গহপুৰ, 14 চেপ্তেম্বৰঃ গহপুৰৰ ডিফলুসত্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত চাৰিজনকৈ লোক ৷ ট্ৰাক আৰু মেক্সিম' ৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ AS-25-EC-1656 নম্বৰৰ ট্ৰাকখনে খুন্দা মাৰে AS-12E-7935 নম্বৰ মেক্সিম’খনত ৷ ফলত মোক্সিম’ খনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ খাৱৈত সোমাই পৰে ৷
গহপুৰৰ ডিফলুসত্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা
গহপুৰৰ ডিফলুসত্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত চাৰিজনকৈ লোক ৷ ট্ৰাক আৰু মেক্সিম'ৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো
গহপুৰৰ ডিফলুসত্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা
গহপুৰ, 14 চেপ্তেম্বৰঃ গহপুৰৰ ডিফলুসত্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত চাৰিজনকৈ লোক ৷ ট্ৰাক আৰু মেক্সিম' ৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ AS-25-EC-1656 নম্বৰৰ ট্ৰাকখনে খুন্দা মাৰে AS-12E-7935 নম্বৰ মেক্সিম’খনত ৷ ফলত মোক্সিম’ খনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ খাৱৈত সোমাই পৰে ৷
Intro:as_biswanath_802_14_seb_Gohapur _accident _vis_photo_scrpt_as10018
Body:as_biswanath_802_14_seb_Gohapur _accident _vis_photo_scrpt_as10018
Conclusion:as_biswanath_802_14_seb_Gohapur _accident _vis_photo_scrpt_as10018
Breaking:- গহপুৰৰ ডিফলুসত্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা ।
দুৰ্ঘটনাত চাৰিজন লোক থিতাতে নিহত।
এগৰাকী মহিলাৰ গুৰুত্ব ভাৱে আহত ।
AS 25 E C 1656 নম্বৰৰ ট্ৰাকৰ খুন্দা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সোমাল যাত্ৰীবাহী মেক্সিম' বাহন AS 12E 7935। চাৰিজনৰ মৃতদেহ উদ্ধাৰ, এজন যাত্ৰীৰ সংকটজনক অৱস্থাত উদ্ধাৰ।
খাৱৈত সোমাই থকা মেক্সিম' বাহনত অধিক যাত্ৰী থকাৰ সন্দেহ ৰাইজৰ।