ETV Bharat / state

চতিয়াত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে তিনিটাকৈ পানী যোগান আঁচনি - কন্যকা বহুমুখী কৃষি পাম

কন্যকা বহুমুখী কৃষি পামত বৃহস্পতিবাৰে তিনিটা পানী যোগান আঁচনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

A- sootea- 12 jun-801-802- visual-still- sootea news-pransankar bhuyan.
PMKSY-HKKP inaugurated by cm sarbananda sonowal in sootea
author img

By

Published : Jun 12, 2020, 12:33 PM IST

চতিয়া, 12 জুনঃ সমগ্র দেশৰে কৃষি ক্ষেত্ৰৰ উন্নয়ন আৰু কৃষক ৰাইজৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনা নামেৰে গ্ৰহণ কৰা আঁচনিৰ জৰিয়তে, কৃষি ক্ষেত্ৰৰ বিকাশ আৰু উত্তৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ হাতত লৈছে ৷ এই ক্ষেত্ৰত প্ৰথম পৰ্যায়তে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো এই আঁচনি ইতিমধ্যে কাৰ্যকৰী হৈছে ৷ ইয়াৰ অংশ হিচাপে শুকুৰবাৰে কৃষি খণ্ডলৈ এক যুগান্তকাৰী বার্তা কঢ়িওৱা, কর্ম সংস্কৃতি গঢ়াৰ লগতে ৰাজ্যখনৰ নিবনুৱা যুৱক সকলৰ আর্থিক স্বাৱলম্বীতাৰ পথ প্রশস্ত কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভুমিকা গ্ৰহণ কৰা, শোণিতপুৰ জিলাৰ ভৰলীপৰীয়া কন্যকা বহুমুখী কৃষি পামত ফচলৰ অধিক উৎপাদনৰ লক্ষ্যৰে ৬ টাকৈ বিদ্যুৎ চালিত পানী যোগান আঁচনি কাৰ্যকৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

চতিয়াত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে তিনিটাকৈ জলসিঞ্চন আঁচনি

উল্লেখ্য যে, কন্যকা বহুমুখী কৃষি পামত বৃহস্পতিবাৰে তিনিটা পানী যোগান আঁচনি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ এই আঁচনি কাৰ্যকৰীকৰণৰ কাম ইতিমধ্যে পূৰ্ণগতিত অব্যাহত থকা পৰিলক্ষিত হৈছে ৷ কন্যকা বহুমুখী উদ্যানত এই আঁচনিৰ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাও ৷

লগতে পঢ়কঃ হোজাইৰ পাচত লংকাত ৰেলৰ চেইন টানি পলাল যাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.