ETV Bharat / state

বিশিষ্ট সাহিত্যিক সমাজ সেৱক সদানন্দ দাসৰ পৰলোকপ্ৰাপ্তি

author img

By

Published : Apr 16, 2021, 11:40 AM IST

তেজপুৰ পল’ ফিল্ডৰ নিবাসী বিশিষ্ট সাহিত্যিক সমাজ সেৱক সদানন্দ দাসৰ পৰলোকপ্ৰাপ্তি । সদানন্দ দাসৰ আকস্মিক মৃত্যুৱে অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে ।

বিশিষ্ট সাহিত্যিক সমাজ সেৱক সদানন্দ দাসৰ পৰলোকপ্ৰাপ্তি
বিশিষ্ট সাহিত্যিক সমাজ সেৱক সদানন্দ দাসৰ পৰলোকপ্ৰাপ্তি

তেজপুৰ, ১৬ এপ্ৰিল : বিহুৰ আনন্দ উচাহৰ মাজতে তেজপুৰত এক দুঃখবৰ । তেজপুৰ পল’ ফিল্ডৰ নিবাসী বিশিষ্ট সাহিত্যিক সমাজ সেৱক সদানন্দ দাসৰ শুকুৰবাৰে পুৱা পৰলোকপ্ৰাপ্তি ঘটে । তেজপুৰৰ পল'ফিল্ড প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সদানন্দ দাসৰ আকস্মিক মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে ।

তেজপুৰৰ সকলো সামাজিক, সাংস্কৃতিক, শৈক্ষিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত আছিল প্ৰয়াত সদানন্দ দাস । অসম সাহিত্য সভাৰ আজীৱন সদস্য, তেজপুৰৰ পদ্মনাথ গোহাঞিবৰুৱা শাখা সাহিত্য সভাৰ সভাপতি, ইতিহাস সংকলন সমিতি, অসম ৰেপাৰেটৰী, জনসাংস্কৃতিক পৰিষদ, কবি সন্মিলনকে লৈ অনেক অনুষ্ঠানৰ সৈতে জড়িত সদানন্দ দাসৰ আকস্মিক মৃত্যুত সকলোৱে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

লগতে পঢ়ক: সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতৈক বৰপেটা বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.