ETV Bharat / state

এএন-32 বিমানৰ উদ্ধাৰকাৰী আৰু সন্ধান দিওটালৈ বায়ুসেনাৰ 5 লাখ টকাৰ পুৰষ্কাৰ

যোৱা 3 জুনত যোৰহাটৰ পৰা মেচুকালৈ যোৱা ভাৰতীয় বায়ু সেনা বাহিনীৰ এন্টোনভ AN32 মালবাহী বিমানখন অৰুণাচলৰ চিয়াং জিলাত দুৰ্ঘটনাগ্ৰস্ত হৈ সন্ধানহীন হৈছিল ৷

বায়ুসেনাৰ 5 লাখ টকাৰ পুৰষ্কাৰ
author img

By

Published : Sep 16, 2019, 10:44 AM IST

Updated : Sep 16, 2019, 1:46 PM IST

তেজপুৰ, 16 চেপ্তেম্বৰঃ মঙলবাৰে অৰুণাচল প্ৰদেশৰ চিয়াং জিলাত দুৰ্ঘটনাগ্ৰস্ত হোৱা এএন-32 বিমান খনৰ উদ্ধাৰকাৰী আৰু সন্ধান দিয়া 10 জন লোকক বায়ুসেনাই 5 লাখ টকাৰে পুৰষ্কৃত কৰিব ৷ যোৱা 3 জুনত যোৰহাটৰ পৰা মেচুকালৈ যোৱা ভাৰতীয় বায়ু সেনা বাহিনীৰ এন্টোনভ AN-32 মালবাহী বিমানখন চিয়াং জিলাত দুৰ্ঘটনাগ্ৰস্ত হৈ সন্ধানহীন হৈছিল ৷

IAF will reward 10 person
বায়ুসেনাৰ 5 লাখ টকাৰ পুৰষ্কাৰ

বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত অৰুণাচল প্ৰদেশৰ পৰ্বত আৰোহীৰ এটা দলে উদ্ধাৰ কাৰ্যত সহযোগ কৰি বিমানখন বিচাৰি উলিওৱাৰ বাবে সহায় কৰিছিল ৷ বিমানখনৰ উদ্ধাৰ অভিযানত মুঠ ১০ জন লোকে সহায় কৰিছিল ৷ এই 10 জন লোকক বায়ুসেনাই 5 লাখ টকাৰে পুৰষ্কৃত কৰাৰ কথা ঘোষণা কৰিছিল ৷ মঙলবাৰে আলং এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডত এই 10 জন লোকক পুৰষ্কৃত কৰা হ'ব ৷ বায়ু সেনা বাহিনীৰ উইং কামাণ্ডাৰ তথা প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ ৰত্নাকৰ সিঙে জনোৱা অনুসৰি বায়ু সেনা বাহিনীৰ বিষয়া এয়াৰ অফিচাৰ কামাণ্ডিক আৰ ডি মাথুৰে এই পুৰষ্কাৰ প্ৰদান কৰিব ৷ ইপিনে চিয়াং জিলাৰ উপায়ুক্ত ৰাজিব টাতুৰ তৎপৰতাত উদ্ধাৰকাৰী দলটো যোৱাৰ বাবে তেওঁক 1 লাখ টকা প্ৰদান কৰা হ'ব ৷ আনহাতে টাকা টামু নামৰ পৰ্বত আৰোহীজনক 35 হাজাৰ টকা দিয়াৰ বিপৰীতে কিছন টকচমক 20 হাজাৰ টকাৰে পুৰস্কৃত কৰা হ'ব ৷ লগতে আন তিনিজন পৰ্বত আৰোহীক 15 হাজাৰকৈ টকা প্ৰদান কৰা হ'ব ৷ বিমান খনৰ খবৰ প্ৰথমে দিয়া পায়ুমৰ টাদুত টাচুংক 1,50,00 লাখ টকাৰ লগতে উৎসাহী পুৰস্কাৰৰে পুৰস্কৃত কৰা হ'ব ৷ ইয়াৰ লগতে পায়ুম,গ্যাচেং আৰু গ্যাটে গাওঁৰ তিনিজন গাওঁবুঢ়াক নগদ 50 হাজাৰকৈ টকাৰে পুৰস্কৃত কৰিব বায়ুসেনাৰ বিষয়া গৰাকীয়ে ৷

Intro:বায়ু সেনাৰ দুৰঘটনা গ্ৰস্ত এ এন ৩২ বিমানৰ উদ্ধাৰকাৰী আৰু সন্ধান দিওটাক বায়ুসেনাই পুৰস্কৃত কৰিব ৫ লাখ টকাৰে ১৭ ছেপ্তেম্বৰত আলংত ১০ জন লোকক৷

তেজপুৰ,১৬ ছেপ্তেম্বৰ : অৰুনাচল প্ৰদেশৰ চিয়াং জিলাত যোৱা ৩ জুনত যোৰহাটৰ পৰা মেচুকালৈ যোৱা ভাৰতীয় বয়ু সেনা বাহিনীৰ এন্টোনভ AN -32 মালবাহী বিমান দুৰ্ঘটনাত পতিত হোৱাৰ পিছত অৰুনাচল প্ৰদেশৰ পৰ্বতআৰোহীৰ দলে উদ্ধাৰ কাৰ্যত সহায় আৰু বিচাৰি উলিওৱাৰ বাবে ৫ লাখ টকাৰ ঘোষনা কৰিছিল ৷ ,মুঠ ১০ জন লোকক পুৰস্কৃত কৰিৱ মঙ্গলবাৰে আলং এডভাঞ্চ লেণ্ডিক গ্ৰাওণ্ডত ৷
Body:বায়ু সেনা বাহিনীৰ বিষয়া এয়াৰ অফিচাৰ কামাণ্ডিক আৰ ডি মাথুৰে অহা ১৭ ছেপ্তেম্বৰত এই পুৰস্কাৰ প্ৰদান কৰিব আলং এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডত , এই তথ্য বায়ু সেনা বাহিনীৰ উইং কামাণ্ডাৰ তথা প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ ৰত্নাকৰ সিংৰ ৷
চিয়াং জিলাৰ উপায়ুক্ত ৰাজিব টাতুক তেখেতৰ তৎপৰতাত যোৱা দলটোৰ বাবে ১ লাখ টকা প্ৰদান কৰিব উপায়ুক্তৰ হাতত৷ আনহাতে টাকা টামু নামৰ পৰ্বতআৰোহী জনক ৩৫ হাজাৰ টকা দিয়াৰ বিপৰীতে কিছন টকচমক ২০ হাজাৰ টকাৰে পুৰস্কৃত কৰিব ৷ লগতে আন তিনিজন পৰ্বত আৰোহীক ১৫ হাজাৰকৈ টকা প্ৰদান কৰিব ৷ Conclusion:প্ৰথম খৱৰ দিয়া পায়ুমৰ টাদুত টাচুংক ১,৫০,০০০ লাখ টকা লগতে উৎসাহিৰ পুৰস্কাৰৰে পুৰস্কৃত কৰিব , ইয়াৰ লগতে তিনিজন গাওঁবুঢ়াক পায়ুম, গ্যাচেং আৰু গ্যাটে গাওঁৰ নগদ ৫০ হাজাৰকৈ টকাৰে পুৰস্কৃত কৰিব বায়ুসেনাৰ বিষয়া গৰাকীয়ে ৷

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
১৬/৯/১৯
Last Updated : Sep 16, 2019, 1:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.