁতালৈ পাঁচ লাখ টকাৰ লগতে অৰুণাচল চৰকাৰেও পঞ্চাশ হাজাৰ টকাৰ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে ৷

AN 32 সন্ধানঃ উদ্ধাৰকাৰী বাহিনীক সহযোগ স্থানীয় জনতাৰ

ৰাজ্যখনৰ কায়ং আৰু মেচুকা পাহাৰৰ মাজত আজি বায়ু সেনাই অভিযান চলায় যদিও ব্যৰ্থ হৈ উভটে বায়ুসেনাৰ হেলিকপ্টাৰ ৷ আনহাতে স্থানীয় ৰাইজৰ তিনি-চাৰিজনীয়া কেইবাটাও দলে দৰজিলিং নামৰ ঠাইত অভিযানৰ বাবে নামি পৰিছে ৷ মেচুকাৰ পৰা প্ৰায় সত্তৰ কিলোমিটাৰ দুৰত্বত থকা চীন সীমান্তৰ নিকটৱৰ্তী বৰফেৰে আবৃত এই পাহাৰতে বায়ু সেনাৰ বিমানখন ধ্বংসপ্ৰাপ্ত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ ইয়াৰ উপৰিও মেচুকাৰ পৰা লামাং আৰু জৰলুং অঞ্চলটো স্থানীয় চিকাৰীয়ে বিমানখনৰ সন্ধান অব্যাহত ৰাখিছে ৷

NB : DESK PLZ MARK ALL PIX .
REGARDS.

প্ৰতিকূল বতৰকো নেওচি  উদ্ধাৰ অভিযানত স্থানীয় লোক 

৭ম দিনাৰ  বায়ুসেনাৰ উদ্ধাৰ  অভিযান  বাধা  অৰুনাচলত  নিৰুদিষ্ট বায়ু সেনাৰ AN-32 বিমানৰ : স্থল সেনা, আই টি বি পি স্থানীয় লোকৰ অভিযান অব্যাহত ৷

তেজপুৰ ,০৯ জুন : ভাৰতীয় বায়ু সেনা বাহিনীৰ সোমবাৰে যোৰহাটৰ পৰা অৰুনাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশিলনৰ বাবে যোৱা এন্টনোভ AN 32 মালবাহী জাহাজৰ উদ্ধাৰ কাৰ্যত আজি অভিযানত প্ৰতিকুল বতৰে অশুবিধাৰ সৃষ্টি কৰাৰ পিছত দুপৰীয়াৰ অভিযান আৰম্ভ হয় যদিও বায়ু সেনাই  এখনো হেলিকপ্তাৰ অৱতৰন কৰিব নোৱাৰিলে কায়ং পাহাৰ আৰু মেচুকাৰ মাজত ৷ এই তথ্য  সদৰি কৰে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং  কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷

বায়ুসেনা বাহিনীয়ে শনিবাৰে সন্ধান দিব পৰা লোকক ৫ লাখ টকাৰে পুৰস্কিত কৰিব বুলি ঘোষনা কৰাৰ লগতে অৰুনাচল প্ৰদেশৰ চৰকাৰেও নিৰুদিষ্টি বিমানৰ লগতে ১৩ জন ব্যক্তিৰ সন্ধান দিওতাক ৫০, ০০০   টকাৰে পুৰস্কিত কৰাৰ খৱৰৰ ভিত্তিত আজি আল' আৰু মেচুকাৰ পৰা ৩-৪ জনীয়া  কেইবাটাও দল সেই দুৰ্গম অঞ্চললৈ সন্ধানত নামি পৰিছে ৷ এই অভিযানৰ এস্কুচিভ ভিডিঅ ইটিভি ভাৰতৰ হাতত আহি পৰিছে ৷ (See video).

উল্লেখযোগ্য মেচুকা আৰু আল'ৰ মাজত থকা কায়ংৰ অতব্য অৰণ্যত স্থানীয় লোক সেনা বাহিনীৰ লগত অভিযান আৰম্ভ কৰিছে ৷আল'ৰ পৰা কায়ঙৰ মাজত দুৰত্ব ৪৫ কিঃ মিঃ আৰু মেচুকাৰ পৰা কায়ংলৈ ১৪০ কিঃ মিঃ ৷

দুৰভগীয়া বায়ুসেনাৰ জাহাজ খন ৰ সন্ধানৰ বাবে মেচুকা আৰু আল'ৰ মাজত থকা দুৰ্গম পাহাৰৰ তলত অভিযান চলাইছে ৷
মেচুকাৰ পৰা প্ৰয় ৭০ কি ঃমিঃ দুৰত্বত চীন সীমান্ত আৰু বৰফৰে আবৃত্ত সমগ্ৰ পাহাৰ , তাৰ মাজত এই দৰজিলিং পাহাৰৰ নামনী অঞ্চলত স্থানীয়লোকে অভিযানৰ বাবে নামিছে , মেচুকাৰ পৰা লামাং আৰু জৰলুং অঞ্চলৰ পাহাৰীয়া অঞ্চললৈ স্খানীয় চিকাৰীৰ লগত দুই এজন কৈ গোট বান্ধি সন্ধানৰ বাবে গৈছে ৷

(NB: Hills name Dorjiling )

 যোৱা সোমবাৰে ভাৰতীয় বায়ু সেনাৰ এই AN -32 বিমান খনে যোৰহাটৰ পৰা ভাৰত চীন সীমান্ত অৰুনাচল প্ৰদেশৰ পূৱ দিশে মেচুকালৈ মুঠ ১৩ বায়ুসেনাৰ বিষয়াৰ সৈতে দৈনন্দিন অনুশিলনৰ বাবে গৈছিল আৰু দিনৰ ১২:২৫ যোৰহাট বায়ুসেনা বাহিনীৰ পৰা উৰামৰাৰ ৩৫ মিনিট পিছত অৰ্থাৎ ১:০০ বজাত এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা সংযোগ বিচিন্ন হৈছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.