ETV Bharat / state

ঢেকীয়াজুলিৰ কাঠনিবাৰী গাঁৱৰ মূল পথৰ জৰাজীর্ণ ৰূপ - পথৰ দুৰৱস্থা

ঢেকীয়াজুলিত উন্নয়নৰ ফোঁপোলাস্বৰূপ ৷ পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে কাঠনিবাৰী গাঁৱৰ ৰাইজক ৷

পথৰ জৰাজীর্ণ ৰূপ
author img

By

Published : May 22, 2019, 4:33 PM IST

ঢেকীয়াজুলি,22 মে': ঢেকীয়াজুলিত উন্নয়নৰ ফোঁপোলাস্বৰূপ, সমষ্টিটোৰ ঠেলামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত কাঠনিবাৰী গাঁৱৰ মূল প্ৰৱেশ পথটোৱে বহু বছৰ ধৰি জ্বলাকলা খোৱাই আহিছে ৰাইজক। প্ৰতিটো বাৰিষাত পথটোত এক আঁঠু পানীৰে অহা যোৱা কৰিব লাগে অঞ্চলবাসীয়ে যাৰ ফলত বন্ধ হৈ পৰে পথচোৱা। ইপিনে পথচোৱা সম্পৰ্কত ভুক্তভোগী ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক জনাই আহিছে যদিও পথচোৱা নিৰ্মাণৰ ক্ষেত্ৰত কোনো ব্যৱস্থাই নল'লে বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিয়ে। চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱা পথচোৱা উন্নয়নৰ ক্ষেত্ৰত চকু নিদিয়া স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষক তীব্ৰ ভাষাৰে গৰিহণা দিছে শোণিতপুৰ জিলা মুছলিম ছাত্ৰ সন্থাৰ। লগতে অতিশীঘ্ৰে পথচোৱা মেৰামতিৰো দাবী উত্থাপন কৰে সংগঠনটোৱে ৷

