ETV Bharat / state

তেজপুৰত ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও কৰিলে জিলা উপায়ক্তৰ কাৰ্যালয় - তেজপুৰতো আয়োজন কৰা বিশেষ অনুষ্ঠান

তেজপুৰত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও কৰে জিলা উপায়ুক্তৰ কাৰ্যালয় ৷ গণৰাজ্য দিৱস উপলক্ষে অনুষ্ঠিত হোৱা পেৰডত চৰকাৰী বিদ্যালয়ক অৱজ্ঞা কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক পুৰষ্কাৰ প্ৰদান কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে ঘেৰাও কৰে উপায়ক্তৰ কাৰ্যালয় ৷

School student protest after taking R - Day Parade in front Sonitpur DC office
তেজপুৰত ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও জিলা উপায়ক্তৰ কাৰ্যালয়
author img

By

Published : Jan 26, 2020, 11:30 PM IST

তেজপুৰ, ২৬ জানুৱাৰী : আজি দেশৰ লগতে সমগ্ৰ ৰাজ্যতে পালন কৰা হয় 71সংখ্যক গণৰাজ্য দিৱস ৷ এই গণৰাজ্য দিৱস উপলক্ষে তেজপুৰতো আয়োজন কৰা হৈছিল পেৰেড ৷ পেৰেডত অংশ গ্ৰহণ কৰা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ঘেৰাও কৰে জিলা উপায়ুক্তৰ কাৰ্যালয় ৷

তেজপুৰত ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও জিলা উপায়ক্তৰ কাৰ্যালয়

ঘটনা অনুসৰি,তেজপুৰত গণৰাজ্য দিৱস উপলক্ষে পেৰেডত অংশগ্ৰহণ কৰিছিল বহু চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ কিন্তু পেৰেডত অংশ্ৰহণ কৰা একাংশ চৰকাৰী ছাত্ৰ-ছাত্ৰীৰ অভিযোগ পেৰেডত প্ৰতিবছৰে চৰকাৰী বিদ্যালয়ক বঞ্চিত কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক বুজাবুজিৰে পুৰস্কাৰ প্ৰদান কৰি অহা হৈছে জিলা প্ৰশাসনে ৷ যাৰ বাবে কণ-কণ ছাত্ৰ-ছাত্ৰীসকলে কান্দি-কান্দি ঘেৰাও কৰে জিলা উপায়ক্তৰ কাৰ্যালয় ৷

অন্য এক খবৰৰ বাবে : দৰঙত ভতিজাকে হত্যা কৰিলে খুৰীয়েকক

ছাত্ৰ-ছাত্ৰীসকলৰ মন্তব্য অনুসৰি, প্ৰতি বছৰৰ দৰে এই বছৰো চৰকাৰী বিদ্যালয়ক অৱহেলা কৰি তেজপুৰ জিলাৰ এখন ব্যক্তিগত খণ্ডৰ কন্যা বিদ্যালয় তেজপুৰ কণ্ভেন্টক পুৰষ্কাৰেৰে পুৰষ্কিত কৰা হৈছে ৷

Intro:তেজপুৰ, ২৬ জানুৱাৰী : তেজপুৰত গনৰাজ্য দিৱসৰ মাৰ্চপাস্টত অংশ লোৱা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰছাত্ৰীয়ে ঘেৰাও কৰিলে জিলা উপায়ুক্তৰ কাৰ্যালয়৷

মাৰ্চপাস্টত প্ৰতিবছৰে চৰকাৰী বিদ্যালয়ক বঞ্চিত কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক বুজাবুজিৰে পুৰস্কাৰ প্ৰদানৰ কৰাৰ অভিযোগ কন কন ছাত্ৰ ছাত্ৰীৰ ৷ কান্দি কান্দি অভিযোগ কৰিলে ছাত্ৰছাত্ৰী সকলে ৷Body:গনৰাজ্য দিৱসত বিভিন্ন সামৰিক বাহিনীৰ লগতে বিদ্যালয় সমূহৰ ছাত্ৰ ছাত্ৰীয়ে অভিবাদনত অংশ গ্ৰহন কৰে ৷ প্ৰত্যেক বছৰৰ দৰে এইবাৰো ভালদৰে অংশ গ্ৰহন কৰাৰ পাছত মাত্ৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ত ছাত্ৰীকহে জিলা প্ৰশাসনে অভিবাদনত প্ৰত্যেক বছৰৰ দৰে এইবাৰো এখন ব্যক্তিগত খণ্ডৰ কন্যা বিদ্যালয় তেজপুৰ কণ্ভেন্টক পুৰষ্কাৰৰে পুৰষ্কিত কৰাক লৈ এই ক্ষোভ ছাত্ৰ ছাত্ৰীৰ ৷
Bite: তেজপুৰ একাদেমীৰ ছাত্ৰী ৷Conclusion:প্ৰণৱ কুমাৰ দাস ৷
তেজপুৰ ৷
২৬/১/২০২০ ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.