তেজপুৰ, 4 মে': ৰাজ্যত ভয়ানক ৰূপ ধাৰণ কৰিছে ক'ভিড-১৯ৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণে । যাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্ৰণালয়ৰ ডেপুটি ইন্সপেক্টৰ জেনেৰেলে বন্য প্ৰাণী লেটাৰ no. F.No.8-38/2020 WL Dated 30/4/2021 ৰ জৰিয়তে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পৰ্যটক আৰু দৰ্শনাৰ্থীৰ প্ৰৱেশ অনির্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰিছে ।
লগতে পঢ়ক: অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা