তেজপুৰ,২৬ ফেব্ৰুৱাৰীঃ ছাত্র-ছাত্ৰীসকলক বিজ্ঞান আৰু তথ্য প্ৰযুক্তিবিদ্যাৰ প্ৰতি অধিক আগ্ৰহী কৰিবলৈ এমত্ৰণৰ নতুন কৌশল ।
ছাত্র ছাত্ৰীক উৎসাহিত কৰিবলৈ এমত্ৰণৰ নতুন কৌশল - Amtron
আনন্দৰাম বৰুৱা বঁটা বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক তথ্য প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ প্ৰদৰ্শন কৰা হয় এখন চালক বিহীন টাটা নেনো গাড়ী
ছাত্র ছাত্ৰীক উৎসাহিত কৰিবলৈ এমত্ৰণৰ নতুন কৌশল
তেজপুৰ,২৬ ফেব্ৰুৱাৰীঃ ছাত্র-ছাত্ৰীসকলক বিজ্ঞান আৰু তথ্য প্ৰযুক্তিবিদ্যাৰ প্ৰতি অধিক আগ্ৰহী কৰিবলৈ এমত্ৰণৰ নতুন কৌশল ।
DL ।
তেজপুৰ: ছাত্র ছাত্ৰী সকলক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত জড়িত হৈ অধিক উৎসাহিত কৰিবলৈ আমতৰণ ৰ নতুন কৌশল ।আজি তেজপুৰৰ আনন্দৰাম বৰুৱা বঁটা বিজয়ী ছাত্ৰ ছাত্ৰী সকলক techonologi ৰ ক্ষেত্ৰত উৎসাহ প্ৰদান কৰিব পৰা এই চালক বিহীন টাটা নেনো গাড়ী খন প্ৰদৰ্শন কৰে । এই বিষয়া আমতৰণ উবাধক্ষ ঋতু বৰণ শৰ্মা ই এইদৰে কয় ইটিভি ভাৰত অসম লগত হোৱা এক সুকীয়া সাক্ষাৎ কৰাত ।
চাওক আমাৰ এই প্ৰতিবেদন ।
DL
প্ৰণৱ কুমাৰ দাস, তেজপুৰ।
26/2/19