ETV Bharat / state

তেজপুৰত নিচাযুক্ত সামগ্ৰীৰ অবৈধ বেহাৰ অভিযোগ হিন্দু জাগৰণ মঞ্চৰ

author img

By

Published : May 4, 2019, 11:03 PM IST

শুকুৰবাৰে কেইবাটাও গুৰুত্বৰ অভিযোগ লৈ হিন্দু জাগৰণ মঞ্চৰ সংবাদমেল ৷ শোণিতপুৰ জিলাৰ ঔষধ পৰিদৰ্শক পংকজ কাকতিৰ বিৰুদ্ধে ধনৰ লেনদেনৰ অভিযোগ তুলে সংগঠনটোৱে ৷

হিন্দু জাগৰণ মঞ্চৰ সংবাদমেল

তেজপুৰ,4 মে': "ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া বেহা তেজপুৰ চহৰত । চহৰখনৰ বিভিন্ন স্থানত একাংশ মহাবিদ্যালযৰ ছাত্ৰ-ছাত্ৰী আসক্ত হৈছে নিচাযুক্ত সামগ্ৰী আৰু ড্ৰাগছৰ প্ৰতি । কুম্ভকৰ্ণ নিদ্ৰাত তেজপুৰ আৰক্ষী ।"-শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য হিন্দু জাগৰণ মঞ্চৰ ৷ ইপিনে সংগঠনটোৰ অভিযোগ ৰাইজে মাজগাঁও অঞ্চলত এটা অবৈধ ড্ৰাগছৰ ঘাটি উদ্ধাৰ কৰি কৃষ্ণ নাথ নামৰ ব্যবসায়ীজনক আৰক্ষীৰ হাতত গতাই দিছিল যদিও এতিয়াও অব্যাহত আছে ড্ৰাগছৰ লগতে ফাৰ্মাচীসমূহত নিষিদ্ধ ঘোষণা কৰা কফ চিৰাপ ৷

তেজপুৰত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ অবৈধ বেহাৰ অভিযোগ হিন্দু জাগৰণ মঞ্চৰ

ইপিনে সংবাদমেলত শোণিতপুৰ জিলাৰ ঔষধ পৰিদৰ্শক পংকজ কাকতিৰ বিৰুদ্ধে গুৰুত্ব ৰ অভিযোগ আনে হিন্দু জাগৰণ মঞ্চৰ জিলা সভাপতি ধ্ৰুৱ জ্যোতি মহন্তই । উল্লেখ্য যে শোণিতপুৰ জিলাৰ ঔষধ পৰিদৰ্শক পংকজ কাকতিয়ে ফাৰ্মাচী সমূহত সহজ লভ্য হৈ পৰা কফ চিৰাপ সমূহৰ অভিযোগ দিবলৈ যাওঁতে সংগঠনটোৰ সদস্যক মেনেজ কৰিবলৈ চেষ্টা কৰাৰ এক কথোপকথনো সংবাদ মেলত প্ৰকাশ কৰে ।

Intro:তেজপুৰ,4 মে ' : ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া বেহা তেজপুৰ চহৰত । চহৰখনৰ বিভিন্ন স্থানত একাংশ মহাবিদ্যালযৰ ছাত্ৰ ছাত্ৰী আসক্ত হৈছে নিচাযুক্ত সামগ্ৰীৰ আৰু ড্ৰাগছ ৰ প্ৰতি ।
কুম্ভ কৰ্ণ নিদ্ৰাত তেজপুৰ আৰক্ষী । কিছু দিন পূৰ্বে তেজপুৰ মহাবিদ্যালয় ৰ একাংশ যুৱক আৰু ৰাইজে মাজগাওঁ অঞ্চলত এটা অবৈধ ড্ৰাগছৰ ঘাটি উদ্ধাৰ কৰি কৃষ্ণ নাথ নামৰ ব্যবসায়ী জনক আৰক্ষীৰ হাতত গতাই দিছিল যদিও এতিয়াও অব্যাহত আছে ড্ৰাগছ লগতে ফাৰ্মাচী সমূহত নিষিদ্ধ ঘোষণা কৰা কফ চিৰাপ বিক্ৰী হৈ একাংশ ঔষধ পৰিদৰ্শক ৰ আৰ্শীবাদত ।
এই অভিযোগ হিন্দু জাগৰণ মঞ্চ ৰ ।

Body:আজি এক সংবাদ মেলত শোণিতপুৰ জিলাৰ ঔষধ পৰিদৰ্শক পংকজ কাকতিৰ বিৰুদ্ধে গুৰুত্ব ৰ অভিযোগ আনে হিন্দু জাগৰণ মঞ্চৰ জিলা সভাপতি ধ্ৰুৱ জ্যোতি মহন্তই ।
Byte: ধ্ৰুৱ জ্যোতি মহন্ত ।

Conclusion:মহন্তই কয় যে এই গৰাকী পৰিদৰ্শক ক ফাৰ্মাচী সমূহত সহজ লভ্য হৈ পৰা কফ চিৰাপ সমূহৰ অভিযোগ দিবলৈ যাওতে জাগৰণ মঞ্চৰ সদস্য ক মেনেজ কৰাৰ চেষ্টা চলাই বিগত৭ বছৰে ধন বলৰে ই তেজপুৰ ত খোপনি পুতি থকা এই গৰাকী বিষয়া ই হিন্দু জাগৰণ মঞ্চৰ সদস্য ক মেনেজ কৰিবলৈ চেষ্টা কৰা আৰু বিষয় টো আৰু আগনাবাঢ়ি বলৈ কোৱা কথোপকথন মোবাইল যোগে ৰেকৰ্ডিং কৰি সেই সমূহ আজি সংবাদ মেলত প্ৰকাশ কৰে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.