ETV Bharat / state

কংগ্ৰেছ ত্যাগ এম.জি.ভি.কে ভানুৰ - তেজপুৰ লোকসভা সমষ্টি

অসম চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব তথা তেজপুৰ লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব আগবঢ়োৱা এম.জি.ভি.কে ভানুৱে আজি সন্ধিয়া কংগ্ৰেছ দলৰ পৰা অব্যাহতি গ্ৰহণ কৰে ৷

কংগ্ৰেছ দলত্যাগ এম.জি.ভি.কে ভানুৰ
author img

By

Published : Oct 29, 2019, 11:44 PM IST

তেজপুৰ, 29 অক্টোবৰঃ এম.জি.ভি.কে ভানুৰ কংগ্ৰেছ ত্যাগ ৷ অসম চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব তথা তেজপুৰ লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব আগবঢ়োৱা ভানুৱে আজি সন্ধিয়া কংগ্ৰেছ দলৰ পৰা অব্যাহতি লয় ৷ ভানুয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, তেওঁ ৰাইজে বিচৰাৰ বাবে কংগ্ৰেছৰ পৰা বিগত নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছিল । ব্যক্তিগত কাৰণত তেওঁ দলৰ পৰা পদত্যাগ কৰাৰ বুলি প্ৰকাশ কৰে ৷ উল্লেখ্য যে, বিগত লোকসভা নিৰ্বাচনত তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াই বিজেপি প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ পল্লৱ লোচন দাসৰ হাতত পৰাস্ত হৈছিল ।

আৰু পঢ়কঃ অসম অলিম্পিক সন্থাৰ সভাপতি নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল

Intro:File visuals

তেজপুৰ,২৯,অক্টোবৰ: প্ৰাক্তন আমোলা তথা তেজপুৰ লোক সভাৰ হৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব পোৱা এম জি ভি কে ভানু য়ে আজি সন্ধিয়া দলৰ পৰা পদত্যাগ কৰে ।

Body:এম জি ভি কে ভানু তেজপুৰ লোক সভা সমষ্টিৰ পৰা এই বছৰ প্ৰাৰ্থীত্ব দিছিল কংগ্ৰেছৰ পৰা আৰু বৰ্তমানৰ সাংসদ পল্লব লোচন দাসৰ হাতত পৰাস্ত হৈছিল । দলৰ পৰা পদত্যাগ কৰা ভানু য়ে সংবাদ মাধ্যমৰ যোগেদি জনায় যে ৰাইজে বিচৰা বাবে কংগ্ৰেছৰ পৰা বিগত নিৰ্বাচনত প্ৰাৰ্থীত্বৰ দায়িত্বও লৈছিল ।বৰ্তমান কংগ্ৰেছৰ পৰা ব্যক্তিগত কাৰণত তেওঁ পদত্যাগ কৰে বুলি জানিব পৰা গৈছে , ইটিভি ভাৰতৰ পৰা যদিও যোগাযোগ কৰি জানিব পৰা হোৱা নাই ।

Conclusion:প্ৰণৱ কুমাৰ দাস
তেজপুৰ
২৯/১০/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.