ETV Bharat / state

প্ৰথমবাৰৰ বাবে Baptist Christian Hospital ত ক্লেফ্ট লিপ-পেলেটৰ স্বাস্থ্য শিৱিৰ - স্বাস্থ্য শিৱিৰ

অহা ১৪ নৱেম্বৰৰ পৰা Baptist Christian Hospital ত আয়োজিত হ'ব বিনামূলীয়া ক্লেফ্ট লিপ আৰু পেলেটৰ স্বাস্থ্য শিৱিৰ ৷ এই শিৱিৰত দেশৰ আগশাৰীৰ চিকিৎসক সকলে অংশগ্ৰহণ কৰিব ৷

health camp in Baptist Christian Hospita
প্ৰথমবাৰৰ বাবে Baptist Christian Hospital ত ক্লেফ্ট লিপ-পেলেটৰ স্বাস্থ্য শিৱিৰ
author img

By

Published : Nov 9, 2021, 6:50 PM IST

তেজপুৰ, ৯ নৱেম্বৰ : প্ৰথমবাৰৰ বাবে তেজপুৰৰ Baptist Christian Hospital তৰফৰ পৰা অহা ১৪ নৱেম্বৰৰ পৰা বিনামূলীয়া ক্লেফ্ট লিপ আৰু পেলেট (Cleft lip and cleft palate ) ৰ ওপৰত স্বাস্থ্য শিৱিৰ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে । এই স্বাস্থ্য শিৱিৰৰ জৰিয়তে দেশৰ আগশাৰীৰ চিকিৎসক সকলৰ দ্বাৰা অস্ত্ৰোপচাৰ ব্যৱস্থা কৰা হৈছে ৷

প্ৰথমবাৰৰ বাবে Baptist Christian Hospital ত ক্লেফ্ট লিপ-পেলেটৰ স্বাস্থ্য শিৱিৰ

বৰ্তমান দেশৰ ভিতৰতে ক্লেফ্ট লিপ আৰু পেলেটৰ সমস্যা সমাধান কৰাৰ বাবে অসম চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে চিকিৎসালয় খনৰ সঞ্চালক প্ৰধান জগদীশ চন্দ্ৰ চোলাংকীয়ে । তেওঁ কয়, বেংগালুৰু, অন্ধপ্ৰদেশ আৰু ভেলোৰৰ পৰা আহিবলগীয়া এই চিকিৎসকৰ দলটোৱে ১৪ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰ লৈকে মুঠ ৫০ গৰাকী শিশুৰ অস্ত্ৰোপচাৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷

বিশেষকৈ অসমৰ শিশুৰ ক্ষেত্ৰত অধিক প্ৰাধান্য দিব বুলি জানিব দিছে । বিশেষকৈ মুখৰ ফটা ওঁঠ আৰু ফটা তালুৰ শিশু সকলক অস্ত্ৰোপচাৰ জৰিয়তে সুস্থ কৰা ব্যৱস্থা গ্ৰহণ কৰিব ৷

লগতে পঢ়ক: চিকিৎসকৰ অভাৱ ৰাজ্যৰ বহু চৰকাৰী চিকিৎসালয়ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.