ETV Bharat / state

পশ্চিম অৰুণাচলত জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস - বিশেষ সৰ্তকতা প্ৰশাসনৰ

১৭৯ টা গাহৰিৰ তেজৰ নমুনা পৰীক্ষাত ২৮ টা গাহৰিত ওলাল জাপানীজ এনকেফেলাইটিছ ৷ সমগ্ৰ পশ্চিম অৰুণাচলজুৰি বিশেষ সৰ্তকতা প্ৰশাসনৰ ৷ শোণিতপুৰতো সষ্টম প্ৰশাসন ৷

পশ্চিম অৰুণাচলত জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস
author img

By

Published : Aug 26, 2019, 11:27 PM IST

তেজপুৰ, 22 আগষ্ট: পশ্চিম অৰুনাচলত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপ ৷ বিশেষকৈ পাহাৰীয়া ৰাজ্যখনৰ পূৱ চিয়াং, আপাৰ সোৱনশিৰি,পশ্চিম চিয়াং,লৌহিত আৰু লংডিঙ জিলাত এই ৰোগৰ ভয়াৱহতাৰ ওপৰত লক্ষ্য ৰাখি গাহৰিৰ বীজাণু পৰীক্ষা কৰাত 179 টা গাহৰিৰ 28 টাৰ তেজত জাপানীজ এনকেফেলাইটিছ ৰোগৰ বীজাণু ধৰা পৰে ৷ তাৰ ওপৰিও আপাৰ সোৱনশিৰিৰ 35 টা গাহৰিৰ নমুনাৰ ভিতৰত 2 টা,পশ্চিম চিয়াংৰ 15 টাৰ ভিতৰত 4 টা,লংডিঙৰ 14 টাৰ ভিতৰত 1টা গাহৰিৰ তেজত বীজাণু বিধৰ উপস্থিতি ধৰা পৰিছে ৷

পশ্চিম অৰুণাচলত জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস

কিছুদিন পূৰ্বে অসমতো ব্যাপক আতংকৰ সৃষ্টি কৰা জাপানীজ এনকেফেলাইটিছত ফলত বহুলোকে প্ৰাণ হেৰুৱাইছিল ৷ বিশেষকৈ শোণিতপুৰ জিলা আৰু বিশ্বনাথক সামৰি সৰ্বমুঠ 39 জন ৰোগীৰ ভিতৰত 7জন লোকেই মৃত্যু মুখত পৰিছিল ৷ এই সন্দৰ্ভত শোণিতপুৰ জিলাত বিশেষ তৎপৰতা গ্ৰহণ কৰা হৈছে বুলি জনাই জিলাখনৰ উপায়ুক্ত নৰসিং পৱাৰে কয় যে পশুপালন বিভাগে বিভিন্ন ঠাইত ইয়াৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলাই আছে ৷

Intro:পশ্চিম অৰুনাচলত জাপানিজ এনকেফেলাইটিছ ৰোধিবৰ বাবে গাহৰীৰ তেজৰ নমুনা পৰীক্ষা কৰি সতৰ্ককা অৱলম্বন ৷
১৭৯ টা গাহৰীৰ তেজৰ নমুনা পৰীক্ষা পিছত ২৮ টা পজিটিভ পাইছে ৷

তেজপুৰ,২২ আগষ্ট: অৰুনাচল প্ৰদেশৰ পশু চিকিৎসা বিভাগে জাপানিজ এনকেফেলাইটিছ ৰোগৰ ভয়াবহতাৰ ওপৰত লক্ষ্য ৰাখি অলপতে এই ৰোগৰ বিজানুৰ সংক্ৰমনৰ বিষয়ে গাহৰিৰ বিজানু পৰিক্ষা কৰি ১৭৯ টা গাহৰিৰ বিজানু পৰীক্ষাৰ ভিতৰত ২৮ টাত জাপানিজ এনকেফেলাটিছৰ বিজানু ধৰা পৰা বুলি সদৰি কৰিছে নিৰজুলিস্থিত পৰীক্ষা কেন্দ্ৰই ৷
পাহাৰীয়া জিলাখনৰ পশ্চিম অৰুনাচলৰ পূৱ চিয়াং, আপাৰ সোৱনসিৰি, পশ্চিম চিয়াং ,লৌহিত আৰু লংডিঙ জিলাত এই ৰোগৰ ভয়াবহতাৰ ওপৰত লক্ষ্য ৰাখি এই বিজানুৰ পৰীক্ষা কৰা হৈছিল ৷
Body:পূব চিয়াং জিলাত ৯৩ টা গাহৰীৰ তেজৰ নমুনা সংগ্ৰহ কৰাৰ ভিতৰত ২১ টাতে এই বিজানুৰ পজিটিভ পোৱা গৈছিল, আপাৰ সোৱনসিৰিৰ ৩৫ টা নমুনাৰ ভিতৰত ২ টা , পশ্চিম চিয়াংৰ ১৫ টাৰ ভিতৰত ৪ টা , লংডিঙৰ ১৪ টাৰ ভিতৰত ১ টা আৰু লৌহিত জিলাত এই নমুনা পৰীক্ষাৰ পৰা এটাও বিজানু চিনাক্ত কৰন নহল বুলি বিভাগীয় সূত্ৰৰ জৰিয়তে প্ৰকাশ কৰিছে নিৰজুলিত থকা পৰীক্ষা কেন্দ্ৰই ৷
উল্লেখযোগ্য যে , ৰাজ্যখনত এই সংক্ৰামক বিজানুৰ পতিৰোধ কৰিবৰ বাবে স্বাস্থ্য বিভাগে গাহৰীৰ নমুনা পৰীক্ষা কৰি সতৰ্কতা অৱলম্বন কৰে , কিন্ত কাষৰীয়া ৰাজ্য অসমত এই দুৰাৰোগ্যত পৰি বহুলোকে প্ৰাণ হেৰুৱাব লগাত পৰে কিন্ত অসমত এনেধৰনৰ ব্যৱস্থা গ্ৰহন কৰিছে যি সমূহ ঠাইত এই ৰোগৰ বিজানুৰ ধৰা পৰিছে ৷

Bite: DC SONITPUR in Mojo.Conclusion:শোনিতপুৰ জিলাত বিশেষকৈ অবিভক্ত শোনিতপুৰ বিস্বনাথ জিলাক সামৰি সৰ্বমুঠ ৩৯ টা জাপানিজ এনকেফেলাটিছৰ ৰোগ ধৰা পৰিঠে ইয়াৰ ভিতৰত ৭ জন লোক মৃত্যু মুখত পৰিছে , এই তথ্য শোনিতপুৰ জিলাৰ উপায়ুক্ত নৰসিং পৱাৰৰ ৷ তেও কয় যে পশুপালন বিভাগে বিভিন্ন ঠাইত ইয়াৰ পৰীক্ষা নিৰক্ষন চলাই আছে ৷

Pranab kumar Das
Tezpur
26/8/19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.