ETV Bharat / state

তেজপুৰত চিকিৎসালয়ৰ পৰা পলায়ন কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীৰ

author img

By

Published : May 18, 2020, 2:55 PM IST

সোমবাৰে কোভিড স্ক্ৰীনিঙৰ বাবে তেজপুৰলৈ নিয়া হৈছিল কয়দী আজগৰ আলিক । ইয়াৰ পিছতে চিকিৎসালৰ ভিতৰৰ পৰা পলায়ন কৰে কয়দী জন ।

Inmate escaped from Tezpur Centeral Jail
তেজপুৰত চিকিৎসালয়ৰ পৰা পলায়ন কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীৰ

তেজপুৰ,18 মেঃ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা চিকিৎসাৰ বাবে কনকলতা চিকিৎসালয়লৈ অনাৰ পিছতেই পলায়ন কয়দীৰ । সোমবাৰে কোভিড স্ক্ৰীনিঙৰ বাবে তেজপুৰলৈ নিয়া হৈছিল কয়দী জনক । ইয়াৰ পিছতে চিকিৎসালৰ ভিতৰৰ পৰা পলায়ন কৰে কয়দী জন । পলাতক কয়দীজন ঢেকিয়াজুলিৰ আজগৰ আলি ।

উল্লেখ্য যে, চুৰিৰ অভিযোগত অভিযুক্ত কয়দী জনক বিগত ১৬ মে'ত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল । সম্প্ৰতি আৰক্ষীৰ দলে কয়দী জনক বিচাৰি তেজপুৰত তালাচী অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক-কষ্টোপাৰ্জিত ধনেৰে পূৰ্বপুৰুষৰ প্ৰতিমূৰ্তি নিৰ্মাণ বাক্সাৰ এজন লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.