ETV Bharat / state

কাজিৰঙা ষষ্ঠ সংযোজনত পুনৰ উদ্ধাৰ গঁড়ৰ মৃতদেহ - পানপুৰ বনাঞ্চল

শুকুৰবাৰে পুৱা বনবিভাগৰ তহলদাৰী দলে কাজিৰঙাৰ ষষ্ঠ সংযোজনত উদ্ধাৰ কৰে গঁড়ৰ মৃতদেহ ৷ গঁড়টোৰ মৃত্যুৰ কাৰণ স্বাভাৱিক ৷

Kajiranga rhino dead body recovered
কাজিৰঙাত পুনৰ গড়ৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Apr 24, 2020, 11:20 AM IST

চতিয়া,24 এপ্ৰিলঃ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পানপুৰ বনাঞ্চলৰ নাৰমাৰি বনাঞ্চলত পুনৰ উদ্ধাৰ হয় এটা গঁড়ৰ মৃতদেহ ৷ শুকুৰবাৰে পুৱা বনবিভাগৰ তহলদাৰী দলে উদ্ধাৰ কৰে মৃত গঁড়টো ৷ গড়টোৰ মৃত্যুৰ কাৰণ স্বাভাৱিক বুলি জানিবলৈ দিয়ে বনবিভাগে ৷ ইতিমধ্যে বন বিভাগৰ চিকিৎসকে গঁড়টোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে ৷

কাজিৰঙাত পুনৰ গড়ৰ মৃতদেহ উদ্ধাৰ

লগতে পঢ়ক-আমগুৰিত চৰকাৰী ধন বিতৰণত ব্যাপক অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.