ETV Bharat / state

ৰঙাপৰাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

অভিযানকাৰী দলটোৱে অবৈধভাৱে মজুত কৰি ৰখা বহু পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয় । যুৱ-ছাত্ৰ পৰিষদ ৰঙাপৰা আঞ্চলিক সমিতিৰ অভিযোগৰ ভিত্তিত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া তথা দণ্ডাধীশ ড০ সূৰ্য কমল বৰা আৰু ৰঙাপৰাৰ আবকাৰী বিভাগে দৈনিক বজাৰত থকা কেইবাখনো অবৈধ সুৰাৰ দোকানত অভিযান চলায় ৷

author img

By

Published : Apr 11, 2019, 12:47 AM IST

ৰঙাপৰাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

ৰঙাপৰা, 11 এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বৃহস্পতিবাৰে ৰঙাপৰাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় দণ্ডাধীশ আৰু আবকাৰী বিভাগে । অভিযানকাৰী দলটোৱে অবৈধভাৱে মজুত কৰি ৰখা বহু পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয় । যুৱ-ছাত্ৰ পৰিষদ ৰঙাপৰা আঞ্চলিক সমিতিৰ অভিযোগৰ ভিত্তিত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া তথা দণ্ডাধীশ ড০ সূৰ্য কমল বৰা আৰু ৰঙাপৰাৰ আবকাৰী বিভাগে দৈনিক বজাৰত থকা কেইবাখনো অবৈধ সুৰাৰ দোকানত অভিযান চলায় ৷

Intro:ৰঙাপৰাত অবৈধ সুৰাৰ বিৰুদ্ধে দণ্ডাধীশ আৰু আৱকাৰী বিভাগৰ অভিযানঃ সুৰা বেপাৰী পলায়ন।Body:ৰঙাপৰাঃ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ৰঙাপৰাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই দণ্ডাধীশ আৰু আবকাৰী বিভাগে। অভিযানকাৰী দলটোয়ে অবৈধ ভাৱে মজুত কৰি ৰখা বহু পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। যুৱ-ছাত্ৰ পৰিষদ ৰঙাপৰা আঞ্চলিক সমিতিৰ অভিযোগৰ ভিত্তিত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া তথা দণ্ডাধীশ ড০ সূৰ্য্য কমল বৰা আৰু ৰঙাপৰাৰ আবকাৰী বিভাগে দৈনিক বজাৰত থকা কেইবাখনো অবৈধ সুৰাৰ দোকানত অভিযান চলাই। অভিযানকাৰী দলটোয়ে অবৈধ ভাৱে মজুত কৰি ৰখা সুৰা আৰু চুলাই মদ নষ্ট কৰে। ইফালে অভিযানকাৰী দলটোৱে দৈনিক বজাৰৰ লগতে ৰঙাপৰাৰ বিভিন্ন ঠাইত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই বহু পৰিমাণৰ চুলাই আৰু সুৰা জব্দ কৰি নষ্ট কৰে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.