ETV Bharat / state

এম আই -১৭ হেলিকপ্টাৰৰ বিশেষ পৰীক্ষা বায়ুসেনা বাহিনীৰ

author img

By

Published : Jul 1, 2020, 10:40 AM IST

এম আই -১৭ হেলিকপ্টাৰৰ জৰিয়তে কৃষি ভূমিত কীট নাশক প্ৰয়োগৰ বাবে বায়ুসেনা বাহিনীয়ে সম্পন্ন কৰিলে বিশেষ পৰীক্ষা ৷

এম আই -১৭ হেলিকপ্টাৰৰ বিশেষ পৰীক্ষা বায়ুসেনা বাহিনীৰ
এম আই -১৭ হেলিকপ্টাৰৰ বিশেষ পৰীক্ষা বায়ুসেনা বাহিনীৰ

তেজপুৰ,১ জুলাই: বৈজ্ঞানিক পদ্ধতিৰ নতুন কীটনাশক দ্ৰব্য শস্য পথাৰত ব্যৱহাৰ কৰাৰ বাবে এক বিশেষ পৰীক্ষা সম্পন্ন কৰে বায়ুসেনাৰ এখন এম আই ১৭ হেলিকপ্টাৰৰে ৷ প্ৰথম বাৰৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে এই বিশেষ পদ্ধতি প্ৰয়োগ কৰাৰ সম্ভাৱনা আছে ভাৰতত ।

মহামাৰী কৰ'ণা সংক্ৰমণৰ বাবে যোৱা মে' মাহত কৃষি বিভাগে এই বিষয়ে যোগাযোগ কৰিছিল বায়ুসেনাৰ সৈতে ৷ কীটনাশক প্ৰতিষেধক ভাৰতৰ কৃষি মন্ত্ৰালয়ৰ পৰা এখন চুক্তি স্বাক্ষৰ হৈ ইংলেণ্ডৰ এম/এছ মাইকৰণ নামৰ কোম্পানীৰ দ্বাৰা বায়ুসেনাৰ দুখন এম আই -১৭ হেলিকপ্টাৰ স্থাপন কৰা হ'ব আৰু আগন্তুক ছেপ্টেম্বৰ মাহৰ ভিতৰত এই বিজ্ঞান সন্মত পদ্ধতিৰে বিমানৰে খেতিৰ মাটিত কীটনাশক প্ৰয়োগ কৰিব পাৰিব বুলি প্ৰতিৰক্ষা বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰিছে।
এম আই -১৭ হেলিকপ্টাৰ
এম আই -১৭ হেলিকপ্টাৰ

ইতিমধ্যে ইংলেণ্ডৰ কোম্পানীযে চণ্ডীগড়ৰ ভাৰতীয় বায়ুসেনাৰ অধীনত এই Locust Control System (ALCS) for Mi-17 হেলিকপ্টাৰৰ বাবে প্ৰস্তুতি কৰি আছে । ৭৫০ হেক্টৰ কৃষি ভূমিত ৪০ মিনিটৰ ভিতৰতে কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিব পাৰে এই প্ৰক্ৰিয়াৰে । এক বিশেষ বায়ুসেনাৰ বাহিনীৰ পাইলত ইঞ্জিনীয়াৰ আৰু চিষ্টেম বিশেষজ্ঞৰ দলে বেংগালুৰুত গ্ৰাউণ্ডৰ কাম কৰি থকা বুলি প্ৰতিৰক্ষা বিভাগৰ সুত্ৰই জনাইছে ।

লগতে চাওকঃ কোভিড-19 সজাগতা : বিমানসেৱা প্ৰাধিকাৰী আৰ এন সিঙৰ সৈতে বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.