তেজপুৰ, 14 মাৰ্চঃ বৃহস্পতিবাৰে এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৰ ভালুকপুঙত ৷ এখন ৰৈ থকা বাহনৰ পৰা পৰি নিহত হয় ৰাজ সোনাৰ নামক যুৱকজন ৷ বৰ্তমান লৈকে মৃত যুৱকজনৰ ঘৰ ক’ত জানিব পৰা হোৱা নাই ৷
শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তত পথ দুৰ্ঘটনা - শোণিতপুৰ
শোকাৱহ পথ দুৰ্ঘটনা নিহত এজন
পথ দুৰ্ঘটনা, নিহত এক