Intro:Sub - *ঢেকীয়াজুলি সমষ্টিৰ ঠেলামৰাৰ কাঠনিবাৰী গাঁৱৰ মূল পথটোৰ জৰাজীর্ণ অৱস্থা।
vo- ঢেকীয়াজুলি সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপ , ঠেলামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত কাঠনিবাৰী গাঁৱৰ মূল প্ৰৱেশ পথটো বহু বছৰ ধৰি জ্বলা কলা খোৱাই আহিছে ৰাইজক। প্ৰতিটো বাৰিষাত পথটোত এক আঁঠু পানীয়ে অহা যোৱা কৰিব লাগে অঞ্চলবাসীয়ে যাৰ ফলত বন্ধ হৈপৰে চলাচল। এই দৃশ্যলৈ মন কৰক কিদৰে অহাযোৱা কৰিব লগা হয় গাঁৱবাসীয়ে । উল্লেখযোগ্য যে ভুক্তভুগী ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পাছতো পথটোৰ প্ৰতি কোনো ব্যৱস্থা নললে বিভাগীয় কতৃপক্ষ বা জনপ্ৰতিনিধিয়ে । ১৫ নং ৰাষ্ট্রীয় গাইপথৰ সংযোগী এই পথচোৱা উন্নয়ণৰ বাবে পৰিবৰ্তন কামী চৰকাৰ কোনো আঁচনিয়ে আজি পৰ্যন্ত ধুকি নাপালে। আনহাতে সকলো সময়তে উন্নয়ন হৈছে বুলি কৈ অহা চৰকাৰ খনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শোণিতপুৰ জিলা মুছলিম ছাত্ৰ সন্থা । চৰকাৰে বাট-পথৰ উন্নয়ণৰ ক্ষেত্ৰত চকু নিদিয়াৰ বাবে স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষক তীব্ৰ ভাষাৰে গৰিহণা দিযে শোণিতপুৰ জিলা মুছলিম ছাত্ৰ সন্থাই । অতি হিগ্ৰেই নিৰ্মান কৰি দিয়াৰ বাবে দাবী জনাই ছাত্ৰ সংগঠনটোৱে ।
অমল নাথ, ঢেকিয়াজুলি ।Body:Sub - *ঢেকীয়াজুলি সমষ্টিৰ ঠেলামৰাৰ কাঠনিবাৰী গাঁৱৰ মূল পথটোৰ জৰাজীর্ণ অৱস্থা।
vo- ঢেকীয়াজুলি সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপ , ঠেলামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত কাঠনিবাৰী গাঁৱৰ মূল প্ৰৱেশ পথটো বহু বছৰ ধৰি জ্বলা কলা খোৱাই আহিছে ৰাইজক। প্ৰতিটো বাৰিষাত পথটোত এক আঁঠু পানীয়ে অহা যোৱা কৰিব লাগে অঞ্চলবাসীয়ে যাৰ ফলত বন্ধ হৈপৰে চলাচল। এই দৃশ্যলৈ মন কৰক কিদৰে অহাযোৱা কৰিব লগা হয় গাঁৱবাসীয়ে । উল্লেখযোগ্য যে ভুক্তভুগী ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পাছতো পথটোৰ প্ৰতি কোনো ব্যৱস্থা নললে বিভাগীয় কতৃপক্ষ বা জনপ্ৰতিনিধিয়ে । ১৫ নং ৰাষ্ট্রীয় গাইপথৰ সংযোগী এই পথচোৱা উন্নয়ণৰ বাবে পৰিবৰ্তন কামী চৰকাৰ কোনো আঁচনিয়ে আজি পৰ্যন্ত ধুকি নাপালে। আনহাতে সকলো সময়তে উন্নয়ন হৈছে বুলি কৈ অহা চৰকাৰ খনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শোণিতপুৰ জিলা মুছলিম ছাত্ৰ সন্থা । চৰকাৰে বাট-পথৰ উন্নয়ণৰ ক্ষেত্ৰত চকু নিদিয়াৰ বাবে স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষক তীব্ৰ ভাষাৰে গৰিহণা দিযে শোণিতপুৰ জিলা মুছলিম ছাত্ৰ সন্থাই । অতি হিগ্ৰেই নিৰ্মান কৰি দিয়াৰ বাবে দাবী জনাই ছাত্ৰ সংগঠনটোৱে ।
অমল নাথ, ঢেকিয়াজুলি ।Conclusion:Sub - *ঢেকীয়াজুলি সমষ্টিৰ ঠেলামৰাৰ কাঠনিবাৰী গাঁৱৰ মূল পথটোৰ জৰাজীর্ণ অৱস্থা।
vo- ঢেকীয়াজুলি সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপ , ঠেলামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত কাঠনিবাৰী গাঁৱৰ মূল প্ৰৱেশ পথটো বহু বছৰ ধৰি জ্বলা কলা খোৱাই আহিছে ৰাইজক। প্ৰতিটো বাৰিষাত পথটোত এক আঁঠু পানীয়ে অহা যোৱা কৰিব লাগে অঞ্চলবাসীয়ে যাৰ ফলত বন্ধ হৈপৰে চলাচল। এই দৃশ্যলৈ মন কৰক কিদৰে অহাযোৱা কৰিব লগা হয় গাঁৱবাসীয়ে । উল্লেখযোগ্য যে ভুক্তভুগী ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পাছতো পথটোৰ প্ৰতি কোনো ব্যৱস্থা নললে বিভাগীয় কতৃপক্ষ বা জনপ্ৰতিনিধিয়ে । ১৫ নং ৰাষ্ট্রীয় গাইপথৰ সংযোগী এই পথচোৱা উন্নয়ণৰ বাবে পৰিবৰ্তন কামী চৰকাৰ কোনো আঁচনিয়ে আজি পৰ্যন্ত ধুকি নাপালে। আনহাতে সকলো সময়তে উন্নয়ন হৈছে বুলি কৈ অহা চৰকাৰ খনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শোণিতপুৰ জিলা মুছলিম ছাত্ৰ সন্থা । চৰকাৰে বাট-পথৰ উন্নয়ণৰ ক্ষেত্ৰত চকু নিদিয়াৰ বাবে স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষক তীব্ৰ ভাষাৰে গৰিহণা দিযে শোণিতপুৰ জিলা মুছলিম ছাত্ৰ সন্থাই । অতি হিগ্ৰেই নিৰ্মান কৰি দিয়াৰ বাবে দাবী জনাই ছাত্ৰ সংগঠনটোৱে ।
অমল নাথ, ঢেকিয়াজুলি ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.