ETV Bharat / state

ৰঙাপৰাত ইন্টেগ্ৰেটেড বি এড পাঠ্যক্ৰমৰ দাবীঃশিক্ষা বিভাগলৈ স্মাৰক পত্ৰ

author img

By

Published : Jun 22, 2019, 12:00 PM IST

ৰঙাপৰা মহাবিদ্যালয় ইন্টেগ্ৰেটেড বি এড পাঠ্যক্ৰমৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী ৷ মহাবিদ্যালয়খনত বিষয়টোৰ অন্তৰ্ভুক্তৰ কৰাৰ দাবীত বিভিন্ন ছাত্ৰ সংগঠনৰ স্মাৰক পত্ৰ প্ৰদান ৷

ৰঙাপৰাত ইন্টেগ্ৰেটত বি এড পাঠ্যক্ৰমৰ দাবীত শিক্ষা বিভাগলৈ স্মাৰক পত্ৰ প্ৰদান

ৰঙাপৰা,22জুনঃ নতুন শিক্ষানীতিৰ আধাৰত ৰাজ্যখনৰ প্ৰতিটো সমষ্টিত থকা চৰকাৰী আৰু চৰকাৰী সাহাৰ্য প্ৰাপ্ত মহাবিদ্যালয়সমূহত ইন্টেগ্ৰেটেড বি এড পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে উচ্চ শিক্ষা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ে জাননী জাৰি কৰিছে। শিক্ষা বিভাগে উক্ত পাঠ্যক্ৰম অন্তৰ্ভুক্ত হোৱা ৬৮ খন প্ৰাদেশীকৃত মহাবিদ্যালয় নামৰ তালিকা প্ৰকাশ কৰিছে যদিও উক্ত তালিকাখনত ১৯৭৯ চনত স্থাপিত হোৱা ৰঙাপৰা মহাবিদ্যালয়খনৰ নাম প্ৰকাশ নোপোৱাত বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰঙাপৰা সমষ্টিৰ বিভিন্ন দল সংগঠন জাঙুৰ খাই উঠিছে। ইপিনে শিক্ষা বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী হিচাপে দায়িত্বত থকা মন্ত্ৰী পল্লৱ লোচন দাসৰ নিজ সমষ্টিত থকা একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ৰঙাপৰা মহাবিদ্যালয় ইন্টেগ্ৰেটেত বি এড পাঠ্যক্ৰমৰ পৰা বঞ্চিত হ'বলগীয়া হ’ল ৷ ৰঙাপৰা,বালিপৰা,চাৰিদুৱাৰ,লোক্ৰা আদি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়খন কি কাৰণত ইন্টেগ্ৰেটেড বি এড পাঠ্যক্ৰম অৰ্ন্তভুক্ত কৰা নহ’ল ইয়াক লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে ৷ ৰঙাপৰা মহাবিদ্যালয়ত ইন্টেগ্ৰেটেড বি এড পাঠ্যক্ৰম মুকলি কৰাৰ দাবীৰে অঞ্চলটোৰ বিভিন্ন ছাত্ৰ সংগঠন সমূহে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰঞ্জন কলিতাৰ জৰিয়তে অসম চৰকাৰৰ উচ্চ শিক্ষাবিভাগৰ সঞ্চালক গৰাকীলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

NB : STORY FROM RANGAPARA , PANKAJ NATH AS HE IS UNABLE SENDING THROUGH WRAP ..AAP.

ৰঙাপৰা মহাবিদ্যালয় ইন্টেগ্ৰেটত বি এড পাঠ্যক্ৰম পৰা বঞ্চিতঃ অন্তভূক্তৰ কৰাৰ দাবীত বিভি ছাত্ৰ সংগঠনৰ স্মাৰক পত্ৰ প্ৰদান

ৰঙাপৰাঃ নতুন শিক্ষানীতিৰ আধাৰত ৰাজ্যখনৰ প্ৰতিটো সমষ্টিত থকা চৰকাৰী আৰু চৰকাৰী সাহাৰ্য্য প্ৰাপ্ত মহাবিদ্যালয় সমূহত ইন্টেগ্ৰেটেত বি এড পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে উচ্চ শিক্ষা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ে জাননি জাৰি কৰিছে। শিক্ষা বিভাগে উক্ত পাঠ্যক্ৰম অন্তভুক্ত হোৱা ৬৮ খন প্ৰাদেশীকৃত মহাবিদ্যালয়  নামৰ তালিকা প্ৰকাশ কৰিছে যদিও উক্ত তালিকাখনত ১৯৭৯ চনত স্থাপিত হোৱা ৰঙাপৰা মহাবিদ্যালয়খনৰ  নাম প্ৰকাশ নোপোৱাত বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰঙাপৰা সমষ্টিৰ বিভিন্ন দল সংগঠন জাঙুৰ খাই উঠিছে। শিক্ষা বিভিগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী হিচাপে দায়িত্ব থকা মন্ত্ৰী পল্লৱ লোচন দাসৰ নিজ সমষ্টিত থকা একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়  ইন্টেগ্ৰেটেত বি এড পাঠ্যক্ৰমৰ পৰা বঞ্চিত হবলগীয়া হ’ল ৷ ৰঙাপৰা, বালিপৰা, চাৰিদুৱাৰ, লোক্ৰা আদি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়খন কি কাৰণত ইন্টেগ্ৰেটেত বি এড পাঠ্যক্ৰম অন্তভুক্ত কৰা নহ’ল ইয়াক লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে ৷
ৰঙাপৰা মহাবিদ্যালয়ত ইন্টেগ্ৰেটেত বি এড পাঠ্যক্ৰম মুকলি কৰাৰ দাবীৰে অঞ্চলটোৰ বিভিন্ন ছাত্ৰ সংগঠন সমূহে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জন কলিতাৰ জৰিয়তে অসম চৰকাৰৰ উচ্চ শিক্ষাবিভাগৰ সঞ্চালক গৰাকীলৈ পৃথকে পৃথকে  স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।
পংকজ নাথ, ৰঙাপৰা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.