ETV Bharat / state

গহপুৰত শিহৰণকাৰী ঘটনা! পাঁচ বছৰীয়া শিশুৰ চকুত সোমাল কেঁচী

author img

By

Published : May 8, 2019, 9:10 AM IST

Updated : May 8, 2019, 9:26 AM IST

চৌহদত ওচৰ-চুবুৰীয়া কেইটিমান শিশুৰ সৈতে কৰ্মকাৰৰ 5 বছৰীয়া পুত্ৰ আকাশ কৰ্মকাৰে খেলি আছিল ৷ তেনে সময়তে আন এটি অবুজ শিশুৱে এখন কেঁচী আকাশ কৰ্মকাৰৰ সোঁ চকুত ভৰাই দিয়ে ৷ গুৰতৰভাৱে আঘাতপ্ৰাপ্ত শিশুটিক পৰিয়ালৰ লোকে ততাতয়াকৈ বিশ্বনাথ চাৰিআলিৰ চকু চিকিৎসালয় নেত্ৰালয়লৈ লৈ যায় ৷

5 বছৰীয়া শিশুৰ চকুত কেচি !

তেজপুৰ , 08 মে' : বিশ্বনাথ জিলাৰ গহপুৰৰ টকৌবাৰী গাঁৱত মঙলবাৰে সংঘটিত হয় একদুৰ্ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ খেলি থকা অৱস্থাত এটি 5 বছৰীয়া শিশুৰ চকুত সোমাল কেঁচী ৷

গহপুৰ টকৌবাৰী নিবাসী নকুল কৰ্মকাৰৰ বাসগৃহৰ চৌহদত ওচৰ-চুবুৰীয়া কেইটিমান শিশুৰ সৈতে কৰ্মকাৰৰ 5 বছৰীয়া পুত্ৰ আকাশ কৰ্মকাৰে খেলি আছিল ৷ তেনে সময়তে আন এটি অবুজ শিশুৱে এখন কেঁচী আকাশ কৰ্মকাৰৰ সোঁ চকুত ভৰাই দিয়ে ৷ গুৰতৰভাৱে আঘাতপ্ৰাপ্ত শিশুটিক পৰিয়ালৰ লোকে ততাতয়াকৈ বিশ্বনাথ চাৰিআলিৰ চকু চিকিৎসালয় নেত্ৰালয়লৈ লৈ যায় ৷ নেত্ৰালয়ৰ চিকিৎসক ডা:নৱকিশোৰ বৰাৰ তত্বাৱধানত শিশুটিৰ চকুৰ পৰা সুকলমে কেঁচীখন উলিওৱা হয় যদিও শিশুটিৰ চকুটিৰ ক্ষেত্ৰত যথেষ্ট উন্নত চিকিৎসাৰ প্ৰয়োজন আছে বুলি চিকিৎসকে পৰিয়ালৰ লোকক জনায় ৷

Intro:NB:: DESK PLEASE CROSS CHECK IF ANY ONE FROM BISWANATH FILE THIS STORY ...REGARDS.PRANAB KUMAR DAS

৫ বছৰীয়া শিশুৰ চকুত কেচি !

গহপুৰ টকৌবাৰীত হৃদয় কপা আকস্মিক দুৰ্ঘটনা ৷খেলি থকাৰ অৱস্থাত ৫ বছৰীয়া শিশুৰ চকুত সোমাল কেচি।

Body:বিস্বনাথ জিলাৰ গহপুৰ মহকুমাৰ হেলেম মৌজাৰ অন্তৰ্গত টকৌবাৰী গাঁৱত মঙ্গলবাৰে সংঘটিত হ'ল হৃদয় বিদাৰক এক আকস্মিক দুঘটনা।
গহপুৰ টকৌবাৰী নিবাসী তথা দিন হাজিৰা কৰা শ্ৰমিক নকুল কৰ্মকাৰৰ বাসগৃহৰ চৌহদত ওচৰ চুবুৰীয়া কেইজন মান শিশুৰ সৈতে নকুল কৰ্মকাৰৰ ৫ বছৰ বয়সীয়া পুত্ৰ আকাশ কৰ্মকাৰে খেলি থকাৰ অৱস্থাতে এজন অবুজ শিশুৱে এখন কেচি সম্পূৰ্ন ৰূপে ভৰাই দিয়ে আকাশ কৰ্মকাৰৰ সো চকুত।গুৰতৰ ভাৱে আঘাত প্ৰাপ্ত শিশুটিক লগে লগে পৰিয়ালৰ লোকে ততাতয়াকৈ বিশ্বনাথ চাৰিআলিৰ চকু চিকিৎসালয় "নেত্ৰালয়"লৈ লৈ অনাৰ অন্তত নেত্ৰালয়ৰ চিকিৎসক ডা:নৱকিশোৰ বৰাৰ তত্বাৱধানত সুকলমে চকুৰ পৰা কেচি খন উলিয়াই আনিবলৈ সক্ষম হয়।উল্লেখ্য যে চকুৰ পৰা কেচিখন উলিওৱা হ'ল যদিও শিশুটিৰ চকুটিৰ ক্ষেত্ৰত যথেষ্ট উন্নত চিকিৎসাৰ প্ৰয়োজন আছে বুলি চিকিৎসকে পৰিয়ালৰ লোকক অৱগত কৰিছে।

Conclusion:Pranab kumar Das, ETV Bharat Assam
Tezpur.
8/5/19
Last Updated : May 8, 2019, 9:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.