ETV Bharat / state

4 ক'ৰৰ চৌহদত প্লাষ্টিকেৰে নিৰ্মাণ কৰিলে পথ - Garrison Engineer (South)

ভাৰতীয় সেনাবাহিনীৰ ঘাটিত গ্যাৰিচন ইঞ্জিনিয়াৰৰ বাবে এইয়া প্ৰথমবাৰৰ বাবে সম্ভৱ হৈ উঠিছে ৷ তেজপুৰ 4 ক'ৰৰ ভিতৰৰ জি অ চি ৰ কার্যালয়ৰ আৰু চীফ ষ্টাফৰ কাৰ্যালয়ৰ পথ নিৰ্মাণ কৰে সেনাৰ গ্যাৰিচন ইঞ্জিনীয়াৰ গ্ৰুপে ৷

garrison-engineer-south-made-unique-road-at-hq-4-corps-at-tezpur
গ্যাৰিচন ইঞ্জিনিয়াৰৰ নেতৃত্বত তেজপুৰ 4 ক'ৰ সেনাৰ চৌহদত প্লাষ্টিকৰ পথ নিৰ্মাণ
author img

By

Published : Jan 4, 2021, 8:44 PM IST

তেজপুৰ,4 জানুৱাৰী: ভাৰতীয় সেনাৰ সামৰিক অভিযন্তা সেৱাৰ অধীনত গ্যাৰিচন ইঞ্জিনিয়াৰ (দক্ষিণ) তেজপুৰে,তেজপুৰ 4 ক'ৰ (4 corps) ৰ সেনাৰ চৌহদত প্লাষ্টিক আৰু পেলনীয়া সামগ্ৰীৰ জৰিয়তে নিৰ্মাণ কৰিছে বিশেষ পথ ৷ এইধৰণৰ পেলনীয়া সামগ্ৰীৰে পথ নিৰ্মাণৰ কাম ইতিমধ্যে বিভিন্ন ঠাইত আৰম্ভ হৈছে যদিও ভাৰতীয় সেনাবাহিনীৰ ঘাটিত গ্যাৰিচন ইঞ্জিনিয়াৰৰ বাবে এইয়া প্ৰথম বাৰৰ বাবে সম্ভৱ হৈ উঠিছে ৷

গ্যাৰিচন ইঞ্জিনিয়াৰৰ নেতৃত্বত তেজপুৰ 4 ক'ৰ সেনাৰ চৌহদত প্লাষ্টিকৰ পথ নিৰ্মাণ

সোমবাৰে তেজপুৰ 4 ক'ৰৰ ভিতৰৰ জি অ চি ৰ কার্যালয়ৰ আৰু চীফ ষ্টাফৰ কাৰ্যালয়ৰ পথ নিৰ্মাণ কৰে সেনাৰ গ্যাৰিচন ইঞ্জিনীয়াৰ গ্ৰুপে ৷ এনেধৰণৰ পথ সমুহক অত্যাধিক বৰষুণ বা বৰফেও অনিষ্ট সাধন কৰিব নোৱাৰে বুলি জনাইছে পথ নিৰ্মাতা সকলে ৷

garrison-engineer-south-made-unique-road-at-hq-4-corps-at-tezpur
গ্যাৰিচন ইঞ্জিনিয়াৰৰ নেতৃত্বত তেজপুৰ 4 ক'ৰ সেনাৰ চৌহদত প্লাষ্টিকৰ পথ নিৰ্মাণ

উল্লেখযোগ্য যে,পৰৱৰ্তী সময়ত সেনাৰ মিলিটেৰী ইঞ্জিনীয়াৰ চাৰ্ভিছে অন্য পেলনীয়া সামগ্ৰী যেনে,পুৰণা টায়াৰ আৰু বাঁহ ব্যৱহাৰ কৰি পথ নিৰ্মাণ কৰিব বুলি জানিবলৈ দিয়ে তেজপুৰৰ গ্যাৰিচন ইঞ্জিনীয়াৰ ৰবি ৰঞ্জনে ৷

সুস্থ সামাজিক বাতাবৰণ বৰ্তাই ৰখাৰ বাবে শেহতীয়াকৈ পথ নিৰ্মাণৰ ক্ষেত্ৰত সেনাই যি ব্যৱস্থা গ্ৰহণ কৰিছে সেইয়া জনসাধাৰণৰ বাবে ফলপ্ৰসূ হ'ব বুলি জনাইছে ৰবি ৰঞ্জনে ৷ মূলত আৱৰ্জনা নাশ কৰা আৰু পৰিৱেশৰ ওপৰত অত্যাধিক বোজা হ্ৰাস কৰাৰ উদ্দেশ্য আৰম্ভ কৰা হৈছে এই ধৰণৰ অভিনৱ পথ নিৰ্মাণৰ কাম ৷

লগতে পঢ়কঃ মানচিত্ৰৰ পৰিসৰৰ পৰা হেৰাই যাব নেকি মৰিগাঁও !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.