ETV Bharat / state

১৩০খন দুৰ্গা পূজা অনুষ্ঠিত কৰাৰহে অনুমতি শোণিতপুৰ জিলা প্ৰশাসনৰ - শোণিতপুৰ জিলাৰ প্ৰশাসন

সমগ্ৰ শোণিতপুৰ জিলাত কেৱল 130 খন দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে জিলা প্ৰশাসনে ৷ ইয়াৰ পূৰ্বে কেৱল তেজপুৰতে অনুষ্ঠিত হৈছিল 130 খন পূজা ৷

শোণিতপুৰ জিলা
শোণিতপুৰ জিলা
author img

By

Published : Oct 22, 2020, 8:07 PM IST

তেজপুৰ, 22 অক্টোবৰ: COVID প্ৰট'কলৰ মাজেৰে আজিৰে পৰা আৰম্ভ হ'ল দেৱী দুৰ্গাৰ পূজা ৷ পূৰ্বৰ জাকজমকতাক পৰিহাৰ কৰি চাৰিওদিশে কেৱল অনুষ্টুপীয়া কাৰ্যসূচীৰেই এইবাৰ চলিব দেৱী দুৰ্গাৰ উপাসনা ৷

শোণিতপুৰ জিলা: ১৩০ খন দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ অনুমতি জিলা প্ৰশাসনৰ

সাতমপুৰুষৰ তেজপুৰ মুখাৰ্জীবাৰীৰ পূজা বিগত ১৫৮ বছৰে চলি আহিছে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি ৷ কিন্তু মহামাৰীৰ পয়োভৰত এক বিৰাম লগোৱাৰ উদ্দেশ্যে এইবাৰ তেওঁলোকে নিজ ঘৰতে কৰিলে দুৰ্গা মাৰ পূজা-অৰ্চনা ৷ উল্লেখ্য যে, শোণিতপুৰ জিলাৰ প্ৰশাসনে চৰকাৰ তথা স্বাস্থ্য বিভাগে জাৰি কৰা প্ৰট'কল ৰক্ষা কৰি মুকলিকৈ পূজা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰা নাই যদিও, তেজপুৰ চহৰত কেৱল 12 খন পূজা অনুষ্ঠিত কৰাৰহে অনুমতি প্ৰদান কৰে ৷ এইবাৰ জিলাখনত মুঠ ১৩০ খনহে পূজাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে ৷ ইয়াৰ পূৰ্বে কেৱল তেজপুৰতে অনুষ্ঠিত হৈছিল ১৩০ খন পূজা ৷

লগতে পঢ়ক: আপোনাৰ এধানি সহাৰিয়ে হাঁহি বিৰিঙাব কান্তেশ্বৰ সোণোৱালৰ মুখত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.