ETV Bharat / state

গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় এয়াৰ ট্ৰেফিক কণ্ট্ৰলাৰ ডে'

author img

By

Published : Oct 20, 2019, 11:47 PM IST

আজি সমগ্ৰ বিশ্বতে পালন আন্তঃৰাষ্ট্ৰীয় Air Traffic Controller Day ৷ বৰঝাৰস্থিতিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ Air Traffic Controller তো উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় Air Traffic Controller Day ৷

আজি সমগ্ৰ বিশ্বতে পালন আন্তঃৰাষ্ট্ৰীয় এয়াৰ ট্ৰেফিক কণ্ট্ৰলাৰ ডে

গুৱাহাটী, 20 অক্টোবৰ: আজি সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ Air Traffic Controller ৰুমতো উলহ-মালহেৰে উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় Air Traffic Controller Day ৷ Airport Authority of India North-East ৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই Air Traffic Controller Day ৷ এই অনুষ্ঠানত উপস্থিত থাকে Airport Authority of India ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভাৰপ্ৰাপ্ত বিষয়া, Airport Director, বতৰ বিজ্ঞানীকে ধৰি বিভিন্ন লোক ৷

উল্লেখ্য যে, স্থলপথত যান-বাহন নিয়ন্ত্ৰণ কৰা আপুনি বহুবাৰ দেখিছে ৷ একো একোজন যান বাহন বিষয়াই সকলো যান-জঁট নিয়ন্ত্ৰণ কৰি ধুনীয়াকৈ মোকলাই দিয়ে পথ । কিন্তু বিমানৰ ক্ষেত্ৰত কি হয় ? বিমান নিয়ন্ত্ৰণ কৰা লোক কেইজনক হয়টো আপুনি কাহানিও দেখা পোৱা নাই । কিন্তু তেওঁলোকৰ কৰ্মদক্ষতাৰ বাবেই হাজাৰ-হাজাৰ মিটাৰ উচ্চতাত বিমানসমূহ ধুনীয়াকৈ পৰিচালিত কৰা হয় । যাৰ বাবে শ-শ যাত্ৰী সুৰক্ষিত ভাৱে উৰণ অথবা অৱতৰণ কৰিব পাৰে ৷ আকাশৰ 46 হাজাৰ ফুট উচ্চতাত থকা বিমান-হেলিকপ্টাৰখন বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত দুৱাৰখন খোলালৈকে সকলোবোৰ থাকে বায়ু যাতায়ত নিয়ন্ত্ৰক অথবা Air Traffic controller ৰ হাতত । প্ৰতিখন বিমানৰ সুৰক্ষিত উৰণ আৰু অৱতৰণ সফলতা পাইলটৰ লগতে থাকে Air Traffic Controller ৰ নিয়ন্ত্ৰণত ।

আন্তঃৰাষ্ট্ৰীয় এয়াৰ ট্ৰেফিক কণ্ট্ৰলাৰ ডে

আনহাতে আজিৰ দিনটোতে Air Asia য়ে আগৰতলাৰ পৰা গুৱাহাটী-কলিকতা-ইম্ফল-দিল্লী লৈ সংযোগ হোৱাকে 3 খন নতুনকৈ বিমান সংযোজিত কৰে । আগৰতলা বিমানবন্দৰত Airport authority of India ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ জিন্দাল, ত্ৰিপুৰাৰৰ পৰিৱহণ মন্ত্ৰী প্ৰানজিৎ সিংহা ৰয়কে ধৰি বহুতো বিষয়াৰ উপস্থিতিত ত্ৰিপুৰাৰৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আনুষ্ঠানিক মুকলি কৰে এই বিমান সেৱাৰ । ইপিনে অতিশীঘ্ৰেই তেজপুৰ বিমানবন্দৰকো সংযোজিত কৰা হ’ব উক্ত বিভিন্ন বিমানবন্দৰ কেইটাৰ সৈতে ।

Intro:হাজাৰ হাজাৰ ফুট উচ্চতাত থকা দেখা নোপোৱা বিমানখনো ধুনীয়াকৈ কোনে পৰিচালিত কৰে ! উত্তৰ-পুৰ্বাঞ্চলত Air Asiaৰ ৩খন নতুন বিমান সংযোজিত । অতিসীঘ্ৰে তেজপুৰ বিমানবন্দৰো সংযোজিত হ'ব বিভিন্ন বিমানবন্দৰৰ সৈতে ।

Body:Vo..পথত যান-বাহন নিয়ন্ত্ৰন কৰা আপুনি দেখিছে ! একো একোজন বিষয়াই নিয়ন্ত্ৰন কৰি ধুনীয়াকৈ মোকলাই দিয়ে পথ । দিন-ৰাতি একাকাৰ কৰি যান-বাহন নিয়ন্ত্ৰন কৰা আপুনি দেখা পায় । কিন্তু বিমানৰ ক্ষেত্ৰত কেনেকুৱা ! বিমান নিয়ন্ত্ৰন কৰা লোককেইজনক হয়টো আপুনি দেখা নাপাই । কিন্তু তেওলোকৰ কৰ্মদক্ষতাৰ বাবেই হাজাৰ হাজাৰ মিটাৰ-কিলোমিটাৰ ওপৰত থকা দেখা নোপোৱা বিমানখনো ধুনীয়াকৈ পৰিচালিত হয় । যাৰ বাবে শ-শ যাত্ৰী সুৰক্ষিতভাৱে অৱতৰন হয় । আকাশৰ ৪৬ হাজাৰ ফুট উচ্চতাত থকা বিমান-হেলিকপ্তাৰ খন বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত দুৱাৰখন খোলালৈকে সকলোবোৰ থাকে বায়ু যাতায়ত নিয়ন্ত্ৰক অথবা Air Traffic controllerৰ হাতত । কিন্তু তেওলোকক সদায় আমি দেখা নোপোৱাৰ বাবে হয়টো আমাৰ মনত নপৰে । অৰ্থাৎ প্ৰতিখন বিমানৰ সুৰক্ষিত উৰণ-অৱতৰন সফলতা পাইলতৰ বুলি সকলোৱে ধাৰণা কৰে কিন্তু পাইলতে ভৰষা কৰে কেৱল Air Traffic Controllerৰ ওপৰত ।
এয়া বৰঝাৰ বিমানবন্দৰত থকা Air Traffic Controllerভিতৰচৰাৰ দৃশ্য শ-শ,হাজাৰ-হাজাৰ ফুট উচ্চতাত থকা প্ৰতিখন বিমানখনক নিয়ন্ত্ৰন কৰি আছে এনেদৰে আনকি তলত থকা বিমানখন আগুওৱা,পিছওৱাও সকলোবোৰ নিয়ন্ত্ৰন কৰি আছে । আজি আন্তৰাষ্ট্ৰীয় Air Traffic controller Day সমগ্ৰ বিশ্বৰ Air Traffic controllerয়ে উদযাপন কৰিছে এই দিৱস । বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত থকা Air Traffic Controllerতো উদযাপন কৰা হ'ল আন্তৰাষ্ট্ৰীয় Air Traffic controller Day । প্ৰতিখন বিমান সেয়া লাগিলে বায়ুসেনাৰে হওক বা ব্যক্তিগত বিমানেই প্ৰতিখন বিমান নিয়ন্ত্ৰন কৰা বিষয়াসকলোক এনেদৰে এই দিৱস উদযাপন কৰা দেখা গ'ল । Airport authority of India North-Eastৰ উদ্যোগত অনুষ্ঠিত হোৱা এই Air Traffic controller Dayত Airport authority of Indiaৰ উত্তৰ-পুৰ্বাঞ্চলৰ ভাৰপ্ৰাপ্ত বিষয়া, Airport Director, বতৰ বিজ্ঞানীকে ধৰি বিভিন্ন লোক উপস্থিত থাকে ।

Bite1.. Airport Director

আনহাতে আজিৰ দিনটোতে Air Asia আগৰতলাৰ পৰা গুৱাহাটী-কলিকতা-ইম্ফল-দিল্লীৰ ৩খন নতুন বিমান সংযোজিত হয় । আগৰতলা বিমানবন্দৰত Airport authority of Indiaৰ উত্তৰ-পুৰ্বাঞ্চলৰ ভাৰপ্ৰাপ্ত বিষয়া সজ্ঞীৱ জিন্দাল,ত্ৰিপুৰাৰৰ পৰিবহন মন্ত্ৰী প্ৰানজিৎ সিংহা ৰয়কে ধৰি বহুতো বিষয়াৰ উপস্থিতিত ত্ৰিপুৰাৰৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আনুষ্ঠানিক মুকলি কৰে এই বিমান সেৱাৰ । এই সেৱাৰ পিছতেই অতিসীঘ্ৰে তেজপুৰো সংযোজিত বিভিন্ন বিমানবন্দৰৰ সৈতে ।

Bite2..RED
Conclusion:সচাই সঘনাই উত্তৰ-পুৰ্বাঞ্চলত সংযোজিত হোৱা নতুন নতুন বিমানসেৱাই বিশেষ ভুমিকা গ্ৰহন কৰিব । লগতে হয়টো বিমানত আপুনিও বহুবাৰ উঠিছে যদিও হয়টো জনা নাছিল যে এইলোক বিশেষ লোকৰ বাবে সুৰক্ষিতভাৱে আপুনি যাতায়ত কৰে । প্ৰতিজন Air Traffic Controllerলৈ আমিও আজিৰ এই বিশেষ দিনটোত সোৱৰিছো ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

(Desk if possible please make a small package this)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.