ETV Bharat / state

কেনেদৰে সন্ধান ওলাল নিৰুদ্দিষ্ট বিমানৰ ?

সম্পূৰ্ণ 8টা দিনৰ অন্তত সন্ধান লাভ AN 32 বিমানৰ ৷ অৰুণাচলৰ চিয়মিৰ লিপোৰ উত্তৰ পাৰৰ পৰা 16 কিঃ মিঃ আঁতৰত তাটু পাহাৰৰ ১২০০০ ফুট উচ্চতাত সন্ধান বিমানখনৰ ধ্বংসাৱশেষ ৷ নিৰুদিষ্ট লোকৰ সন্ধানত অপেক্ষাৰ ক্ষণ গণিছে পৰিয়ালবৰ্গই ৷

author img

By

Published : Jun 11, 2019, 6:19 PM IST

Updated : Jun 11, 2019, 8:09 PM IST

কেনেদৰে সন্ধান ওলাল নিৰুদ্দিষ্ট বিমানৰ?

তেজপুৰ ,১১জুন : অৱশেষত বায়ু সেনাৰ MI-17 হেলিকপ্তাৰে চলোৱা অভিযানত সন্ধান ওলাল ভাৰতীয় বায়ু সেনা বাহিনীৰ মালবাহী বিমান AN-32 ৰ ৷ সম্পূৰ্ণ 8টা দিনৰ অন্তত যোৰহাটৰ পৰা অৰুনাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশীলনৰ বাবে যোৱা AN 32 বিমানখনৰ ভগ্নাৱেশৰ লাভ কৰা হয় ৷ অৰুণাচলৰ চিয়মিৰ লিপোৰ উত্তৰ পাৰৰ পৰা 16 কিঃ মিঃ আঁতৰত তাটু পাহাৰৰ ১২০০০ ফুট উচ্চতাত সন্ধান বিমানখনৰ ধ্বংসাৱশেষ ৷ 8টা দিনে বায়ু সেনাৰ MI-17 ,ALH,Cheetah আৰু নৌ সেনাৰ P8i অত্যাধুনিক ছেটেলাইট, ইছৰ'ৰ আৰু চেঞ্চৰ যুক্ত বিমানেৰে চলোৱা অভিযানৰ অন্তত মঙলবাৰে সম্ভেদ পোৱা যায় বিমানখনৰ ভগ্নাৱশেষৰ ৷

MI-17ৰ জৰিয়তে সন্ধান উলাল নিৰুদিষ্ট বায়ু সেনাৰ বিমানৰ

যিহেতু তাটু অঞ্চললৈ যোৱাৰ কোনো পথ নাই তেনেস্থলত বৰ্তমানে বায়ু সেনাই উক্ত অঞ্চলত উদ্ধাৰ অভিযান চলাবলৈ সেনা বাহিনীৰ পেৰা ট্ৰোপাৰ ব্যৱহাৰ কৰাৰ প্ৰস্তুতি চলাইছে ৷ যদিও এই অভিযান কিমান সময়ত আৰম্ভ কৰিব সেইয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ ইপিনে বিমানখনৰে যোৱা 8 গৰাকীকৈ ক্ৰিউ মেম্বাৰসহ 5 গৰাকী বায়ুসেনাৰ নিৰুদিষ্ট লোকৰ পৰিয়ালে এতিয়াও আত্মীয়ৰ সন্ধানত অপেক্ষাৰ ক্ষণ গণি আছে যোৰহাটৰ বায়ু সেনা চাউনীত ৷

etv bharat assam
MI-17ৰ জৰিয়তে সন্ধান উলাল নিৰুদিষ্ট বায়ু সেনাৰ বিমানৰ

উল্লেখ্য যে, 3 জুনত যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশীলনৰ বাবে দিনৰ ১২:২৫ মিনিটত উৰা মাৰিছিল বিমানখনে আৰু উৰণৰ ৩৫ মিনিট পাচৰে পৰা এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা সংযোগ বিচ্ছিন্ন হৈ পৰিছিল বিমানখনৰ ৷ বায়ু সেনা , ভাৰতীয় সেনা আৰু জিলা আৰু ৰাজ্যিক প্ৰশাসনৰ পৰ্বত আৰোহী বাহিনী সাজু কৰা হৈছে তাটুৰ পাহাৰত উত্তৰণ কৰিবলৈ ,কিন্তু অনুশীলন আৰম্ভ হোৱা নাই , বুধবাৰে অৱতৰণ কৰাৰ সম্ভাবনা আছে বুলি জানিবলৈ দিছে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷

MI-17ৰ জৰিয়তে সন্ধান উলাল নিৰুদিষ্ট বায়ু সেনাৰ  AN-32 বিমানৰ ধ্বংসাৱশেষ , সেনা বাহিনীৰ পেৰাট্ৰোপাৰ ব্যৱহাৰ কৰা হব পাৰে উদ্ধাৰ কাৰ্যত  ! 

