ৰঙাপৰা, ২৩ জুন: ৰঙাপৰা ৰেলৱে চিকিৎসালয়ৰ সমীপৰ এঘৰ মানুহৰ কেঁচা কুঁৱাত পৰি শনিবাৰে নিশাৰ পৰা আৱদ্ধ হৈ আছিল এটা ষাড়গৰু । ৰাইজৰ অশেষ চেষ্টাৰ পাচতো ষাড়গৰুটো উদ্ধাৰ কৰিব নোৱাৰাত দেওবাৰে পুৱা অগ্নিনিৰ্বাপকৰ লোক আহি ষাড়গৰুটো উদ্ধাৰৰ চেষ্টা চলাই । প্ৰায় চাৰিঘন্টাৰ পাচত দলটোৱে ৰাইজৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ষাড়গৰুটো ।
অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ কৰিলে ষাড়গৰু - অগ্নিনিৰ্বাপক বাহিনী
ৰঙাপাৰাত কুঁৱাত আৱদ্ধ হৈ থকা এটা ষাড়গৰু অৱশেষত উদ্ধাৰ কৰিলে অগ্নি নিৰ্বাপক বাহিনীৰ দলে । শনিবাৰে নিশাৰ পৰাই এঘৰ লোকৰ কেঁচা কুঁৱাত পৰি আৱদ্ধ হৈ আছিল ষাড়গৰুটো ।
etv bharat
ৰঙাপৰা, ২৩ জুন: ৰঙাপৰা ৰেলৱে চিকিৎসালয়ৰ সমীপৰ এঘৰ মানুহৰ কেঁচা কুঁৱাত পৰি শনিবাৰে নিশাৰ পৰা আৱদ্ধ হৈ আছিল এটা ষাড়গৰু । ৰাইজৰ অশেষ চেষ্টাৰ পাচতো ষাড়গৰুটো উদ্ধাৰ কৰিব নোৱাৰাত দেওবাৰে পুৱা অগ্নিনিৰ্বাপকৰ লোক আহি ষাড়গৰুটো উদ্ধাৰৰ চেষ্টা চলাই । প্ৰায় চাৰিঘন্টাৰ পাচত দলটোৱে ৰাইজৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ষাড়গৰুটো ।
Intro:ৰঙাপৰাত কুৱাত সোমাল ষাড়গৰুঃ অগ্নি নিৰ্বাপক বাহিনী আৰু ৰাইজৰ তৎপৰতাত উদ্ধাৰ হল ষাড়গৰু।Body:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত এটা কেচা কুৱাত সোমাই আৱদ্ধ হৈ থকা এটা ষাড়গৰুক অৱশেষত উদ্ধাৰ কৰিলে অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজে। উল্লেখ্য যে ৰঙাপৰা ৰেলৱে চিকিৎসালয়ৰ সমীপত থকা এঘৰ মানুহৰ কেচা কুৱাত নিশাৰ ভাগত হঠাৎ ষাড়গৰুটো সোমাই যায়। ওৰে নিশাটো ষাড়গৰুটো কুৱাৰ ভিতৰতে আবদ্ধ হৈ থাকে। আজি পুৱা ৭ বজাত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ এটা দল উপস্থিত হৈ কুৱাটোৰ এফালে খান্দি প্ৰায় ৪ ঘণ্টাৰ অন্তত স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যি সময়ত ৰাজ্যখনৰ পৰা চোৰাং ভাৱে গৰু বাংলাদেশলৈ সৰবৰাহ হৈ আছে তেনে সময়ত ৰঙাপৰাত কুৱাত পৰি আবদ্ধ হৈ থকা এটা ষাড়গৰুক জীৱন্তে উদ্ধাৰ কৰাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .