ETV Bharat / state

192 ঘন্টাৰ পাচতো সন্ধান নাই বায়ুসেনাৰ AN-32 মালবাহী বিমানৰ - ১৯২ ঘন্টাৰ পাচতো সন্ধান নাই বায়ুসেনাৰ AN-32 মালবাহী বিমানৰ

অষ্টম দিনাও বিফল AN-32 মালবাহী বিমানৰ সন্ধানৰ বাবে চলোৱা অভিযান ৷ নিশাৰ অভিযানৰ বাবে সাজু কৰা হৈছে C-130 J বিমান আৰু UAV ৰ ৷

১৯২ ঘন্টাৰ পাচতো সন্ধান নাই বায়ুসেনাৰ AN-32 মালবাহী বিমানৰ
author img

By

Published : Jun 10, 2019, 10:01 PM IST

তেজপুৰ ,৯ জুন : অষ্টম দিনাও বিফল AN-32 মালবাহী বিমানৰ সন্ধানৰ বাবে চলোৱা অভিযান ৷ বৰ্তমানেও নিৰুদিষ্ট বায়ুসেনাৰ বিমানখনৰ বৈমানিকগৰাকীৰ লগতে ক্ৰু মেম্বাৰ ৷ মালবাহী বিমানখন উদ্ধাৰৰ বাবে বায়ু সেনাৰ MI-17 হেলিকপ্তাৰ আল'ৰ বায়ুসেনা শিৱিৰৰ পৰা আৰু যোৰহাট বায়ুসেনা চাউনীৰ পৰা চলোৱা C-130J ৰ অভিযান সমাপ্ত আজি সমাপ্ত পৰে যদিও কোনো সন্ধান নোলায় বিমানখনৰ ৷ তাটু আৰু খাম্বা পাহাৰৰ অঞ্চলত চলোৱা অভিযানত নিৰুদিষ্ট বিমানৰ কোনো সন্ধান লাভ কৰা নগ'ল বুলি সদৰি কৰে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷ লগতে তেওঁ কয় যে, নিশাৰ অভিযানৰ বাবে সাজু কৰা হৈছে C-130 J বিমান আৰু UAV ৰ ৷ ইপিনে মেচুকা আৰু আল'ৰ মাজত থকা কায়ংৰ অতব্য অৰণ্যত অভিযানৰ বাবে নিয়োজিত হৈছে সেনা বাহিনীৰ লোকৰ লগতে স্থানীয় লোক ৷ আল'ৰ পৰা কায়ঙৰ মাজত দুৰত্ব ৪৫ কিঃ মিঃ আৰু মেচুকাৰ পৰা কায়ংলৈ ১৪০ কিঃ মিঃ ৷ আনহাতে আল'ৰ পৰা তাটু লৈ ২০ কিঃমিঃ আৰু খাম্বালৈ ৯০ কিঃমিঃ আৰু মেচুকালৈ ১৫০ কিঃমিঃ দুৰত্ব ৷

১৯২ ঘন্টাৰ পাচতো সন্ধান নাই বায়ুসেনাৰ AN-32 মালবাহী বিমানৰ

উল্লেখ্য যে, বায়ু সেনাৰ মালবাহী বিমান এন্টনোভ AN-32 বিমানখন 4 জন ফ্লাইট লেফ্টিনেন্ট, ১গৰাকী উইং কামাণ্ডাৰ ,১গৰাকী ছাজেন্ট লেফ্টিনেন্ট, ১গৰাকী ছাৰজেন্ট,১ গৰাকী কৰ্পৰেল, 1 গৰাকী উইং অফিচাৰ , ২ গৰাকী লিডিং এয়াৰ ক্ৰাফ্ট মেন আৰু ২ গৰাকী নেন্ কমবটেন্ট ইঞ্জিনিয়াৰ আছিল ৷ দুৰ্ভগীয়া বায়ুসেনাৰ বিমাখনৰ সন্ধানৰ বাবে মেচুকা আৰু আল'ৰ মাজত থকা দুৰ্গম পাহাৰৰ তলত অভিযান চলাই থকা হৈছে ৷ বিগত সপ্তাহৰ সোমবাৰে ভাৰতীয় বায়ু সেনাৰ এই AN -32 বিমান খনে যোৰহাটৰ পৰা ভাৰত চীন সীমান্ত অৰুণাচল প্ৰদেশৰ পূৱ দিশে মেচুকালৈ মুঠ ১৩ বায়ুসেনাৰ বিষয়াৰ সৈতে দৈনন্দিন অনুশীলনৰ বাবে গৈছিল আৰু দিনৰ ১২:২৫ যোৰহাট বায়ুসেনা বাহিনীৰ পৰা উৰামৰাৰ ৩৫ মিনিট পাচত অৰ্থাৎ ১:০০ বজাত এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা সংযোগ বিচ্ছিন্ন হৈছিল ৷

NB : DESK PLZ MARK ALL PIX .
Exclusive video and Pix .
REGARDS.

