ETV Bharat / state

চৰকাৰক কৰ'ণাৰ বাবদ হোৱা খৰচৰ হিচাপ বিচাৰিলে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই

author img

By

Published : Jun 8, 2020, 8:20 PM IST

সোমবাৰে তেজপুৰৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত চৰকাৰৰ পৰা কৰ'ণাৰ বাবদ হোৱা খৰচৰ হিচাপ বিচাৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷

press meet
press meet

তেজপুৰ, 8 জুনঃ ৰাজ্য চৰকাৰে কৰ'ণাৰ বাবদ কিমান টকা খৰচ কৰিছে তাৰ হিচাপ বিচাৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ সোমবাৰে তেজপুৰৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কৰ'ণাৰ বাবদ হোৱা খৰচ বিচাৰলে সম্পাদক গৰাকীয়ে ৷ আৰোগ্য নিধিৰো হিচাপ বিচাৰিলে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

চৰকাৰক কৰ'ণাৰ বাবদ হোৱা খৰচৰ হিচাপ বিচাৰিলে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই

ইয়াৰোপৰি অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে সামাজিক দুৰত্বও মনা নাই বুলি অভিযোগ উত্থাপন কৰিছে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ লগতে কৰ'ণা বিৰোধী যুঁজ খনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ বিফল হৈছে বুলিও মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

লগতে পঢ়কঃ তেজপুৰত মন্ত্ৰী নৱ কুমাৰ দলেৰ পৰ্যালোচনা বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.