ETV Bharat / state

শোণিতপুৰত গঁড়ৰ আক্ৰমণত নিহত 1 - etv bharat assam

শুকুৰবাৰে গৰু খেদিবলৈ যোৱা সময়তে কাজিৰঙাৰ পৰা ওলাই অহা এটি গঁড়ে আক্ৰমণ কৰে কৃষ্ণ বাহাদুৰ আচাৰ্য নামৰ ব্যক্তিগৰাকীক ৷ ফলত থিতাতে নিহত হয় ব্যক্তিজন ৷

শোণিতপুৰত গড়ৰ আক্ৰমণত নিহত 1 জন
author img

By

Published : Jul 6, 2019, 7:00 AM IST

শোণিতপুৰ, 5 জুলাইঃ কাজিৰঙাৰ গঁড়ৰ আক্ৰমণত নিহত বিশ্বনাথৰ এজন ব্যক্তি ৷ শুকুৰবাৰে গৰু খেদিবলৈ যোৱা সময়তে কাজিৰঙাৰ পৰা ওলাই অহা এটি গঁড়ে আক্ৰমণ কৰে কৃষ্ণ বাহাদুৰ আচাৰ্য্য নামৰ ব্যক্তিগৰাকীক ৷ ফলত থিতাতে নিহত হয় ব্যক্তিজন ৷ বিশ্বনাথ পানপুৰ মথাউৰিৰ কাষতে আক্ৰমণ কৰি হত্যা কৰে ব্যক্তিজনক । আনহাতে, চতিয়াৰ এই অঞ্চলত বন্য প্ৰাণীৰ আক্ৰমণত কেইবাজনো লোকে প্ৰাণ দিব লগা হৈছে বুলি মত ব্যক্ত কৰে স্থানীয় ৰাইজে ৷ ঘটনা সন্দৰ্ভত বন বিভাগক অভিযোগ দি অহাৰ পাচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ অঞ্চলবাসীৰ ৷

শোণিতপুৰত গড়ৰ আক্ৰমণত নিহত 1 জন

উল্লেখ্য যে, বনবিভাগে কাজিৰঙা ষষ্ঠ সংযোজনৰ বিশ্বনাথ পানপুৰ মাথাউৰিৰ কাষত চলাৰ ফেনচিংৰ ব্যৱস্থা কৰিছে বুলি কৈছে যদিও সেইয়া বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হৈছে । চলাৰ ফেনচিংৰ বেটাৰি বেচিভাগ সময় বিকল হৈ থাকে বুলি অভিযোগ স্থানীয় ৰাইজৰ ।

Intro:কাজিৰঙা ষষ্ঠ সংযোনৰ দাতি কাষৰিয়া চতিয়াৰ ওপৰ গড়পালত আজি কাজিৰঙাৰ পৰা ওলাই অহা এটা গড়ে গৰু খেদিবলৈ যোৱা কৃষ্ণ বাহাদুৰ আচাৰ্য্য(৮০) নামৰ লোকজনক বিশ্বনাথ পানপুৰ মথাউৰিৰ কাষতে আক্ৰমন কৰি হত্যা কৰে।Body:চতিয়াৰ এই অঞ্চলটোত বিগত বৰ্ষ সমূহতো কেইবাজনো লোকে বন্য জন্তুৰ আক্ৰমনত প্ৰাণ দিব লগা হৈছিল।
অঞ্চলটোৰ ৰাইজে বন্য জন্তুৱে চলাই অহা উপদ্ৰবৰ বিষয়ে বাৰম্বাৰ অভিযোগ দিয়াৰ পাছতো গুৰুত্ব দিয়া নাছিল বুলি অভিযোগ কৰিছে।
Conclusion:বনবিভাগে কাজিৰঙা ষষ্ঠ সংযোজনৰ বিশ্বনাথ পানপুৰ মাথাউৰিৰ কাষত চলাৰ ফেনচিংৰ ব্যৱস্থা কৰিছে বুলি কৈছে যদিওঁ সেইয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। চলাৰ ফেনচিংৰ বেটাৰি বেচিভাগ সময় বিকল হৈ থাকে বুলি অভিযো কৰিছে ৰাইজে।
Pransankar bhuyan
Sootea
Etv bharat (assam)
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.