৮ ম দিনাও  বিফল   অৰুনাচলত   নিৰুদিষ্ট বায়ু সেনাৰ AN-32 বিমানৰ : স্থল সেনা, আই টি বি পি স্থানীয় লোকৰ অভিযান অব্যাহত ৷
১৯২ ঘন্টাৰ পিছতো সন্ধান নাই বায়ুসেনাৰ মালবাহী বিমান : 
দিনৰ অভিযান সমাপ্ত 

তেজপুৰ ,০৯ জুন :  অষ্টম দিনাও বিফল  সন্ধান আৰু উদ্ধাৰ অভিযান নিৰুদিষ্ট বায়ু সেনাৰ বিমান বৈমানিক আৰু ক্ৰু মেম্বাৰ ৷
ভাৰতীয় বায়ু সেনা বাহিনীৰ সোমবাৰে যোৰহাটৰ পৰা অৰুনাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশিলনৰ বাবে যোৱা এন্টনোভ AN 32 মালবাহী জাহাজৰ উদ্ধাৰৰ বাবে বায়ু সেনাৰ MI-17 হেলিকপ্তাৰ আল'ৰ বায়ুসেনা শিৱিৰৰ পৰা আৰু যোৰহাট বায়ুসেনা চাউনীৰ পৰা চলোৱা C-130 J ৰ অভিযান সমাপ্ত আজি ১৯২ ঘন্টাৰ পিছত ৷

 তাটু আৰু খাম্বা পাহাৰৰ অঞ্চলত চলোৱা অভিযানত নিৰুদিষ্ট বিমানৰ তোনো সন্ধান  লাভ কৰা নগল এই  তথ্য  সদৰি কৰে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং  কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷

তেওঁ কয় যে নিশাৰ অভিযানৰ বাবে সাযু কৰা হৈছে C-130 J বিমান আৰু UAV ৰ ৷ 

উল্লেখযোগ্য মেচুকা আৰু আল'ৰ মাজত থকা কায়ংৰ অতব্য অৰণ্যত স্থানীয় লোক সেনা বাহিনীৰ লগত অভিযানত বিভিন্ন সেনা বাহিনীৰ লোক আৰু স্থানীয় লোক নিয়োজিত হৈছে  ৷  আল'ৰ পৰা কায়ঙৰ মাজত দুৰত্ব ৪৫ কিঃ মিঃ আৰু মেচুকাৰ পৰা কায়ংলৈ ১৪০ কিঃ মিঃ ৷ আনহাতে আল'ৰ পৰা তাটু লৈ ২০ কিঃমিঃ আৰু খাম্বালৈ ৯০ কিঃমিঃ আৰু মেচুকালৈ ১৫০ কিঃমিঃ দুৰত্ব ৷ বায়ু সেনাৰ মালবাহী জাহাজ এন্টনোভ AN-32 বিমানখন ৪ জন ফ্লাইট লেফ্টেনেনত , ১ উইং কামাণ্ডাৰ ,১ ছাজেন্ট 
লেফ্টেনেনত, ১ ছাৰজেন্ট,১ কৰপৰেল, উইং অফিচাৰ ১, লিডিং এয়াৰ ক্ৰাফ্ট মেন ২ জন আৰু নন্ কমবেটেন্ট ইঞ্জিনিয়াৰ ২ আছিল ৷ 
দুৰভগীয়া বায়ুসেনাৰ জাহাজ খন ৰ সন্ধানৰ বাবে মেচুকা আৰু আল'ৰ মাজত থকা দুৰ্গম পাহাৰৰ তলত অভিযান চলাইছে ৷
মেচুকাৰ পৰা প্ৰয় ৭০ কি ঃমিঃ দুৰত্বত চীন সীমান্ত আৰু বৰফৰে আবৃত্ত সমগ্ৰ পাহাৰ , তাৰ মাজত এই দৰজিলিং পাহাৰৰ নামনী অঞ্চলত ৷

 যোৱা সোমবাৰে ভাৰতীয় বায়ু সেনাৰ এই AN -32 বিমান খনে যোৰহাটৰ পৰা ভাৰত চীন সীমান্ত অৰুনাচল প্ৰদেশৰ পূৱ দিশে মেচুকালৈ মুঠ ১৩ বায়ুসেনাৰ বিষয়াৰ সৈতে দৈনন্দিন অনুশিলনৰ বাবে গৈছিল আৰু দিনৰ ১২:২৫ যোৰহাট বায়ুসেনা বাহিনীৰ পৰা উৰামৰাৰ ৩৫ মিনিট পিছত অৰ্থাৎ ১:০০ বজাত এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা সংযোগ বিচিন্ন হৈছিল ৷

Pranab kumar Das, Tezpur 10/6/17

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.