ETV Bharat / state

মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলি যোজনা উদ্ধোধন - BTAD

উদ্ধোধন কৰে সংখ্যালঘু কল্যাণ আৰু উন্নয়ণ মন্ত্ৰী ৰঞ্জিৎ দত্তই

kokrajhar
author img

By

Published : Feb 16, 2019, 9:30 PM IST

কোকৰাঝাৰ, ১৬ ফেব্ৰুৱাৰীঃ কোকৰাঝাৰত কৃষিক্ষেত্ৰত অধিক উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে শনিবাৰে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা। যোজনাখন উদ্ধোধন কৰে সংখ্যালঘু কল্যাণ আৰু উন্নয়ণ মন্ত্ৰী ৰঞ্জিৎ দত্তই।

kokrajhar
বিটিচি প্ৰশাসন,জিলা প্ৰশাসন আৰু কোকৰাঝাৰ জিলা কৃষি বিভাগৰ যৌথ উদ্যোগত কোকৰাঝাৰ চৰকাৰী উচ্চ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ খেলপথাৰত। লগতে উদ্ধোধনী অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত কাশ্মীৰৰ পুলৱামাত সংঘটিত পাকিস্তান উগ্ৰপন্থীৰ আত্মঘাটী আক্ৰমণ গৰিহণা দিয়াৰ লগতে সন্ত্ৰাসবাদীক কঠোৰতকৈ কঠোৰতম শাস্তিৰ দিবলৈ দাৱী তোলে।
undefined

আনহাতে, বিটিএডিৰ চাৰিখন জিলাৰ দৰিদ্ৰ কৃষক পৰিয়ালক মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলি যোজনাৰ অধীনত সাঁমৰি লোৱা হৈছে ৷ ইয়াৰে কোকৰাঝাৰ জিলাৰ পৰা ১৯৭২৩ টা কৃষি পৰিয়ালক উক্ত আঁচনিত সাঁমৰি লৈ প্ৰতিগৰাকী হিতাধিকাৰী কৃষকক পাচঁ হেজাৰ টকা বেংক একাউন্টযোগে প্ৰদান কৰিৱ বুলি বিটিচিৰ কৃষি বিভাগে সদৰী কৰে।

Intro:৷৷বিটিএডিৰ কোকৰাঝাৰত মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ শুভাৰম্ভ ৷৷৷

৷৷কোকৰাঝাৰ : বিটিএডি অঞ্চলৰ কৃষক সকলক কৃষিক্ষেত্ৰত অধিক উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্যৰে আজি বিটিএডিৰ সদৰ জিলা কোকৰাঝাৰত মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনাৰ(MMKSSY)২০১৮-১৯ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ হস্ততাতঁ আৰু বয়ন,ৰেচন,সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ দত্তই ৷

Body:এইউপলক্ষে জিলাখনতো আজি বিটিচি প্ৰশাসন ,জিলা প্ৰশাসন আৰু কোকৰাঝাৰ জিলা কৃষি বিভাগৰ যৌথ উদ্যোগত ইয়াৰে কোকৰাঝাৰ চৰকাৰী উচ্চ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ খেলপথাৰত আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ যোগেদি মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনাৰ শুভাৰম্ভ কৰি মন্ত্ৰী ৰঞ্জিৎ দত্তই ভাষনত বিটিএডিত গৰিষ্ঠ সংখ্যক লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল হোৱা হেতুকে কৃষক সকলক কৃষিক্ষেত্ৰত সেউজ বিপ্লৱ গঢ়া আহ্বান দি কৃষক সকলক প্ৰতিযোগিতাৰ বজাৰ দখল কৰাৰ লগতে উৎপাদন বৃদ্ধি কৰাৰো আহ্বান দিয়ে ৷ তেওঁ বিজেপি চৰকাৰৰ শাসনকালত চৰকাৰে কৃষি ক্ষেত্ৰত নিয়োজিত কৃষকক বিভিন্ন সা সুবিধাৰ বাৱে বাজেটত ধাৰ্য কৰা বুলি খোদ চৰকাৰৰ প্ৰশংসা কৰে ৷তেঁও সাংবাদিকৰ আগত জন্মু কাশ্মীৰৰ ঘটনাক নিন্দা দি পাকিস্থানৰ সন্ত্ৰাসবাদীক কেন্দ্ৰীয় চৰকাৰে কঠোৰতকৈ কঠোৰতম শাস্তিৰ দিবলৈ দাৱী তোলে ৷উল্লেখ্য যে,বিটিএডিৰ চাৰিখন জিলাত মুখ্যমন্ত্ৰীৰ কৃষি সা সঁজুলি যোজনাৰ অধীনত দৰিদ্ৰ কৃষক পৰিয়ালক সাঁমৰি লোৱা হৈছে ৷ ইয়াৰে কোকৰাঝাৰ জিলাৰ পৰা ১৯৭২৩ টা কৃষি পৰিয়ালক উক্ত আচনিত সাঁমৰি লৈ প্ৰতিগৰাকী হিতাধিকাৰী কৃষকক পাচঁ হেজাৰ টকা বেংক একাউন্টযোগে প্ৰদান কৰিৱ বুলি বিটিচি কৃষি বিভাগে সদৰী কৰিছে ৷আজিৰ উদ্বোধনী সমাৰোহত আদঁৰনি ভাষন পাঠ কৰে বিটিচিৰ সচিৱ প্ৰধান বিৰেন চন্দ্ৰ ফুকন আৰু উদ্বোধনী ভাষন আগবঢ়াই বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে ৷

Conclusion:সভাত বিটিচিৰ যুটীয়া সচিৱ দিনেশ বড়ো,কোকৰাঝাৰ জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰ আৰু বিটিচি কৃষি বিভাগৰ চি এইচ ডি মহেন্দ্ৰ মোহন ৰ্স্বগয়াৰী প্ৰমুখ কৃষি বিডাগৰ বহু বিষয়া উপস্থিত আছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.