ETV Bharat / state

দুশগৰাকী ব্যক্তিক সম্বৰ্ধনা বিধায়ক পদ্ম হাজৰিকাৰ

দুদিনীয়াকৈ অনুষ্ঠিত হয় এই সম্বৰ্ধনা জ্ঞাপন কাৰ্যসূচী ৷ সুদীৰ্ঘ ২৪ বছৰীয়া ৰাজনৈতিক জীৱন পৰিক্ৰমাত বিধায়ক পদ্ম হাজৰিকাক দিহা পৰামৰ্শ,সহায়-সহযোগিতা তথা আন্তৰিকতা প্ৰকাশ কৰা ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে ৷

author img

By

Published : Mar 12, 2019, 12:16 PM IST

দুশগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন বিধায়ক পদ্ম হাজৰিকাৰ

তেজপুৰ,১২মাৰ্চঃ দেওবাৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই সম্বৰ্ধনা জ্ঞাপন কৰে মুঠ দুশগৰাকী বিশিষ্ট ব্যক্তিক । সুদীৰ্ঘ ২৪ বছৰীয়া ৰাজনৈতিক জীৱন পৰিক্ৰমাত বিধায়ক পদ্ম হাজৰিকাক দিহা পৰামৰ্শ,সহায়-সহযোগিতা তথা আন্তৰিকতা প্ৰকাশ কৰা ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে ৷

দুশগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন বিধায়ক পদ্ম হাজৰিকাৰ
জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় চৌহদত সমষ্টিটোৰ নদুৱাৰ মণ্ডলৰ দহখনগাঁও পঞ্চায়তৰ ১২৬গৰাকী লোকৰলগতে ৭৪গৰাকী মৃত ব্যক্তিৰ পৰিয়ালসহিতে মুঠ দুশ গৰাকী ব্যক্তিক দেওবাৰৰ পৰা সোমবাৰলৈ দুদিনীয়া কাৰ্যসূচীৰে এইদৰে সম্বৰ্ধনা যাঁচি কৃতজ্ঞতা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে ৷ উল্লেখনীয় যে চতিয়া সমষ্টিৰ চাৰিদুৱাৰ জিলা পৰিষদৰ অন্তৰ্গত গাঁও পঞ্চায়ত সমূহৰ দলীয় ব্যক্তি সকলকো শনিবাৰে চাৰিদুৱাৰত বিধায়ক হাজৰিকাই এইদৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে নাগশংকৰ জিলা পৰিষদৰ ব্যক্তিসকলকো সম্বৰ্ধনা জ্ঞাপন কৰে ৷

এই সম্বৰ্ধনা কাৰ্যসূচীৰ আৰম্ভণিতেই সুদূৰ মঙলদৈৰ পৰা অহা স্নেহলতা চহৰীয়াৰ দলে প্ৰায় ১ ঘন্টাজুৰি নাম পৰিৱেশন কৰি শোভা বৰ্ধন কৰে অনুষ্ঠানটিৰ ।

:দুশগৰাকী ব্যক্তিক বিধায়ক পদ্মৰ সম্বৰ্ধণা৷

 তেজপুৰ ::: নিজৰ সুদীৰ্ঘ ২৪ বছৰীয়া ৰাজনৈতিক জীৱণ পৰিক্ৰমাৰ সময়চোৱাত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগত থাকি দিহা পৰামৰ্শ,সহায় সহযোগীতা তথা আন্তৰিকতা প্ৰকাশ কৰা সেইসকল ব্যক্তিক ৰবিবাৰে সম্বৰ্ধনা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে৷জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় চৌহদত সমষ্টিটোৰ নদুৱাৰ মণ্ডলৰ দহটা গাঁও পঞ্চায়তৰ ১২৬ গৰাকী ব্যক্তিৰ লগতে ৭৪ গৰাকী মৃত ব্যক্তিৰ পৰিয়ালসহিতে মুঠ ২শ গৰাকী ব্যক্তিক ৰবিবাৰৰ পৰা সোমবাৰলৈ  দুদিনিয়া কাৰ্যসূচীৰে এইদৰে  সম্বৰ্ধনা যাঁচি কৃতজ্ঞতা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে৷অনুষ্ঠানৰ আৰম্ভণিতেই সুদুৰ মঙ্গলদৈৰ পৰা অহা স্নেহলতা চহৰীয়াৰ দলে প্ৰায় ১ ঘন্টাজুৰি কৰা এই নাম পৰিৱেশণৰে অনুষ্ঠানটিৰ আকৰ্ষণো বৃদ্ধি কৰে৷মন কৰিবলগীয়া যে, চতিয়া সমষ্টিৰ চাৰিদুৱাৰ জিলা পৰিষদৰ অন্তৰ্গত গাঁও পঞ্চায়ত সমূহৰ দলীয় ব্যক্তি সকলকো শণিবাৰে চাৰিদুৱাৰত বিধায়ক হাজৰিকাই এইদৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে  নাগশংকৰ জিলা পৰিষদৰ ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ৷

Byte:পদ্ম হাজৰিকা,বিধায়ক৷চতিয়া 

   Pranab kumar Das, Tezpur 
ETV Bharat Assam.
12/3/19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.