ETV Bharat / state

পুনৰ অসুস্থ হৈ পৰিছে কণ্ঠ শিল্পী পংকজ বৰদলৈ - অসুস্থ পংকজ বৰদলৈ

অসমৰ বিশিষ্ট কণ্ঠশিল্পী পংকজ বৰদলৈ পুনৰ অসুস্থ । স্বনামধন্য কণ্ঠ শিল্পী তথা জ্যোতি প্ৰসাদ আগৰৱালা,বিষ্ণুপ্ৰসাদ ৰাভা আৰু সুধাকণ্ঠ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ গীতেৰে সমগ্ৰ অসমবাসীৰ মন জয় কৰা বৰদলৈ যোৱা দুদিন ধৰি পুনৰ অসুস্থ হৈ পৰে ।

Noted singer Pankaj Bordoloi admitted
অসুস্থ হৈ পৰিছে কণ্ঠ শিল্পী পংকজ বৰদলৈ
author img

By

Published : Feb 29, 2020, 7:04 PM IST

তেজপুৰ,২৯ ফেব্ৰুৱাৰীঃ পুনৰ অসুস্থ হৈ পৰিছে অসমৰ বিশিষ্ট কণ্ঠশিল্পী পংকজ বৰদলৈ । দুবছৰ পূৰ্বে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ পাচত সুস্থ হৈ উঠিছিল এই মহান শিল্পীগৰাকী ।

অসুস্থ হৈ পৰিছে কণ্ঠ শিল্পী পংকজ বৰদলৈ

বৰ্তমান বৰদলৈ তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে যদিও আজিৰ ভিতৰতে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ প্ৰস্তুতি চলিছে শিল্পী গৰাকীক । বৰ্তমান মূৰৰ বিষত অসুবিধা পাই আছে বৰদলৈয়ে । নিজৰ এই অসুস্থতাৰ মাজতে শিল্পী গৰাকীয়ে দুখঃ প্ৰকাশ কৰিছে যুৱ প্ৰজন্মৰ হাৰ্ট থৰ্ব জুবিন গাৰ্গৰ অসুস্থতাৰ খবৰ পাই ৷ শীঘ্ৰে জুবিন গাৰ্গৰ আৰোগ্য কামনা কৰে পংকজ বৰদলৈয়ে ।

লগতে পঢ়কঃথাপ্পৰ ছবিৰ প্ৰথম দিনৰ উপাৰ্জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.