তেজপুৰ ,১১জুন : অৱেশেষত বায়ু সেনাৰ MI-17 হেলিকপ্তাৰে চলোৱা অভিযানত সন্ধান উলায় ভাৰতীয় বায়ু সেনা বাহিনীৰ সোমবাৰে যোৰহাটৰ পৰা অৰুনাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশিলনৰ বাবে যোৱা এন্টনোভ AN 32 মালবাহী জাহাজৰ মেচুকাৰ পৰা ৫০ কিঃমিঃ নিলগত তাটু পাহাৰত ৷
তাটু পাহাৰ ১২০০০ ফুট উচ্চতাত চি য়মি জিলাত লিপো অঞ্চলৰ পৰা ১৬ কিঃমিঃ উত্তৰে সন্ধান পাইছে দুৰ্ভগীয়া বায়ু সেনাৰ মাল বাহী জাহাজৰ ৷

উদ্ধাৰৰ বাবে  মঙ্গলবাৰে বায়ু সেনাৰ MI-17 ,ALH,Cheetah আৰু  নৌ সেনাৰ P8i অত্যাধুনিক ছেটেলাইট, ইছৰ'ৰ আৰু চেঞ্চৰ যুক্ত বিমান যোৰহাট বায়ু সেনাৰ চাউনীৰ পৰা চলোৱা হৈছিল  ৷

হেলিকপ্তাৰ আল'ৰ বায়ুসেনা শিৱিৰৰ পৰা আৰু যোৰহাট বায়ুসেনা চাউনীৰ পৰা চলোৱা P8i আৰু পৰবৰ্তী সময়ত ,এই  তথ্য  সদৰি কৰে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং  কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷

 তাটু  অঞ্চলত চলোৱা অভিযানৰ বিষয়ে ইটিভি ভাৰতে বাতৰি পৰিবেশন কৰি আহিছিল আৰু আমাৰ বাতৰিৰ সত্যতা প্ৰমান কৰি আজি উক্ত তাটু অঞ্চলত লাভ কৰিবলৈ সক্ষম হল ৷

উল্লেখযোগ্য যে  আল'ৰ পৰা তাটু ১৫০ কিঃমিঃ আৰু মেচুকাৰ পৰা ৫০ কিঃমিঃ  দুৰত্ব ৷ চি য়মি জিলাৰ এই অঞ্চললৈ লিপো লৈ যাবৰ বাবে কোনো পথ নাই আৰু লিপো এটা জল প্ৰপাত আৰু তাৰ কাষতে তাটু অঞ্চল ৷
বায়ু সেনাই উক্ত অঞ্চলত উদ্ধাৰ অভিযান চলাবলৈ সেনা বাহিনীৰ পেৰা ট্ৰোপাৰ ব্যৱহাৰ কৰাৰ প্ৰস্তুতি চলাইচে ৷ কিন্ত এই অভিযান কিমান সময়ত আৰম্ভ কৰিব বায়ু সেনাৰ তৰফৰ পৰা জনোৱা নাই ৷

 আনহাতে ১৩ জন  বায়ু সেনাৰ নিৰুদিষ্ট লোকৰ পৰিয়ালে যোৰহাটৰ বায়ু সেনা চাউনীত অপেক্ষাৰ ক্ষন গনি আছে তেওঁলোকৰ আত্মীয়ৰ সন্ধানত ৷

বায়ু সেনাৰ মালবাহী জাহাজ এন্টনোভ AN-32 বিমানখন ৪ জন ফ্লাইট লেফ্টেনেনত , ১ উইং কামাণ্ডাৰ ,১ ছাজেন্ট 
লেফ্টেনেনত, ১ ছাৰজেন্ট,১ কৰপৰেল, উইং অফিচাৰ ১, লিডিং এয়াৰ ক্ৰাফ্ট মেন ২ জন আৰু নন্ কমবেটেন্ট ইঞ্জিনিয়াৰ ২ আছিল ৷ 

 যোৱা সোমবাৰে ভাৰতীয় বায়ু সেনাৰ এই AN -32 বিমান খনে যোৰহাটৰ পৰা ভাৰত চীন সীমান্ত অৰুনাচল প্ৰদেশৰ পূৱ দিশে মেচুকালৈ মুঠ ১৩ বায়ুসেনাৰ বিষয়াৰ সৈতে দৈনন্দিন অনুশিলনৰ বাবে গৈছিল আৰু দিনৰ ১২:২৫ যোৰহাট বায়ুসেনা বাহিনীৰ পৰা উৰামৰাৰ ৩৫ মিনিট পিছত অৰ্থাৎ ১:০০ বজাত এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা সংযোগ বিচিন্ন হৈছিল ৷

Pranab kumar Das, Tezpur 
11/6/19

Last Updated : Jun 11, 2019, 8:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.