ETV Bharat / state

তেজপুৰত কৃষ্ণ ৰয়ৰ ভ্ৰাম্যমাণক লৈ গুৰুত্বপূৰ্ণ মন্তব্য

নাট্যকাৰ প্ৰফুল্ল বৰাৰ নাটক অবিহনে ভ্ৰাম্যমান নাট্যদল সমূহ চলিব পৰা নাছিল৷ প্ৰফুল্ল বৰাৰ বহু কেইখন নাটক দল সমূহত চলিছিল এতিয়া অভিজিত ভট্টচাৰ্যই লিখিছে আৰু নাট্য দল সমূহে বিচাৰিছে আৰু মঞ্চয়ন কৰিছে । ইয়াত বেয়া পাবলৈ একো নাই ।

তেজপুৰত কৃষ্ণ ৰয়ৰ ভ্ৰাম্যমানক লৈ গুৰুত্বপূৰ্ণ মন্তব্য
author img

By

Published : Aug 1, 2019, 8:52 PM IST

তেজপুৰ,১আগষ্ট: অসমৰ ভ্ৰাম্যমাণ নাট্য ক্ষেত্ৰখনত নাট্যকাৰ অভিজিত ভট্টাচাৰ্য একপ্ৰকাৰ ছিণ্ডিকেট ৰাজ চলোৱা বা তেওঁৰ অনুমতি অবিহনে অভিনেতা অভিনেত্ৰী সকলে ভ্ৰাম্যমাণ নাট্য দলত সুযোগ নোপোৱা বিষয়তো অস্বীকাৰ কৰিছে আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰায়ে ।এই প্ৰসংগত তেওঁ কয় যে,

''এটা সময়ত নাট্যকাৰ প্ৰফুল্ল বৰাৰ নাটক অবিহনে ভ্ৰাম্যমান নাট্য দল সমূহ চলিব পৰা নাছিল৷ প্ৰফুল্ল বৰাৰ বহু কেইখন নাটক দল সমূহত চলিছিল এতিয়া অভিজিত ভট্টচাৰ্যই লিখিছে আৰু নাট্য দল সমূহে বিচাৰিছে আৰু মঞ্চস্থ কৰিছে । ইয়াত বেয়া পাবলৈ একো নাই । ''

তেজপুৰত কৃষ্ণ ৰয়ৰ ভ্ৰাম্যমানক লৈ গুৰুত্বপূৰ্ণ মন্তব্য

উল্লেখ্য যে, ৰয় বুধবাৰে তেজপুৰ বান থিয়েটাৰত নটসূৰ্য ফণী শৰ্মাৰ সোণালী জয়ন্তী বৰ্ষৰ বান থিয়েটাৰে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত আছিল ।

Intro:তেজপুৰ,১আগষ্ট: অসমৰ ভ্যাম্যমান নাট্য ক্ষেত্ৰ খনত নাট্যকাৰ অভিজিত ভট্টাচাৰ্য একপ্ৰকাৰ ছিণ্ডিকেট ৰাজ চলোৱা বা তেওঁৰ অনুমতি বা সিফারিচ অবিহনে অভিনেতা অভিনিত্ৰী সকলে ভ্যাম্যমান নাট্য দলত সুযোগ নোপোৱা বিষয় তো অস্বীকাৰ কৰিছে আবাহন থিয়েটাৰৰ প্ৰয়োজক কৃষ্ণ ৰায়ে ।

Body:এই প্ৰসংগত তেওঁ কয় যে এটা সময়ত নাট্যকাৰ প্ৰফুল্ল বৰাৰ নাটক অবিহনে ভ্যাম্যমান নাট্য দল সমূহ চলিব পৰা নাছিল ।প্ৰফুল্ল বৰাৰ বহু কেইখন নাটক দৌল সমূহত চলিছিল এতিয়া অভিজিত ভট্টচাৰ্যই লিখিছে আৰু নাট্য দল সমূহে বিচাৰিছে আৰু মঞ্চয়ন কৰিছে । ইয়াত বেয়া পাবলৈ একো নাই ।

বিতে:কৃষ্ণ ৰায় ।

অভিজিত ভট্টাচাৰ্য্য ক তেওঁ সুৰক্ষা দিব যোৱা নাই বুলি উল্লেখ কৰি কয় যে আবাহন থিয়েটাৰ ত আজিলৈকে 40 বছৰ ইতিহাস ত নাট্য কাৰে অভিনেতা অভিনেত্ৰী ক দিব লাগিবই বুলি হেঁচা দিয়া নাই , বুলি তেওঁ কয় ।

Conclusion:ৰয় বুধবাৰে তেজপুৰ বান থিয়েটাৰ ত নটসূৰ্য ফণী শৰ্মা ৰ সোণালী জয়ন্তী বৰ্ষ ৰ বানথিয়েটাৰে সম্বৰ্ধনা জনোৱা অনুষ্ঠান ত উপস্থিত আছিল ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
১/৮/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.