তেজপুৰ,1আগষ্ট: তেজপুৰৰ গণেশ ঘাটত অঘটন ৷ বৃহস্পতিবাৰে এগৰাকী মহিলা ব্ৰহ্মপুত্ৰৰ গণেশ ঘাটত অকস্মাতে পৰি উটি যায় ৷ ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় ৰাইজে উদ্ধাৰকাৰী দলক খবৰ দিয়ে যদিও বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই মহিলাগৰাকী ৷ মহিলাগৰাকী তেজপুৰৰ ঘৰপৰা চুবুৰীৰ স্বৰ্গীয় কৰুণা বৰাৰ পত্নী মীনা বৰা বুলি চিনাক্ত কৰা হৈছে ৷ নদীৰ পাৰত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ পইচাৰ বেগৰ লগতে ভোটাৰ কাৰ্ড ৷
তেজপুৰত অঘটন :লুইতত উটি গ'ল মহিলা - গণেশ ঘাট
ব্ৰহ্মপুত্ৰত উটি গ'ল মহিলা ৷ ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ মহিলাগৰাকীৰ পইচাৰ বেগৰ লগতে ভোটাৰ কাৰ্ড
তেজপুৰত অঘটন
তেজপুৰ,1আগষ্ট: তেজপুৰৰ গণেশ ঘাটত অঘটন ৷ বৃহস্পতিবাৰে এগৰাকী মহিলা ব্ৰহ্মপুত্ৰৰ গণেশ ঘাটত অকস্মাতে পৰি উটি যায় ৷ ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় ৰাইজে উদ্ধাৰকাৰী দলক খবৰ দিয়ে যদিও বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই মহিলাগৰাকী ৷ মহিলাগৰাকী তেজপুৰৰ ঘৰপৰা চুবুৰীৰ স্বৰ্গীয় কৰুণা বৰাৰ পত্নী মীনা বৰা বুলি চিনাক্ত কৰা হৈছে ৷ নদীৰ পাৰত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ পইচাৰ বেগৰ লগতে ভোটাৰ কাৰ্ড ৷
Intro:তেজপুৰ,১আগষ্ট ; তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ গণেশ ঘাটত অঘটন । এগৰাকী মহিলাই চাইথাকোঁতেই ব্ৰহ্মপুত্ৰত নামিগল ,চকুৰ প্ৰ্সারতে বিলীন হৈ গল ।ৰাইজে চেষ্টা কৰিও উদ্ধাৰ কৰিব নোৱাৰিলে ।
Body:তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ গণেশ ঘাটত বৃস্পতিবাৰে দিনৰ প্ৰায় 12 বজাত এগৰাকী মহিলাই নদীত নামি গল । ভৰা ব্ৰহ্মপুত্ৰৰ পাৰত বহি থকা লোকে বাঁহ পেলাই সহায় আগ বঢ়াই যদিও বঞ্চিত হল ।
আৰক্ষী ৰ সূত্ৰে জানিব পৰা মতে তেজপুৰ ঘৰপৰা চুবুৰীৰ বাসিন্দা স্বৰ্গীয় কৰুণা বৰাৰ পত্নী মীনা বৰা বুলি চিনাক্ত হৈছে তেওঁ নদীৰ পাৰত এৰি থৈ যোৱা পইচাৰ বেগ তোৰ লগত থকা ভোটাৰ তালিকাৰ কাৰ্ড উদ্ধাৰ হয় ।
Bite: নদী আৰক্ষী বিষয়া, পুতুল নাথ ।
Conclusion:নদী আৰক্ষী আৰু এছ ডি আৰ এফ ৰ দলে গণেশ ঘাটৰ পৰা জাহাজ ঘাটৰ লগতে পশ্চিম দিশত উদ্ধাৰ অভিযান চলাই আছে ।
প্ৰণৱ কুমাৰ দাস
তেজপুৰ
১/৮/১৯