ETV Bharat / state

ইলোৰ্ডা কাপ বক্সিঙত ৰূপৰ পদক জয় যমুনা বড়োৰ

author img

By

Published : Jul 5, 2022, 1:57 PM IST

ইলোৰ্ডা কাপ (Elorda Cup) বক্সিঙত ৰূপৰ পদক জয় অসমকন্যা বস্কাৰ যমুনা বড়োৰ (Jamuna Boro won silver)৷

jamuna-boro-won-silver-in-the-boxing-tournament
ৰূপৰ পদক জয় যমুনা বড়োৰ

নেশ্যনেল ডেস্ক, 5 জুলাই: আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত অসমৰ জীয়ৰীৰ সাফল্য ৷ ইলোৰ্ডা কাপ (Elorda Cup) বক্সিঙত ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হৈছে অসমকন্যা বস্কাৰ যমুনা বড়োৱে (Jamuna Boro won silver)৷

কাজাখাস্তানৰ নূৰ-চুলতানত অনুষ্ঠিত ইলোৰ্ডা কাপ বক্সিঙত মহিলাৰ 54 কেজি শাখাত ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হয় (Jamuna Boro won silver in the Boxing Tournament) ৷ উজবেকিস্তানৰ প্ৰতিদ্বন্দী লাইজিমা উক্তামোভাই যমুনাক 0-5 ব্যৱধানত পৰাস্ত কৰে ৷

যমুনাৰ সাফল্যই ঢেকীয়াজুলিৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ আগন্তুক 2024 ত হ'বলগীয়া পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি পদক জয়ৰ ইচ্ছা যমুনাৰ৷ যমুনাৰ এই সাফল্যত অঞ্চলটোত সুখৰ বন্যা বৈছে ৷

লগতে পঢ়ক: কমনৱেলথ গেমছলৈ অসমৰ পপী হাজৰিকা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.