ETV Bharat / state

শোণিতপুৰত প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ

author img

By

Published : Sep 6, 2019, 11:53 AM IST

NRC প্ৰকৃততে ভেঁকোভাওনাত পৰিণত হোৱাৰ লগতে স্বদেশী বিদেশী হোৱা আৰু বিদেশী স্বদেশী হোৱাৰ অভিযোগ তুলি শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক প্ৰশান্ত বৈশ্যই কঠোৰ সমালোচনা কৰে NRC ৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাক

শোণিতপুৰত প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ

তেজপুৰ,৬ আগষ্ট: শোণিতপুৰ বৰছলাত প্ৰতিবাদ ৷ NRC ৰ পৰা বাদ পৰা সহস্ৰাধিক ভুক্তভোগী ক্ষুব্ধ ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি,অসমৰ উদ্যোগত প্ৰতীক হাজেলা প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

আনহাতে, শুকুৰবাৰে শোণিতপুৰত ৰাষ্ট্ৰীয় বজৰং দলে NRC ত প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰাৰ প্ৰতিবাদত আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ আংশিকভাবে পৰে ৷
NRC প্ৰকৃততে ভেঁকোভাওনাত পৰিণত হোৱাৰ লগতে স্বদেশী বিদেশী হোৱা আৰু বিদেশী স্বদেশী হোৱাৰ অভিযোগ তুলি শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক প্ৰশান্ত বৈশ্যই কঠোৰ সমালোচনা কৰে NRC ৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাক ৷

Intro:
তেজপুৰ,৬ আগষ্ট: শোনিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকিয়াজুলি ৰাজহ চক্ৰৰ বৰছলা সমষ্টিৰ পিৰাকটা গাঁৱত এন আৰ চিত নাম বাদ পৰা শতাধিক পৰিয়ালৰ লগতে সহস্ৰাধিক ভুক্তভোগী ক্ষুব্ধ ৰাইজে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি,অসমৰ উদ্যোগত পিৰাকটা গাঁৱৰ হৰি মন্দিৰত একত্ৰিত হৈ প্ৰতীক হাজেলাৰ প্ৰতীকি প্ৰতিমূৰ্তি লৈ এক কিলোমিটাৰ পথ শোভাযাত্ৰা কৰি প্ৰতীক হাজেলাৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

Body:
আনহাতে শুক্ৰবাৰে ৰাষ্টীয় বজৰং দলে এন আৰ চি ত প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰাৰ প্ৰতিবাদত আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ আংশিক ভাবে শোনিতপুৰ জিলাত ৷
এন আৰ চি প্ৰকৃততে এক ভেঁকোভাওনাত পৰিণত হোৱাৰ লগতে সদ্য প্ৰকাশিত এন আৰ চিত স্বদেশী বিদেশী হৈছে আৰু বিদেশী স্বদেশী হোৱাৰ অভিযোগ তুলি এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাক কঠোৰ সমালোচনা কৰে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক প্ৰশান্ত বৈশ্যই৷
Conclusion:প্ৰণৱ কুমাৰ দাস
তেজপুৰ
৬/৯/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.